• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বানপানীৰ সতৰ্কবাণীৰ পাছত ডিব্ৰুগড়-ধেমাজিৰ মাজত অনিৰ্দিষ্ট কাললৈ ফেৰী সেৱা বন্ধ প্ৰশাসনৰ

বিপদসীমাৰ তলেৰে বৈ আছে পানী : আতংকিত নহ’বলৈ জনসাধাৰণলৈ আৱেদন প্ৰশাসনৰ

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
October 20, 2018 10:44 am
majuli-ferry-570x320
470
VIEWS
Share on FacebookShare on Twitter

ভূমিস্খলনৰ ফলত তিব্বতেৰে বৈ অহা ব্ৰহ্মপুত্ৰৰ মূল প্ৰৱাহ য়াৰ্লুং চাংপোত সৃষ্টি হোৱা বান্ধ হ্ৰদটো ভাঙি নামি অহা বিপুল পৰিমাণৰ জল প্ৰৱাহে ধেমাজি, ডিব্ৰুগড়, লখিমপুৰ আৰু তিনিচুকীয়া জিলাত বানপানীৰ সতৰ্কবাণী জাৰী কৰাৰ পাছত ডিব্ৰুগড় জিলা প্ৰশাসনে ডিব্ৰুগড় আৰু ধেমাজি জিলাৰ মাজত ফেৰী সেৱা অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি দিছে।

ইতিমধ্যে যোৱা নিশা ভাৰতীয় বায়ুসেনা বাহিনীৰ বিশেষ বিমানযোগে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমণ বাহিনীৰ ৬টা দল কলকাতাৰ পৰা ডিব্ৰুগড়ৰ মোহনবাৰী বিমানঘাটী আহি পাইছেহি। ৬টা দলত মুঠ ১৫০ গৰাকী সদস্য আছে আৰু ৩৬টন সা-সৰঞ্জাম আছে।

ইয়াৰে ৪টা দলক ধেমাজিলৈ এটা দলক তিনিচুকীয়ালৈ প্ৰেৰণ কৰা হৈছে আৰু এটা দলক ডিব্ৰুগড়ত ৰখা হৈছে।

আনহাতে, পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে ২০০জনীয়া ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমণ বাহিনীৰ ৮টা দল পাছিঘাটত অৱতৰণ কৰোৱা হৈছে।

পাছিঘাটত পানী বাঢ়ি আছে কিন্তু ১৪৯.৫০ মিটাৰত বিপদসীমাৰ তলেৰে বৈ আছে। পাছিঘাটত বিপদসীমা হৈছে ১৫৩.৯৬ মিটাৰ।

আনহাতে ডিব্ৰুগড়তো পানী হ্ৰাসৰ প্ৰৱণতাৰে ১০৩.৩২ মিটাৰ ওপৰেৰে বৈ আছে। ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ বিপদসীমা হৈছে ১০৫.৭০ মিটাৰ।

উল্লেখ্য দুৰ্যোগ প্ৰশমণৰ আগতীয়া প্ৰস্তুতি হিচাপে প্ৰশাসনে এই ব্যৱস্থাসমূহ গ্ৰহণ কৰিছে। উৰা বাতৰিৰ দ্বাৰা প্ৰভাৱিত হৈ আতংকিত নহ’বলৈ প্ৰশাসনে জনসাধাৰণলৈ আৱেদন জনাইছে।

Recent News

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd