• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গৰ্ভাৱস্থাত আটাইকেইটা দাঁত সৰিল এগৰাকী মহিলাৰ; সকলোৰে ক্ষেত্ৰত কিন্তু হ’ব পাৰে এনেকুৱা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 1, 2023 9:09 am
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গৰ্ভাৱস্থাত ‘মৰ্নিং ছিকনেছ’ অৰ্থাৎ বমিৰ ভাৱ বা বমি হোৱাটো স্বাভাৱিক। কিন্তু, সেইবুলি দাঁতবোৰ সৰি পৰা? ব্ৰিটেইনৰ বাৰ্কশ্বাৰৰ বাসিন্দা লুইছ কুপাৰৰ ক্ষেত্ৰত এনেকুৱাই হৈছিল। ২৬ বছৰীয়া ব্ৰিটিছ মহিলাগৰাকী বৰ্তমান এগৰাকী হেয়াৰড্ৰেছাৰ। অৱশ্যে ২০১৭ চনত তেওঁ ফ্ৰান্সৰ এখন স্কি ৰিজ’ৰ্টত কাম কৰি আছিল। সেই বছৰতে তেওঁ প্ৰথমবাৰৰ বাবে গৰ্ভৱতী হৈছিল। গৰ্ভাৱস্থাৰ ১৬ সপ্তাহত তেওঁৰ প্ৰথম দাঁতটো সৰি পৰে।

দৰাচলতে অত্যধিক বমিৰ বাবে তেওঁৰ সকলো দাঁত ক্ষয় হৈছিল। তিনিটা সন্তানৰ মাতৃগৰাকী এতিয়া একেবাৰে সোলা। আৰু এতিয়া এই সোলা মুখৰ হাঁহিটোকে তেওঁ মানি লৈ জীৱনটো উপভোগ কৰিছে।

লুইছ কুপাৰে কয় যে প্ৰথমবাৰ গৰ্ভৱতী হোৱাৰ এসপ্তাহৰ ভিতৰতে তেওঁ অতি অসুস্থ হৈ পৰে। ফলত তেওঁ ফ্ৰান্সৰ পৰা ব্ৰিটেইনলৈ উভতি আহিবলগীয়া হয়। চিকিৎসকে কয় যে তেওঁ ‘হাইপেৰেমেছিছ গ্ৰেভিডাৰাম’ বা এইচ জি ৰোগত আক্ৰান্ত। ই ‘মৰ্নিং ছিকনেছ’ৰে এক বিৰল আৰু চৰম ৰূপ।

Apply Now

আমেৰিকান প্ৰেগনেন্সি এছ’চিয়েশ্যনৰ মতে এইচ জি ৰোগীৰ বাবে গৰ্ভাৱস্থা এটা কঠিন সময়। তীব্ৰ বমিৰ ভাৱ হয়। প্ৰচুৰ বমি হয়। ওজন কমি যায়। শৰীৰত ইলেক্ট্ৰলাইটৰ অভাৱ দেখা দিয়ে। বছৰি প্ৰায় ৬০ হাজাৰ আমেৰিকান মহিলাই এই সমস্যাৰ সন্মুখীন হয়।

লুইছৰ ক্ষেত্ৰত এই ৰোগে তেওঁৰ দাঁতত গুৰুতৰ প্ৰভাৱ পেলাইছিল। গৰ্ভাৱস্থাৰ ১৬ সপ্তাহৰ শেষত হঠাতে এটা দাঁত সৰি পৰাত তেওঁ ভয় খাইছিল। বমিত থকা এচিডৰ ফলত তেওঁৰ দাঁত গুৰুতৰভাৱে ক্ষয় হোৱা বুলি চিকিৎসকে জানিবলৈ দিয়ে। ২০১৭ চনৰ নৱেম্বৰ মাহত লুইছে প্ৰথম সন্তান জন্ম দিয়ে। তাৰ পিছত আৰু দুটা সন্তান জন্ম দিলে। প্ৰতিবাৰেই লুইছৰ হাইপাৰেমেছিছ গ্ৰেভিডাৰামৰ ৰোগ হৈছিল। প্ৰসৱৰ পিছত অৱশ্যে সকলো সমস্যা নাইকিয়া হৈ যায়। তিনিটা সন্তানৰ মাতৃগৰাকীৰ এতিয়া মুখত এটাও দাঁত বাকী নাই।

লুইছে কয় যে তেওঁ প্ৰথমতে বিধ্বস্ত হৈ পৰিছিল। তেওঁ নিজৰ ৰোগৰ লক্ষণসমূহক কেমোথেৰাপিৰ পাৰ্শ্বক্ৰিয়াৰ সৈতে তুলনা কৰিছিল। তেওঁ কয় যে এই ৰোগে তেওঁক মানসিক আৰু শাৰীৰিকভাৱে চেপি ধৰিছে। দাঁত হেৰুওৱাৰ উপৰিও খাদ্যৰ প্ৰতিও ভয় হৈছিল। প্ৰসৱৰ পিছতো বমি হোৱা খাদ্য খাব পৰা নাছিল।

অৱশ্যে যোৱা এবছৰত তেওঁ বিষয়টো মানি লৈছিল। লাহে লাহে তেওঁৰ খাদ্যাভ্যাস স্বাভাৱিক হৈ আহিছে। আৰু, নকল দাঁত থকাৰ পিছতো তেওঁ এতিয়া সোলা হৈয়েই ঘৰৰ পৰা ওলাই আহিছে। দাঁতবিহীন জীৱনটো উপভোগ কৰিবলৈ আৰম্ভ কৰিছে। লুইছে কামনা কৰিছে যে কোনো শত্ৰুৰো যাতে এনে অৱস্থা নহয়। অৱশ্যে চিকিৎসকে কয় যে যিকোনো গৰ্ভৱতী মহিলাৰে এনে অৱস্থা হ’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd