• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

বয়স্ক লোকৰ বাবে উপকাৰী যৌন মিলন :: সুখী যৌন জীৱনে দূৰ কৰে হৃদৰোগৰ সম্ভাৱনা

নাৰীৰ অৰ্গাজমে অক্সিট’চিন হৰম’ন নিৰ্গত কৰে, যিয়ে শৰীৰৰ ৰক্তবাহী নলী প্ৰসাৰিত কৰাৰ লগতে প্ৰত্যক্ষভাৱে ৰক্তচাপ হ্ৰাস কৰে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 19, 2022 6:09 pm
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১০ চনত আমেৰিকান জাৰ্নেল অৱ কাৰ্ডিঅ’লজিত প্ৰকাশিত এক অধ্যয়নত দেখা গৈছে যে সপ্তাহত কমেও দুবাৰকৈ যৌন সম্পৰ্ক স্থাপন কৰা পুৰুষৰ হৃদৰোগৰ সম্ভাৱনা মাহে এবাৰহে যৌন সম্পৰ্ক স্থাপন কৰা পুৰুষতকৈ যথেষ্ট কম।

২০১২ চনত প্ৰকাশিত আমেৰিকান হাৰ্ট এছ’চিয়েশ্যনৰ এটা প্ৰবন্ধত প্ৰকাশ কৰা হৈছিল যে যৌন সম্পৰ্ক নিয়মিতভাবে স্থাপন কৰা ব্যক্তিৰ হাৰ্ট এটেকৰ সম্ভাৱনা ১ শতাংশতকৈও কম। আনহাতে হাৰ্ট ৰোগীসকলৰ বাবে যৌন সম্পৰ্ক সম্পূৰ্ণ নিৰাপদ।

Apply Now

সুস্থ হৃদযন্ত্ৰৰ বাবে যৌন সম্পৰ্কৰ প্ৰয়োজন। ক্লিভলেণ্ড ক্লিনিক হাস্পতালৰ ইন্টাৰভেনচনেল কাৰ্ডিঅ’লজীৰ চিকিৎসা সঞ্চালক ডাঃ ডিন নুক্টাৰ মতে, সুস্থ হৃদযন্ত্ৰ আৰু যৌন কাৰ্যকলাপ দুয়োটা দুয়োটাৰে বাবে উপকাৰী, প্ৰয়োজনীয় আৰু ভাল। যৌন কাৰ্যই যেনেকৈ হৃদযন্ত্ৰক সুস্থ কৰি ৰাখে আৰু হাৰ্ট এটেকৰ সম্ভাৱনা কমায়, ঠিক তেনেদৰে সুস্থ হৃদযন্ত্ৰই যৌন কাৰ্যকলাপৰ মাত্ৰা আৰু পৰিমাণো বৃদ্ধি কৰে।

লগতে পঢ়ক : দলবদ্ধ ধৰ্ষণৰ বলি নাবালিকা! পৰিত্যক্ত বাংলোত নাৰকীয় যৌন নিৰ্যাতন; ৮ জনক গ্ৰেপ্তাৰ

যৌনতা হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে এটা ভাল এৰোবিক ব্যায়াম। আমেৰিকান কলেজ অৱ স্প’ৰ্টছৰ মতে, এৰোবিক ব্যায়াম হ’ল শৰীৰৰ বৃহৎ পেশীবোৰৰ ছন্দময়ভাৱে কৰা ব্যায়াম। এৰোবিক ব্যায়ামে ওজন হ্ৰাস কৰে, যাৰ ফলত ডায়েবেটিছ হ্ৰাস বা প্ৰতিৰোধ হয় আৰু হাৰ্ট এটেকৰ সম্ভাৱনা হ্ৰাস পায়। যিহেতু যৌন সম্ভোগ এৰোবিক ব্যায়াম, গতিকে মধ্যমীয়া যৌন কাৰ্যকলাপে বিশেষকৈ মহিলাৰ উচ্চ ৰক্তচাপ কমায়।

নাৰীৰ অৰ্গাজমে অক্সিট’চিন হৰম’ন নিৰ্গত কৰে, যিয়ে শৰীৰৰ ৰক্তবাহী নলী প্ৰসাৰিত কৰাৰ লগতে প্ৰত্যক্ষভাৱে ৰক্তচাপ হ্ৰাস কৰে। যৌন সম্পৰ্কই মনৰ শান্তি আনে, মানসিক উদ্বেগ আৰু অস্থিৰতা দূৰ কৰে, মানসিক চাপ কমায়।

ষ্ট্ৰেছ হৰম’নে আমাৰ হৃদস্পন্দন বৃদ্ধিৰ লগতে ৰক্তবাহী নলী সংকুচিত কৰে। যাৰ ফলত ৰক্তচাপ বৃদ্ধি পায় আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। যৌনতাই ষ্ট্ৰেছ হৰম’ন হ্ৰাস কৰে, মনক শান্ত কৰে, হৃদস্পন্দন স্বাভাৱিক কৰে, ৰক্তচাপ কমায় বা স্বাভাৱিক কৰে আৰু হাৰ্ট এটেকৰ সম্ভাৱনা হ্ৰাস কৰে। গতিকে মধ্যমীয়া আৰু নিয়মীয়া যৌন অনুশীলনে মানসিক চাপ, হতাশা, ভাগৰ, উদ্বেগ, নিসংগতা দূৰ কৰি মানসিক স্বাস্থ্য ভাল কৰি ৰাখে।

লগতে পঢ়ক :  অণ্ডকোষৰ বিষত চিকিৎসকৰ ওচৰ পালেগৈ যুৱক :: অণ্ডকোষৰ ভিতৰত ওলাল কি ?

 

যৌন কৰ্মৰ এই উপকাৰিতা বয়সস্থ লোকৰ বাবে অধিক গুৰুত্বপূৰ্ণ কাৰণ বয়সৰ লগে লগে যৌন কৰ্মৰ ক্ষমতাতকৈ সম্পৰ্কৰ গভীৰতা অধিক হয়। গতিকে স্বাভাৱিক আৰু মধ্যমীয়া যৌন মিলনে বয়সস্থ লোকৰো শৰীৰত স্বাভাৱিক তেজৰ যোগান ধৰে। সুন্দৰ শাৰীৰিক আৰু মানসিক অনুভূতিৰ সৃষ্টি হয়। লগতে যৌন মিলনে যুৱচামৰ লগতে বয়স্ক লোকৰো মানসিক উদ্বেগ, হতাশা আৰু মানসিক চাপ কমায়।

লগতে পঢ়ক : এক কিলো চাহপাতৰ মূল্য ১.১৫ লাখ টকা! অসমতে উঠিছে চাহপাতৰ এই দৰ!

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

October 11, 2026 3:37 pm
“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm
কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

October 11, 2026 12:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

October 11, 2026 3:37 pm
“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd