• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিমাপুৰ ৰেল ষ্টেশ্যনত এতিয়া বিমান বন্দৰ সদৃশ সা-সুবিধা; ৰেল মন্ত্ৰীৰ প্ৰশংসা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 23, 2020 7:58 am
Dimapur-Railway-Station-1140x570

ফটো : ডিমাপুৰ ৰেল ষ্টেশ্যন

11.3k
VIEWS
Share on FacebookShare on Twitter

দীৰ্ঘসময়ৰ অপেক্ষাৰ অন্তত নাগালেণ্ডৰ ডিমাপুৰ ৰে’লৱে ষ্টেশ্যনে নাগা কৃষ্টি-সংস্কৃতি প্ৰতিফলিত হোৱাকৈ অত্যাধুনিক সা-সুবিধা লাভ কৰিছে।

উত্তৰ-পূবৰ দ্বিতীয় ব্যস্ত ৰে’লৱে ষ্টেশ্যনটো আধুনিকীকৰণৰ অন্তত বুধবাৰে যাত্ৰী সকলৰ বাবে বিমান বন্দৰ সদৃশ সা-সুবিধাৰ সৈতে মুকলি কৰি দিয়া হয়।

Take a look into the beautiful #Dimapur Railway Station, gateway to #Nagaland pic.twitter.com/WTdleiKnwb

— Northeast Frontier Railway (@RailNf) January 22, 2020

নতুনকৈ সজাই পৰাই তোলা ডিমাপুৰ ৰে’লৱে ষ্টেশ্যনটোত ১০০ ফুট উচ্চতাত এখন ৰাষ্ট্ৰীয় পতাকা স্থাপন কৰা হৈছে যিয়ে ৰাষ্ট্ৰীয় একতা আৰু ভাতৃত্ববোধ দৃঢ় কৰিব বুলি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ এগৰাকী কৰ্মীয়ে কয়।

উত্তৰ-পূব সীমান্ত ৰে’লৱে টুইটাৰত মুকলি কৰা অত্যাধুনিক ৰেল ষ্টেশ্যনটোৰ দৃশ্যত সুদৃশ্য প্ৰৱেশদ্বাৰ, আটকধুনীয়া জিৰণি কক্ষ আদি দেখা গৈছে।

নাগালেণ্ডৰ প্ৰবেশদ্বাৰ স্বৰূপ ডিমাপুৰ ৰে’লৱে ষ্টেশ্যনটোক আধুনিক ৰূপ দিয়াত অঞ্চলটোৰ লগতে নাগালেণ্ডৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া সপোন এটাই বাস্তৱ ৰূপ পালে।

ৰে’ল মন্ত্ৰী পিযুষ গোৱেলেও নৱ-নিৰ্মিত ডিমাপুৰ ৰে’লৱে ষ্টেশ্যনৰ কিছু ছবি নিজৰ টুইটাৰ একাউণ্টত শ্বেয়াৰ কৰি ইয়াৰ নিৰ্মাণ শৈলী আৰু নাগালেণ্ডৰ প্ৰশংসা কৰে।

Recent News

গৰুখুটিৰ সংকট? কোটি টকীয়া প্ৰকল্পৰ গৰু নিখোজ, অৰাজকতাৰ উত্তৰ দিবলৈ কোনো নাই!

গৰুখুটিৰ সংকট? কোটি টকীয়া প্ৰকল্পৰ গৰু নিখোজ, অৰাজকতাৰ উত্তৰ দিবলৈ কোনো নাই!

বিশ্বৰ বজাৰত খলকনি অসমৰ মাৰকুলিনৰ জৈৱিক আনাৰসৰ, ৰপ্তানি হ’ল ১ হাজাৰ মেট্ৰিকটন আনাৰস

বিশ্বৰ বজাৰত খলকনি অসমৰ মাৰকুলিনৰ জৈৱিক আনাৰসৰ, ৰপ্তানি হ’ল ১ হাজাৰ মেট্ৰিকটন আনাৰস

ভুল স্বীকাৰ কৰিলে যদিও ক্ষমা খোজাৰ পৰা বিৰত থাকিল মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, কি ক’লে সামাজিক মাধ্যমত?

ভুল স্বীকাৰ কৰিলে যদিও ক্ষমা খোজাৰ পৰা বিৰত থাকিল মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, কি ক’লে সামাজিক মাধ্যমত?

সংখ্যালঘুৰ বিৰুদ্ধে অপৰাধ তুংগত; মোডীৰ ভাৰতত যোৱা এবছৰৰ প্ৰতিবেদনক কেন্দ্ৰ কৰি চাঞ্চল্য

সংখ্যালঘুৰ বিৰুদ্ধে অপৰাধ তুংগত; মোডীৰ ভাৰতত যোৱা এবছৰৰ প্ৰতিবেদনক কেন্দ্ৰ কৰি চাঞ্চল্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd