• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চাৰ্টাৰ্ড একাউণ্টেণ্ট সঞ্জয় জৈনক বৰ্জন ডিব্ৰুগড় প্ৰেছ ক্লাবৰ

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
August 22, 2018 5:47 pm
AAGP-570x320

ফাইল ফটো

122
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড় প্ৰেছ ক্লাবে আজি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব চৌহদত আয়োজন কৰা এখন জৰুৰীকালীন সভা আহ্বান কৰে। এই সভাত ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি প্ৰবীৰ চক্ৰবৰ্তী আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মনজিৎ বৰাই যুটীয়াভাৱে সভাপতিত্ব কৰে।

উক্ত সভাত শেহতীয়াভাৱে চাৰ্টাৰ্ড একাউণ্টেণ্ট সঞ্জয় জৈনে ডিব্ৰুগড়ৰ ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সাংবাদিকসকলৰ বিৰুদ্ধে বিভিন্ন সময়ত ৰুজু কৰা গোচৰসমূহৰ সন্দৰ্ভত আলোচনা কৰা হয়।

সভাখনত বহু কেইটা প্ৰস্তাৱ গ্ৰহণ কৰা হয়। গ্ৰহণ কৰা প্ৰস্তাৱসমূহ অনুসৰি

প্ৰেছ ক্লাবে সঞ্জয় জৈনৰ ভুমিকাক গৰিহণা দিয়ে আৰু তেওঁৰ কোনো ভাবুকিৰ ওচৰত নতি স্বীকাৰ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

চাৰ্টাৰ্ড একাউণ্টেণ্ট সঞ্জয় জৈনে ভৱিষ্যতে আহ্বান কৰা সকলো সংবাদমেল বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সঞ্জয় জৈন যুক্ত থকা সকলো সংস্থা আৰু অনুষ্ঠানৰ সকলো সংবাদমেল আৰু অন্যন্য কাৰ্যসূচী গ্ৰহণ কৰাৰো প্ৰস্তাৱ প্ৰেছ ক্লাবে গ্ৰহণ কৰে।

উল্লেখ্য যে জিলা প্ৰশাসনে কৰা এটা অনুসন্ধানত তেওঁৰ বিষয়ে সাক্ষ্য দিয়াসকলক মাৰণাস্ত্ৰ দেখুৱাই ভাবুকি দিয়াৰ অভিযোগত ২০১৭ চনত ডিব্ৰুগড় আৰক্ষীয়ে চাৰ্টাৰ্ড একাউণ্টেণ্ট সঞ্জয় জৈনক গ্ৰেপ্তাৰ কৰিছিল।

সূত্ৰৰ পৰা জানিব পৰা গৈছে যে উক্ত গোচৰটো ডিব্ৰুগড়ৰ দিগম্বৰ জৈন সমাজ, গ্ৰাহম বজাৰ আৰু দিগম্বৰ জৈন সমাজ নয়া বজাৰ শাখাৰ মাজৰ বিবাদৰ সৈতে জড়িত আছিল।

ডিব্ৰুগড়ৰ শৈলেশ জৈনৰ অভিযোগৰ ভিত্তিত  ভাৰতীয় দণ্ডবিধিৰ ৩৮৪/৫০৬ ধাৰাত ডিব্ৰুগড় আৰক্ষী থানাত ৪৯৩/২০১৭ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰা হৈছিল।

Recent News

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd