• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অস্ত্ৰোপচাৰৰ সময়ত পেটৰ পৰা বাহিৰ হ’ল সুৰাৰ বটল; দেখি চকু কপালত উঠিল চিকিৎসকৰ!

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 11, 2023 10:12 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এজন মানুহে তীব্ৰ পেটৰ বিষত চিকিৎসকৰ ওচৰলৈ গৈছিল। চিকিৎসকে তেওঁক বিষৰ কাৰণ চিনাক্ত কৰিবলৈ শাৰীৰিক পৰীক্ষা কৰিবলৈ কয়। পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পিছত চিকিৎসকৰ চকু কপালত উঠিল। ৰিপ’ৰ্ট দেখা গ’ল যে ব্যক্তিজনৰ পেটৰ ভিতৰত সুৰাৰ বটল এটা আছে। আৰু তাৰ বাবেই তেওঁ তীব্ৰ পেটৰ বিষত ভুগি আছে। পিছত অস্ত্ৰোপচাৰৰ কৰি বটলটো আঁতৰ কৰা হয়।

২৬ বছৰীয়া নুৰছাদ মনচুৰীৰ লগত ঘটিছিল এই আচৰিত ঘটনাটো। তেওঁৰ ঘৰ নেপালৰ ৰাউতাহাট জিলাৰ গুজাৰা পৌৰসভা এলেকাত। স্থানীয় সংবাদ মাধ্যমৰ মতে, শুকুৰবাৰে নুৰছাদৰ প্ৰায় আঢ়ৈ ঘণ্টা অস্ত্ৰোপচাৰ চলিছিল। পাঁচ দিন আগতে, তেওঁক পেটৰ তীব্ৰ বিষত স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

লগতে পঢ়ক: বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ ৰাজ্যৰ ১০টা ৰাজনৈতিক দল; এলাগী আপ, এআইইউডিএফ, তৃণমূল!

নুৰছাদৰ অস্ত্ৰোপচাৰৰ সৈতে জড়িত এজন চিকিৎসকে সংবাদ মাধ্যমক কয় যে নুৰছাদে পেটৰ ভিতৰত এটা সুৰাৰ বটল লৈ ঘূৰি ফুৰিছিল। সেইকাৰণে তেওঁৰ পেটত বিষ হৈছিল। বটলটোৱে তেওঁৰ অন্ত্ৰ ক্ষতিগ্ৰস্ত কৰিছিল। অস্ত্ৰোপচাৰৰ পিছত নুৰছাদ এতিয়া বিপদমুক্ত হৈছে।

কিন্তু প্ৰশ্ন হয় যে কেনেকৈ সুৰাৰ বটল এটা নুৰছাদৰ পেটলৈ গৈছিল। আচৰিত ঘটনাটো আৰক্ষীৰ ওচৰো পায়গৈ। কাৰণটো বিচাৰিবলৈ আৰক্ষী তদন্তত নামিছে। তদন্ত চলি আছে। অৱশ্যে, প্ৰাৰম্ভিক অনুসন্ধানৰ পিছত আৰক্ষীয়ে ধাৰণা কৰে যে বন্ধুসকলে সুৰাৰ আড্ডাত নুৰছাদৰ সৈতে এনে কাম কৰিব পাৰে। সুৰাপান কৰাৰ পিছত মাতাল অৱস্থাত হয়তো নুৰছাদৰ মলদ্বাৰৰ মাজেৰে সুৰাৰ বটলটো বলপূৰ্বক সুমুৱাই দিয়া হৈছিল।

লগতে পঢ়ক:প্ৰযুক্তিৰ যুদ্ধ! টুইটাৰক প্ৰত্যাহ্বান জনাই এটা নতুন এপ লৈ আহিছে মেটাই! কি আছে ইয়াত?

আৰক্ষীয়ে সন্দেহৰ ভিত্তিত নুৰছাদৰ বন্ধুবৰ্গক জেৰা কৰি আছে। আৰক্ষীয়ে শ্বেখ শ্বামীম নামৰ এজন লোকক সন্দেহজনক হিচাপে গ্ৰেপ্তাৰ কৰিছে। শ্বামীম নুৰছাদৰ এজন বন্ধু।

ৰাউতাহাটৰ আৰক্ষী অধীক্ষক বীৰ বাহাদুৰ বৌদ্ধই কয়, “আমি ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিম। শ্বামীমকে ধৰি নুৰছাদৰ সকলো বন্ধুক সোধা-পোছা কৰা হ’ব।‘’

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

September 16, 2025 8:20 am
UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

September 16, 2025 7:40 am
মহিলাসকলৰ হৰম’ন সমস্যা: লক্ষণক আওকাণ নকৰিব, বিশেষজ্ঞৰ পৰামৰ্শ আৱশ্যক

মহিলাসকলৰ হৰম’ন সমস্যা: লক্ষণক আওকাণ নকৰিব, বিশেষজ্ঞৰ পৰামৰ্শ আৱশ্যক

September 16, 2025 7:01 am
অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

September 16, 2025 8:20 am
UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

September 16, 2025 7:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd