• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

শীঘ্ৰেই বজাৰলৈ আহি আছে AI কণ্ডম! কিন্তু সঁচাকৈ নে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 12, 2025 4:46 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান সকলো ক্ষেত্ৰতে কৃত্ৰিম বুদ্ধিমত্তাৰ বৃদ্ধি পাইছে প্ৰভাৱ। প্ৰায় সকলো ক্ষেত্ৰতে এই প্ৰযুক্তিৰ ব্যৱহাৰ পৰিলক্ষিত হৈছে। আশ্বৰ্যজনক যে কণ্ডম পৰ্যন্ত প্ৰভাৱিত কৰি গৈছে কলে বুলি শুনি আচৰিত হোৱা স্বাভাৱিক।

সম্প্ৰতি জনপ্ৰিয় কণ্ডম নিৰ্মাতা Manforce-এ দাবী কৰিছেল যে তেওঁলোকে বিশ্বৰ প্ৰথমটো AI চালিত কণ্ডম প্রস্তুত কৰিছে। এই খবৰ প্ৰকশৰ লগে লগে ইণ্টাৰনেটত ব্যাপক চৰ্চা আৰম্ভ হৈছে। কণ্ডমটোৰ নাম দিছে “Manforce AI”। প্ৰতিবেদন অনুসৰি, এই কণ্ডমত ইন্টেলিজেন্ট গ্ৰীড, লোকালাইজড ছাৰফেছ, আৰু AI ভিত্তিক মাইক্ৰ’চিপ ব্যৱহাৰ কৰা হৈছে বুলি দাবী কৰা হৈছিল।

এই কণ্ডমত ১৮৬৯টা বিশেষ ডট থাকিব, যিয়ে যৌন সম্পৰ্কৰ সময়ত কম্পনৰ অনুভৱ দিব। ইছাৰ সৈতে আছিল FlexiFit AI 360 ডাইনামিক মডুলেচন, যিয়ে কণ্ডমটোক অধিক সুবিধাজনক বুলি দাবী কৰা হৈছিল।

আচৰিত কথাটো হ’ল—এই কণ্ডমত থাকিব ৰিপ’ৰ্ট কাৰ্ড! যৌন সম্পৰ্কৰ পিছত বাকচৰ QR ক’ড স্কেন কৰিলে আপোনাৰ মোবাইলত দেখুৱাব:

  • Satisfaction Score
  • Strokes per Minute
  • Duration

You fell for it, didn’t you? We had you believing AI could take protection to the next level, but turns out, some things are still better left to humans. #ManforceDotAI was just an #AprilFools prank, but at least we got you thinking! 😆#CondomNahiManforceBolo #ManforceCondoms pic.twitter.com/sXo9DuRXHf

— Manforce Condoms (@ManforceIndia) April 1, 2025

এই সকলো কথা শুনি বাস্তৱ বুলি বিশ্বাস কৰাটো কঠিন। অবশ্যে শেষত দেখা গ’ল এইটো এপ্ৰিল ফুল প্ৰেংক আছিল। ১ এপ্ৰিল তাৰিখে Manforce ৰ X হেণ্ডেলত প্ৰকাশ পোৱা এখন বিজ্ঞাপনত স্পষ্টকৈ কৈছিল,
“বিশ্বাস কৰিলে নহয়নে? আমি আপোনালোকক আশ্বস্ত কৰিলোঁ যে AIয়ে নিৰাপত্তাক পৰৱৰ্তী পৰ্যায়লৈ লৈ যাব পাৰে, কিন্তু কিছুমান কথা এতিয়াও মানুহৰ ওপৰত এৰি দিয়াটো ভাল। #ManforceDotAI আছিল মাত্ৰ এটা #AprilFools প্ৰেংক, কিন্তু অন্ততঃ আমি আপোনাক ভাবিবলৈ বাধ্য কৰালোঁ!”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd