• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গৰ্ভস্থ শিশুৰ পেটত আন এটা ভ্ৰুণ, ইউএছজি দেখি স্তম্ভিত চিকিৎসক, বিশ্বতেই বিৰল এই পৰিঘটনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 29, 2025 6:50 pm
1.6k
VIEWS
Share on FacebookShare on Twitter

মহাৰাষ্ট্ৰৰ বুলকানাৰ এখন চৰকাৰী চিকিৎসালয়ত সংঘটিত হৈছে এক অদ্ভুত কাণ্ড, য’ত এগৰাকী গৰ্ভৱতী মহিলাৰ ছ’ন’গ্ৰাফীৰ পাছত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। ছ’ন’গ্ৰাফী ৰিপ’ৰ্টত দেখা গৈছে যে, গৰ্ভৱতী মহিলাৰ পেটত এটা কেঁচুৱাৰ উপৰিও সেই কেঁচুৱাটোৰ পেটত আন এটা কেঁচুৱা আছে।

দুদিন পূৰ্বে মোটালা তহচিলৰ এখন গাঁৱৰ এগৰাকী ৩২ বছৰীয়া গৰ্ভৱতী মহিলা চৰকাৰী মহিলা চিকিৎসালয়লৈ গৈছিল। তাতে ডাঃ প্ৰসাদ আগৰৱালাই ছ’নোগ্ৰাফী কৰি গৰ্ভত আন এটা কেঁচুৱাৰ অস্তিত্ব আৱিষ্কাৰ কৰে। ডাঃ আগৰৱালাই ছ’ন’গ্ৰাফী অধিক বিশদভাৱে পৰীক্ষা কৰি মহিলাগৰাকীৰ গৰ্ভস্থ শিশুটিৰ পেটত আন এটা অপৰিপক্ক কেঁচুৱা আছে বুলি নিশ্চিত কৰে।

ইয়াৰ পাছতে তেওঁ উচ্চ কৰ্তৃপক্ষক ঘটনাৰ খবৰ দিয়ে আৰু প্ৰসৱৰ সময়ত কোনো ধৰণৰ জটিলতাৰ পৰা হাত সাৰিবলৈ মহিলাগৰাকীক সম্ভাজিনগৰলৈ প্ৰেৰণ কৰে। স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ প্ৰসাদ আগৰৱালাই কয় যে মহিলাগৰাকীৰ কোনো সমস্যাৰ আশংকা নাই যদিও শিশুটিৰ সোনকালে চিকিৎসা নকৰিলে ইয়াৰ শাৰীৰিক বৃদ্ধি স্তব্ধ হ’ব পাৰে।

চিভিল চাৰ্জন ডা. ভাগৱত ভূছাৰীয়ে কয় যে চিকিৎসাৰ ক্ষেত্ৰত এই পৰিস্থিতিক ‘ভ্ৰুণ-ভ্ৰুণ’ (ভ্ৰূণত ভ্ৰুণ) বুলি কোৱা হয়, যিটো পৃথিৱীত অতি বিৰল। বিশ্বত এনেধৰণৰ মাত্ৰ ২০০টা ঘটনা সংঘটিত হৈছে, ইয়াৰে ১৫ৰ পৰা ২০টা ভাৰতত সংঘটিত হৈছে।

Recent News

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd