• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কৃষক আন্দোলনত অংশ লোৱাৰ সময়তে হৃদৰোগত প্ৰাণ হেৰুৱালে বয়োবৃদ্ধ কৃষকে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 16, 2024 6:29 pm
Farmer Dies during Dilli Chalo Protest
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘দিল্লী চলৌ’ কাৰ্যসূচীৰে দেশৰ ৰাজধানী দিল্লী অভিমুখে ৰাওনা হৈছে হাজাৰ হাজাৰ প্ৰতিবাদী কৃষক। প্ৰশসানৰ বাধা নেওচি প্ৰতিবাদী কৃষকসকলে অব্যাহত ৰাখিছে আন্দোলন। তাৰ মাজতে আজি শোকাৱহভাৱে মৃত্যুমুখত পৰিছে এগৰাকী বয়োবৃদ্ধ কৃষক।

আজি পুৱাৰ ভাগত দিল্লী-হাৰিয়ানা শম্ভু সীমান্তত ‘দিল্লী চলৌ’ আন্দোলনত অংশ লোৱা গিয়ান সিং নামৰ এগৰাকী ৭৯ বছৰীয়া কৃষকৰ হাৰ্ট এটেকৰ ফলত মৃত্যু হয়। নিহত কৃষকজন পঞ্জাৱৰ গুৰদাসপুৰ জিলাৰ চাচেকী নামৰ এখন গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, গিয়ান সিং কিষাণ মজদুৰ সংঘৰ্ষ সমিতিৰ সদস্য আছিল। শম্ভু সীমান্তত প্ৰতিবাদ সাব্যস্ত কৰা কৃষকসকলে জানিবলৈ দিয়া মতে, পুৱা প্ৰায় ৩ বজাত সিঙে অস্বস্তি অনুভৱ কৰাৰ পিছত প্ৰথমে ৰাজপুৰাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

কিন্তু স্বাস্থ্যৰ অৱস্থাৰ অধিক অৱনতি ঘটাত তেওঁক পাটিয়ালাৰ ৰাজেন্দ্ৰ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। চিকিৎসালয়খনৰ কৰ্তৃপক্ষই সদৰী কৰা মতে, সিঙৰ সংকটজনক অৱস্থাৰ বাবে তেওঁক জৰুৰীকালীন ৱাৰ্ডত ভৰ্তি কৰা হৈছিল যদিও পুৱা প্ৰায় ৬ বজাত তেওঁৰ মৃত্যু হয়।

উল্লেখ্য যে, নূন্যতম সমৰ্থন মূল্য (MSP)ৰ আইন প্ৰণয়ন, কৃষক ঋণ ৰেহাই আৰু স্বামীনাথন আয়োগৰ পৰামৰ্শ কাৰ্যকৰী কৰাকে ধৰি তিনিটা মূল দাবীৰ লগতে আন কিছু আনুসংগিক দাবী উত্থাপনেৰে প্ৰতিবাদী কৃষকসকলে ‘দিল্লী চলৌ’ কাৰ্যসূচী গ্ৰহণ কৰিছে।

এনে দাবীসমূহৰ ভিতৰত আছে বিদ্যুৎ আইন ২০২০ বাতিল, উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত নিহত কৃষকক ক্ষতিপূৰণ দিয়া, কৃষকৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ আদি। পদযাত্ৰা বন্ধ কৰিবলৈ বিপুল নিৰাপত্তাৰক্ষী মোতায়েন কৰাৰ লগতে স্থাপন কৰিছে বেৰিকেড।

কেৱল সিমানেই নহয়, পথত গজাল পুতিও কেন্দ্ৰই প্ৰতিবাদী কৃষকসকলক বাধা দিয়াৰ চেষ্টা কৰিছে। ইতিপূৰ্বে হাৰিয়ানা আৰক্ষীয়ে পঞ্জাৱৰ সীমান্তৰ শম্ভূত বহুকেইগৰাকী প্ৰতিবাদকাৰী কৃষকক আটক কৰে।

প্ৰতিবাদকাৰী কৃষকসকলে বেৰিকেড ভাঙি আগবাঢ়িবলৈ চেষ্টা কৰাৰ পিছত নিৰাপত্তাৰক্ষীয়ে ড্ৰ’ন ব্যৱহাৰ কৰি কন্দুৱা গেছ নিক্ষেপ কৰিছে কৃষকসকলৰ ওপৰত। নিৰাপত্তাৰক্ষীৰ এনে স্থিতিৰ পিছত ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd