• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বানপানীৰ সতৰ্কবাণীৰ পাছত ডিব্ৰুগড়-ধেমাজিৰ মাজত অনিৰ্দিষ্ট কাললৈ ফেৰী সেৱা বন্ধ প্ৰশাসনৰ

বিপদসীমাৰ তলেৰে বৈ আছে পানী : আতংকিত নহ’বলৈ জনসাধাৰণলৈ আৱেদন প্ৰশাসনৰ

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
October 20, 2018 10:44 am
majuli-ferry-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভূমিস্খলনৰ ফলত তিব্বতেৰে বৈ অহা ব্ৰহ্মপুত্ৰৰ মূল প্ৰৱাহ য়াৰ্লুং চাংপোত সৃষ্টি হোৱা বান্ধ হ্ৰদটো ভাঙি নামি অহা বিপুল পৰিমাণৰ জল প্ৰৱাহে ধেমাজি, ডিব্ৰুগড়, লখিমপুৰ আৰু তিনিচুকীয়া জিলাত বানপানীৰ সতৰ্কবাণী জাৰী কৰাৰ পাছত ডিব্ৰুগড় জিলা প্ৰশাসনে ডিব্ৰুগড় আৰু ধেমাজি জিলাৰ মাজত ফেৰী সেৱা অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি দিছে।

ইতিমধ্যে যোৱা নিশা ভাৰতীয় বায়ুসেনা বাহিনীৰ বিশেষ বিমানযোগে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমণ বাহিনীৰ ৬টা দল কলকাতাৰ পৰা ডিব্ৰুগড়ৰ মোহনবাৰী বিমানঘাটী আহি পাইছেহি। ৬টা দলত মুঠ ১৫০ গৰাকী সদস্য আছে আৰু ৩৬টন সা-সৰঞ্জাম আছে।

Apply Now

ইয়াৰে ৪টা দলক ধেমাজিলৈ এটা দলক তিনিচুকীয়ালৈ প্ৰেৰণ কৰা হৈছে আৰু এটা দলক ডিব্ৰুগড়ত ৰখা হৈছে।

আনহাতে, পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে ২০০জনীয়া ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমণ বাহিনীৰ ৮টা দল পাছিঘাটত অৱতৰণ কৰোৱা হৈছে।

পাছিঘাটত পানী বাঢ়ি আছে কিন্তু ১৪৯.৫০ মিটাৰত বিপদসীমাৰ তলেৰে বৈ আছে। পাছিঘাটত বিপদসীমা হৈছে ১৫৩.৯৬ মিটাৰ।

আনহাতে ডিব্ৰুগড়তো পানী হ্ৰাসৰ প্ৰৱণতাৰে ১০৩.৩২ মিটাৰ ওপৰেৰে বৈ আছে। ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ বিপদসীমা হৈছে ১০৫.৭০ মিটাৰ।

উল্লেখ্য দুৰ্যোগ প্ৰশমণৰ আগতীয়া প্ৰস্তুতি হিচাপে প্ৰশাসনে এই ব্যৱস্থাসমূহ গ্ৰহণ কৰিছে। উৰা বাতৰিৰ দ্বাৰা প্ৰভাৱিত হৈ আতংকিত নহ’বলৈ প্ৰশাসনে জনসাধাৰণলৈ আৱেদন জনাইছে।

অভিক চক্ৰবৰ্তী

অভিক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

এভাৰেষ্টত ৬ দিন ধৰি সন্ধানহীন : মৃত বুলি ধৰি লোৱাৰ পিছত বগাই বগাই জীৱন্তে উভতি আহিল পৰ্বতাৰোহী গাইড

এভাৰেষ্টত ৬ দিন ধৰি সন্ধানহীন : মৃত বুলি ধৰি লোৱাৰ পিছত বগাই বগাই জীৱন্তে উভতি আহিল পৰ্বতাৰোহী গাইড

June 4, 2026 5:35 pm
গ্ৰহৰ সঞ্চালন, শুক্ৰ গ্ৰহক ঢাকি ধৰিব চন্দ্ৰই! জুন মাহত ঘটিব একাধিক মহাজাগতিক পৰিঘটনা

গ্ৰহৰ সঞ্চালন, শুক্ৰ গ্ৰহক ঢাকি ধৰিব চন্দ্ৰই! জুন মাহত ঘটিব একাধিক মহাজাগতিক পৰিঘটনা

June 4, 2026 5:31 pm
সাত দশকৰ বৰ্ণিল যাত্ৰাৰ অন্ত: ৰূপালী পৰ্দাক চিৰবিদায় জনালে ক্লিণ্ট ইষ্টউডে

সাত দশকৰ বৰ্ণিল যাত্ৰাৰ অন্ত: ৰূপালী পৰ্দাক চিৰবিদায় জনালে ক্লিণ্ট ইষ্টউডে

June 4, 2026 5:15 pm
ট্ৰেকিংত গৈ সন্ধানহীন ২৪ বছৰীয়া এম বি এ ছাত্ৰী; যুৱতীৰ ২ বন্ধুক আটক কৰি জেৰা, বাঢ়িছে ৰহস্য

ট্ৰেকিংত গৈ সন্ধানহীন ২৪ বছৰীয়া এম বি এ ছাত্ৰী; যুৱতীৰ ২ বন্ধুক আটক কৰি জেৰা, বাঢ়িছে ৰহস্য

June 4, 2026 4:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এভাৰেষ্টত ৬ দিন ধৰি সন্ধানহীন : মৃত বুলি ধৰি লোৱাৰ পিছত বগাই বগাই জীৱন্তে উভতি আহিল পৰ্বতাৰোহী গাইড

এভাৰেষ্টত ৬ দিন ধৰি সন্ধানহীন : মৃত বুলি ধৰি লোৱাৰ পিছত বগাই বগাই জীৱন্তে উভতি আহিল পৰ্বতাৰোহী গাইড

June 4, 2026 5:35 pm
গ্ৰহৰ সঞ্চালন, শুক্ৰ গ্ৰহক ঢাকি ধৰিব চন্দ্ৰই! জুন মাহত ঘটিব একাধিক মহাজাগতিক পৰিঘটনা

গ্ৰহৰ সঞ্চালন, শুক্ৰ গ্ৰহক ঢাকি ধৰিব চন্দ্ৰই! জুন মাহত ঘটিব একাধিক মহাজাগতিক পৰিঘটনা

June 4, 2026 5:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd