• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পঞ্চায়তৰ ফলাফলত জিকিল নিৰ্বাচনৰ দিনাই মৃত্যু ঘটা বিজেপি প্ৰাৰ্থী ধ্ৰুৱ কোঁ‌ৱৰ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
December 13, 2018 9:48 pm
Dhruba-750x375

মৃত বিজেপি প্ৰাৰ্থী ধ্ৰুৱ কোঁৱৰ ফটো : নৰ্থ-ইষ্ট নাও

1k
VIEWS
Share on FacebookShare on Twitter

বিজয়ৰ সেই অনাবিল আনন্দৰ ক্ষণ উপভোগ কৰাৰ পৰা বঞ্চিত হ’ল মাৰ্ঘেৰিটা সমষ্টিৰ বিজেপি দলৰ এগৰাকী প্ৰাৰ্থী৷ মাৰ্ঘেৰিটা সমষ্টিৰ কুমচাই গাঁও পঞ্চায়তৰ ৮নং ৱাৰ্ডৰ মেম্বাৰ হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ধ্ৰুৱ কোঁৱৰ নামৰ প্ৰাৰ্থীগৰাকীয়ে।

কিন্তু যোৱা ৫ ডিচেম্বৰত অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণৰ নিশাই উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ ধ্ৰুৱ কোঁৱৰে শোকাৱহভাৱে মৃত্যুক সাৱটি লৈছিল। আৰু আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে উক্ত পঞ্চায়তখনৰো ফলাফল ঘোষণা কৰা হ’ল। ফলাফল অনুসৰি মৃত বিজেপি প্ৰাৰ্থীগৰাকী জয়ী হয় বিপুল ভোটত।

বিপুল ভোটত জয়ী হোৱাৰ পাছতো নিজৰ প্ৰাৰ্থী গৰাকীক কাষত নাপাই শোকত ভাঙি পৰে ৱাৰ্ডবাসী ৰাইজ।

উল্লেখ্য যে প্ৰয়াত ধ্ৰুৱ কোঁ‌ৱৰে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰা ৱাৰ্ডটোৰ কংগ্ৰেছ প্ৰাৰ্থী মানমাচি কুৰচীক ৩৫০টা ভোটৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে। প্ৰয়াত কোঁ‌ৱৰ কুমচাই গাঁও পঞ্চায়তৰ আটাইকেইটা ৱাৰ্ডৰ ভিতৰতে ৱাৰ্ড মেম্বাৰ পদত অধিক ভোট লাভ কৰি অন্য এক অভিলেখ সৃষ্টি কৰে।

আজি নিৰ্বাচনৰ ফলাফল ঘোষনা হোৱাৰ পিছতেই কোঁ‌ৱৰৰ পৰিয়ালৰ লগতে ৱাৰ্ডবাসী ৰাইজ শোকত ভাগি পৰাৰ লগতে সমগ্ৰ অঞ্চলটোতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয়।

Recent News

মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ ধৰ্ম সোধোতে নিঃপালি দি শুই আছিল নেকি ৰাজদ্বীপ বাইলুং?

মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ ধৰ্ম সোধোতে নিঃপালি দি শুই আছিল নেকি ৰাজদ্বীপ বাইলুং?

ওড়িশাৰ পিছত এইবাৰ উত্তৰ প্ৰদেশত… নয়ডাৰ এখন কলেজত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ আত্ম*হনন

ওড়িশাৰ পিছত এইবাৰ উত্তৰ প্ৰদেশত… নয়ডাৰ এখন কলেজত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ আত্ম*হনন

বজালীত লোমহৰ্ষক ঘটনা : প্ৰাক্তন প্ৰেমিকে ধৰ্ষণ কৰি হত্যা কৰিলে ১৯ বছৰীয়া যুৱতীক

বজালীত লোমহৰ্ষক ঘটনা : প্ৰাক্তন প্ৰেমিকে ধৰ্ষণ কৰি হত্যা কৰিলে ১৯ বছৰীয়া যুৱতীক

যৌন সম্পৰ্ক স্থাপন কৰি ব্লেকমেইল; ৯ বৌদ্ধ সন্যাসীৰ পৰা কোটি কোটি টকা সৰকালে সুন্দৰীয়ে!

যৌন সম্পৰ্ক স্থাপন কৰি ব্লেকমেইল; ৯ বৌদ্ধ সন্যাসীৰ পৰা কোটি কোটি টকা সৰকালে সুন্দৰীয়ে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd