• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যোৱা ২৪ ঘণ্টাত ৫২ কাৰাবন্দীসহ ডিব্ৰুগড়ত তিনি শতাধিক কৰোনাত আক্ৰান্ত : আৰু ১০ আক্ৰান্তৰ মৃত্যু

অভীক চক্ৰৱৰ্তী by অভীক চক্ৰৱৰ্তী
May 20, 2021 9:07 am
Covid19-positive-750x375
230
VIEWS
Share on FacebookShare on Twitter

অপৰিৱৰ্তনীয় হৈয়ে আছে ডিব্ৰুগড় জিলাৰ কোভিড পৰিস্থিতি।

বুধবাৰে দিনটোত ডিব্ৰুগড়ত ৩৭৫ গৰাকী লোকৰ শৰীৰত কোভিড অৱস্থিতি ধৰা পৰাৰ বিপৰীতে মৃত্যু হৈছে আৰু ১০ গৰাকী আক্ৰান্তৰ।

আনহাতে বুধবাৰৰ দিনটোত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ ৫২ গৰাকীকৈ কয়দীৰ শৰীৰতো পোৱা গৈছে কোভিড ভাইৰাছৰ অৱস্থিতি। তেওঁলোকক কাৰাগৰৰ ভিতৰতে আইচ’লেশ্যনত ৰখা হৈছে।

বুধবাৰে ৩৭৫ গৰাকীৰ শৰীৰত কোভিডৰ অৱস্থিতি ধৰাৰ পৰাৰ লগে লগে জিলাখনত কোভিড ৰোগীৰ সংখ্যা ৮৮৪৫ গৰাকীলৈ বৃদ্ধি পালে। বৰ্তমান কোভিড এক্টিভ হৈ থকা আক্ৰান্তৰ সংখ্যা হৈছে ৪৪৪১ গৰাকী।

“বৰ্তমানলৈকে কোভিড এক্টিভ ৰোগীৰ সংখ্যা হৈছে ৪৪৪১ গৰাকী। জিলাখনত বুধবাৰে ১০ গৰাকী আক্ৰান্তৰ মৃত্যু হৈছে।” ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগে কয়।

ইফালে ডিব্ৰুগড় জিলা প্ৰশাসনে মৰাণ আৰু তাৰ দাতিকাষৰীয়া অঞ্চলসমূহত কোভিড আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে মৰাণত এটা কোভিড কেয়াৰ চেণ্টাৰ আৰম্ভ কৰিছে।

জিলা প্ৰশাসনে জিলাখনত কোভিড সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ কোভিড প্ৰটকল কঠোৰভাৱে বলৱৎ কৰিছে যদিও কোভিড সংক্ৰমণ প্ৰতিৰোধ কৰিব পৰা নাই। আনফালে জিলাখনৰ চাহ বাগিচাসমূহতো ক্ৰমশঃ বৃদ্ধি পাইছে কোভিড সংক্ৰমণ।

“আমি জিলাখনত ১৯ টা কন্টেইনমেন্ট জ’ন ঘোষণা কৰিছো। চাহ বাগিচাসমূহতো বহু কোভিড পজিটিভ পোৱা গৈছে। আমি বাগিচাসমূহত প্ৰতিষেধক প্ৰদান কৰা আৰম্ভ কৰিছো।” জিলা উপায়ুক্ত পল্লৱ কুমাৰ ঝাএ সংবাদ মাধ্যমৰ আগত কয়।

Tags: COVID-19

Recent News

দৈৰ উপকাৰীতা জানো আহক

দৈৰ উপকাৰীতা জানো আহক

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd