• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? চিন্তা নাই, আছে সমাধান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 1, 2023 2:57 pm
1.8k
VIEWS
Share on FacebookShare on Twitter

আজিকালি মোবাইল ফোন আমাৰ জীৱনৰ এক অতি গুৰুত্বপূৰ্ণ অংশ। এই ফোনটো অবিহনে আমি এটাও মুহূৰ্ত কটাব নোৱাৰোঁ।

ইপিনে, বাৰিষাৰ বতৰ বৰ আহুকলীয়া। হঠাতে কেতিয়আ তিয়াই যায় তাৰ কোনো ঠিকনা নাই। ৰাস্তাত গৈ থকাৰ অৱস্থাত হঠাৎ বৰষুণে তিয়াই পেলাই আমাৰ পকেটত থকা মবাইলটো।

সেয়ে আজি আপোনালোকক জনাবলৈ লৈছোঁ বাৰিষাৰ বৰষুণৰ পৰা নিজৰ ফোনটো ৰক্ষা কৰাৰ কেইটামান কৌশল বা কিটিপ। সেই কৌশলবোৰৰ বিষয়ে জানো আহক।

  • মোবাইল ফোনটোৰ ভিতৰত পানী সোমালে চিন্তা নকৰিব। লগে লগে চাউলৰ টেমাত মোবাইলটো থৈ দিব। কমেও ৩-৪ ঘন্টা ম’বাইল ফোনটো চাউলৰ মাজত থৈ দিলে পানীখিনি শুকাই যাব।
  • বাৰিষা বাহিৰলৈ ওলাই যাওঁতে পলিথিন লৈ যাব লাগে। বৰষুণ আৰম্ভ হ’লে ফোনটো পলিথিন পেকেটৰ ভিতৰত থৈ দিব লাগে। ইচ্ছা কৰিলে জিপাৰ লক বেগ ব্যৱহাৰ কৰিব পাৰে। বৰষুণ আৰম্ভ হ’লে ফোনটো বেগৰ ভিতৰত থৈ জিপ লক কৰি দিব পাৰি।
  • ফোনটো পানীৰ পৰা ৰক্ষা কৰিবলৈ ৱাটাৰপ্ৰুফ কভাৰব্যৱহাৰ কৰিব পাৰি। ৱাটাৰপ্ৰুফ কভাৰৰ ভিতৰত ফোনটো ৰাখিলে ফোনটো তিতি যোৱাৰ চিন্তা কৰিব নালাগে। এই কভাৰ থাকিলে বৰষুণতো ফোনটো ব্যৱহাৰ কৰিব পাৰিব।
  • কোনো কাৰণত ফোনটোৰ ভিতৰত পানী সোমালে লগে লগে ফোনটো বন্ধ কৰি দিব। তাৰ পিছত শুকান কাপোৰেৰে ফোনটো ভালদৰে মচি দিব। প্ৰথমে ফোনটো বন্ধ কৰি দিব লাগে যাতে ফোনত পানী সোমাই শ্বৰ্ট চাৰ্কিটৰ সৃষ্টি নহয়।
  • ফোনটো কোনো কাৰণত তিতিলে তৎক্ষণাত চাৰ্জ নকৰিব। তিতি থকা অৱস্থাত চাৰ্জ কৰাটো বিপদজনক হ’ব পাৰে। গতিকে সম্পূৰ্ণ শুকান হোৱাৰ পিছতহে ফোনটো চাৰ্জ কৰক।

লগতে পঢ়কঃ  গৰ্ভাৱস্থাত আটাইকেইটা দাঁত সৰিল এগৰাকী মহিলাৰ; সকলোৰে ক্ষেত্ৰত কিন্তু হ’ব পাৰে এনেকুৱা

লগতে পঢ়কঃ ছুপাৰমেন! পঞ্চাশ বছৰ ধৰি নাই টোপনি, নিশাৰ ভাগত খেতি কৰে ভিয়েটনামৰ নিগকে

লগতে পঢ়কঃ কম্পিউটাৰত কাম কৰি থাকিলে চকু জ্বলা-পোৰা কৰে নেকি? কৰিলে কি কৰিব?

Recent News

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd