• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শঙ্কৰদেৱ সঙ্ঘৰ অধিৱেশনলৈ যাবলৈ সময় নাই! সদগুৰুৰ আগমনকলৈ সপৰিয়ালে ব্যস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 10, 2025 5:16 pm
494
VIEWS
Share on FacebookShare on Twitter

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ ৰিণিকি ভুঞা শৰ্মাৰ মালিকাধীন বন্দ্যা ইণ্টাৰনেচনেল স্কুলত উপস্থিত হয় সদগুৰু। ইয়াৰ পূৰ্বে অসম চৰকাৰৰ মন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকলৰ বিশেষ অনুষ্ঠানতো উপস্থিত থাকে সদগুৰুৱে।

মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সামাজিক মাধ্যমৰ নিজা হেণ্ডেলত কয়, আজি লোকসেৱা ভৱনত পৰম পূজ্য শ্ৰীসদগুৰু ডাঙৰীয়াই আমাৰ চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক মুকলি মত বিনিময় অনুষ্ঠানত মিলিত হয়৷ উত্তম চৰকাৰী শাসন ব্যৱস্থা প্ৰদানৰ সময়ত আধ্যাত্মিক চেতনা সংহত কৰাৰ গুৰুত্বৰ বিষয়ে তেখেতে আলোকপাত কৰি আমাক সকলোকে সমৃদ্ধ কৰি তোলে।

ইয়াৰ পাছতে সদগুৰে মুখ্যমন্ত্ৰী পত্নীৰ মালিকাধীন বন্দ্যা ইণ্টাৰনেচনেল স্কুলত উপস্থিত হয় সদগুৰু। এই অনুষ্ঠানতো মুখ্যমন্ত্ৰী শৰ্মাই সহপৰিয়ালে উপস্থিত থাকে। প্ৰকাশিত খবৰ মতে অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে আধ্যাত্মিক গুৰু, GLOBAL INFLUENCER সদগুৰুৰ অনুষ্ঠান।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বন্দ্যা ইণ্টাৰনেচনেল স্কুলত ‘SATSANG WITH SADHGURU’ শীৰ্ষক এই অনুষ্ঠান অনুষ্ঠিত হয়।

আধ্যাত্মিক গুৰুজনৰ অনুষ্ঠানত অংশ ল’লে ১০ সহস্ৰাধিক লোকে। উপস্থিত থাকে মুখ্যমন্ত্ৰী, মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালকৰ লগতে আন বহু বিশিষ্ট ব্যক্তি। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে কৃষ্ণগুৰুৰ অনুষ্ঠানতো অংশগ্ৰহণ কৰে। উক্ত অনুষ্ঠানতো হাজাৰ হাজাৰ ভক্তৰ সৈতে হৰিনামৰ ধ্বনিত মুখ্যমন্ত্ৰী হাত চাপৰি বজাই থকা দেখা গ’ল।  মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই দুই আধ্যাত্মিক তথা ধৰ্মীয় অনুষ্ঠান অংশগ্ৰহণ কৰাৰ পাছতে এতিয়া একাংশই প্ৰশ্ন উত্থাপন কৰাৰ লগতে আক্ৰমণ কৰিছে। তেওঁলোকে কয় যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনত উপস্থিত থাকিবলৈ সময় নোপোৱা মুখ্যমন্ত্ৰী সদগুৰু আৰু কৃষ্ণগুৰুৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ঠিকেই সময় পায়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুগামী শ্ৰীমন্ত শংকৰদেৱ সংঘক এলাগী কৰি মুখ্যমন্ত্ৰী কেনেকৈ শংকৰদেৱক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব বুলিও প্ৰশ্ন কৰিছে একাংশই।

Recent News

আলিগড় মুছলিম বিশ্ববিদ্যালয়ে লাভ কৰিলে নতুন কেন্সাৰ প্ৰতিৰোধী ঔষধৰ পেটেণ্ট

আলিগড় মুছলিম বিশ্ববিদ্যালয়ে লাভ কৰিলে নতুন কেন্সাৰ প্ৰতিৰোধী ঔষধৰ পেটেণ্ট

মাকে মোবাইল চুবলৈ নিদিয়াই হ’ল কাল : পাহাৰৰ পৰা জঁপিয়াই সৰ্বনাশ কৰিলে নাবালক সন্তানে

মাকে মোবাইল চুবলৈ নিদিয়াই হ’ল কাল : পাহাৰৰ পৰা জঁপিয়াই সৰ্বনাশ কৰিলে নাবালক সন্তানে

‘‘চীনে ভাৰতৰ ভূমি দখল কৰিছে বুলি আপুনি কেনেকৈ জানে?’’ ৰাহুল গান্ধীক ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

‘‘চীনে ভাৰতৰ ভূমি দখল কৰিছে বুলি আপুনি কেনেকৈ জানে?’’ ৰাহুল গান্ধীক ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

বিপন্ন গিবন সংৰক্ষণৰ বাবে জৰুৰী পৰিকল্পনাৰ আহ্বান- প্ৰাইমেট’লজিষ্ট দিলীপ চেত্ৰীৰ

বিপন্ন গিবন সংৰক্ষণৰ বাবে জৰুৰী পৰিকল্পনাৰ আহ্বান- প্ৰাইমেট’লজিষ্ট দিলীপ চেত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd