• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যোৱা ২৪ ঘণ্টাত ৫২ কাৰাবন্দীসহ ডিব্ৰুগড়ত তিনি শতাধিক কৰোনাত আক্ৰান্ত : আৰু ১০ আক্ৰান্তৰ মৃত্যু

অভীক চক্ৰৱৰ্তী by অভীক চক্ৰৱৰ্তী
May 20, 2021 9:07 am
Covid19-positive-750x375
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অপৰিৱৰ্তনীয় হৈয়ে আছে ডিব্ৰুগড় জিলাৰ কোভিড পৰিস্থিতি।

বুধবাৰে দিনটোত ডিব্ৰুগড়ত ৩৭৫ গৰাকী লোকৰ শৰীৰত কোভিড অৱস্থিতি ধৰা পৰাৰ বিপৰীতে মৃত্যু হৈছে আৰু ১০ গৰাকী আক্ৰান্তৰ।

Apply Now

আনহাতে বুধবাৰৰ দিনটোত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ ৫২ গৰাকীকৈ কয়দীৰ শৰীৰতো পোৱা গৈছে কোভিড ভাইৰাছৰ অৱস্থিতি। তেওঁলোকক কাৰাগৰৰ ভিতৰতে আইচ’লেশ্যনত ৰখা হৈছে।

বুধবাৰে ৩৭৫ গৰাকীৰ শৰীৰত কোভিডৰ অৱস্থিতি ধৰাৰ পৰাৰ লগে লগে জিলাখনত কোভিড ৰোগীৰ সংখ্যা ৮৮৪৫ গৰাকীলৈ বৃদ্ধি পালে। বৰ্তমান কোভিড এক্টিভ হৈ থকা আক্ৰান্তৰ সংখ্যা হৈছে ৪৪৪১ গৰাকী।

“বৰ্তমানলৈকে কোভিড এক্টিভ ৰোগীৰ সংখ্যা হৈছে ৪৪৪১ গৰাকী। জিলাখনত বুধবাৰে ১০ গৰাকী আক্ৰান্তৰ মৃত্যু হৈছে।” ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগে কয়।

ইফালে ডিব্ৰুগড় জিলা প্ৰশাসনে মৰাণ আৰু তাৰ দাতিকাষৰীয়া অঞ্চলসমূহত কোভিড আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে মৰাণত এটা কোভিড কেয়াৰ চেণ্টাৰ আৰম্ভ কৰিছে।

জিলা প্ৰশাসনে জিলাখনত কোভিড সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ কোভিড প্ৰটকল কঠোৰভাৱে বলৱৎ কৰিছে যদিও কোভিড সংক্ৰমণ প্ৰতিৰোধ কৰিব পৰা নাই। আনফালে জিলাখনৰ চাহ বাগিচাসমূহতো ক্ৰমশঃ বৃদ্ধি পাইছে কোভিড সংক্ৰমণ।

“আমি জিলাখনত ১৯ টা কন্টেইনমেন্ট জ’ন ঘোষণা কৰিছো। চাহ বাগিচাসমূহতো বহু কোভিড পজিটিভ পোৱা গৈছে। আমি বাগিচাসমূহত প্ৰতিষেধক প্ৰদান কৰা আৰম্ভ কৰিছো।” জিলা উপায়ুক্ত পল্লৱ কুমাৰ ঝাএ সংবাদ মাধ্যমৰ আগত কয়।

Tags: COVID-19
অভীক চক্ৰৱৰ্তী

অভীক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd