• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চুলি ষ্ট্ৰেইট কৰে নেকি ? নকৰিব।

বহুতৰ ক্ষেত্ৰত দেখিবলৈ যে চুলি ষ্ট্ৰেইট পিছত নতুনকৈ গজি অহা চুলিবোৰ দেখাত বেয়া হৈ পৰে। যাৰ ফলত চুলি পুনৰ ষ্ট্ৰেইট কৰিব লগা হয়।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 20, 2022 8:22 pm
144
VIEWS
Share on FacebookShare on Twitter

আজিকালি বেছিভাগ মহিলাই নিজৰ সৌন্দৰ্য্য বৃদ্ধিৰ বাবে চুলি ষ্ট্ৰেইট কৰে। ফলত চুলিবোৰ ৰেচমী আৰু ধুনীয়া দেখা যায়। যিয়ে মানুহক সহজে আকৰ্ষণ কৰে। কিন্তু এই সৌন্দৰ্য্য বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰা ৰাসায়নিক পদাৰ্থৰ আছে বহু ক্ষতিকাৰক প্ৰভাৱ-

লগতে পঢ়কঃ বয়স্ক লোকৰ বাবে উপকাৰী যৌন মিলন :: সুখী যৌন জীৱনে দূৰ কৰে হৃদৰোগৰ সম্ভাৱনা

নিস্তেজ আৰু শুকান চুলি :  চুলি ষ্ট্ৰেইট কৰাৰ প্ৰক্ৰিয়াই আপোনাৰ চুলি শুকান আৰু নিস্তেজ কৰি তোলে। চুলি ষ্ট্ৰেইট কৰাৰ পিছত এই কথা আপুনি নিজেই অনুভৱ কৰিব পাৰে। নিয়মিত চুলি ষ্ট্ৰেইট কৰিলে চুলি স্থায়ীভাৱে ৰুক্ষ হৈ পৰে।

ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰ : চুলি ষ্ট্ৰেইট কৰাৰ পিছত যত্ন ল’বলৈ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হয়, যাৰ ফলত মানুহৰ শাৰীৰিক ক্ষতি হয়। আৰু ইয়াৰ বাবেই বহুতে এলাৰ্জীত আক্ৰান্ত হয়। ইয়াৰ উপৰিও খজুৱতি, উফিৰ দৰে সমস্যাও দেখা যায়।

চুলি সৰা :  ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰাৰ পিছত উফিৰ সমস্যা হয়, যাৰ ফলত চুলি সৰা আৰম্ভ হয়।

নতুন চুলিৰ সমস্যা :  বহুতৰ ক্ষেত্ৰত দেখিবলৈ যে চুলি ষ্ট্ৰেইট পিছত নতুনকৈ গজি অহা চুলিবোৰ দেখাত বেয়া হৈ পৰে। যাৰ ফলত চুলি পুনৰ ষ্ট্ৰেইট কৰিব লগা হয়।

লগতে পঢ়কঃ আশ্চৰ্য! প্ৰথমবাৰৰ বাবে তাজমহললৈ হাউছ টেক্স বিচাৰি জাননী প্ৰেৰণ; বিষয়াৰ ভুল নে আন কিবা?

Recent News

অনবদ্য ৰোহিত! সীমাৰ ভিতৰতে স্তব্ধ গীল-সুদৰ্শনৰ দল; গুজৰাটক পৰাস্ত কৰি কোৱালিফায়াৰত মুম্বাই

অনবদ্য ৰোহিত! সীমাৰ ভিতৰতে স্তব্ধ গীল-সুদৰ্শনৰ দল; গুজৰাটক পৰাস্ত কৰি কোৱালিফায়াৰত মুম্বাই

চাণক্য নীতি : নতুন বছৰত এই তিনিটা প্ৰাণীৰ পৰা শিকক জীৱনৰ কথা

চাণক্য নীতি : নতুন বছৰত এই তিনিটা প্ৰাণীৰ পৰা শিকক জীৱনৰ কথা

চেনিটেৰী নেপকিন নে ‘মেনস্ট্রুৱেল কাপ’? মাহেকীয়াৰ সময়ত সুৰক্ষিত কিয়?

চেনিটেৰী নেপকিন নে ‘মেনস্ট্রুৱেল কাপ’? মাহেকীয়াৰ সময়ত সুৰক্ষিত কিয়?

যোধা আৰু আকবৰৰ বিয়া হোৱাই নাছিল, ব্ৰিটিছৰ প্ৰভাৱত বিকৃত হ’ল ইতিহাস : এই মন্তব্য ৰাজস্থানৰ ৰাজ্যপালৰ

যোধা আৰু আকবৰৰ বিয়া হোৱাই নাছিল, ব্ৰিটিছৰ প্ৰভাৱত বিকৃত হ’ল ইতিহাস : এই মন্তব্য ৰাজস্থানৰ ৰাজ্যপালৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd