• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰকাশ পালে সন্তোষ ট্ৰফীৰ ফাইনেল ৰাউণ্ডৰ গ্ৰুপ বিভাগ; কোন গ্ৰুপত কাৰ লগত থাকিল অসম?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 1, 2023 10:32 am
2.6k
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনে এইবাৰৰ সন্তোষ ট্ৰফীৰ চূড়ান্ত ৰাউণ্ডৰ গ্ৰুপ বিভাগসমূহ প্ৰকাশ কৰিছে। সেই অনুসৰি এই ফুটবল প্ৰতিযোগিতাখনৰ পৰৱৰ্তী পৰ্ব অহা বছৰৰ দ্বিতীয় মাহৰ পৰা অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হ’ব। ২১ ফেব্ৰুৱাৰীৰ পৰা এই পৰ্ব আৰম্ভ হ’ব আৰু ৯ মাৰ্চলৈকে চলিব।

এইবাৰ মুঠ বাৰটা ফুটবল দলক দুটা ভাগত ভাগ কৰা হৈছে। তেওঁলোকৰ মাজত মেচৰ আয়োজন কৰা হ’ব। এই ক্ষেত্ৰত গ্ৰুপ পৰ্যায়ৰ শ্ৰেষ্ঠ আৰু শক্তিশালী দল হৈছে ক্ৰমে মণিপুৰ, অসম, দিল্লী, চাৰ্ভিচ, মহাৰাষ্ট্ৰ আৰু গোৱা। এই দলসমূহৰ ওপৰত সকলোৰে অতিৰিক্ত দৃষ্টি থাকিব। লগতে কেইবাটাও দলে পূৰ্বৰ পৰ্যায়ৰ ৰাণাৰ্ছ  আপ হিচাপে খেলাৰ সুযোগ পাব।

লগতে পঢ়কঃ আজিৰে পৰা সলনি হৈছে ছিম ক্ৰয়ৰ নতুন নিয়ম; নামানিলে ১০ লাখ টকা জৰিমনা, হ’ব পাৰে জেল

ইয়াৰ ভিতৰত মিজোৰাম, কেৰালা, ৰেল ৱেলছৰ দৰে ফুটবল দলো আছে। আন তিনিটা ফুটবল দলেও চূড়ান্ত ৰাউণ্ডত প্ৰৱেশ কৰে। যোৱা বছৰৰ বিজয়ী দল কৰ্ণাটক সেই তালিকাত আছে। সেইদৰে আছে ৰাণাৰ্ছ আপ মেঘালয়।

ইয়াৰ উপৰিও অৰুণাচল প্ৰদেশে আয়োজক ৰাজ্য হিচাপে খেলাৰ সুযোগ লাভ কৰিছে। এই ফুটবল দলটোৰ প্ৰতিও বহুতৰে দৃষ্টি থাকিব। আচলতে সময়ৰ লগে লগে অৰুণাচলে নিজকে শক্তিশালী কৰি তুলিছে। সেয়ে, এই ফুটবল দলটোৱে এইবাৰ ডাঙৰ অঘটন ঘটাবও পাৰে। অৱশ্যে এই বাৰটা দলৰ ভিতৰত চাৰিটা দলে কোৱাৰ্টাৰ ফাইনেলত সুযোগ ল’ব। তাৰ পিছতে ইয়াৰ পৰৱৰ্তী ৰাউণ্ডটো আৰম্ভ হ’ব।

লগতে পঢ়কঃ দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে ঘোষণা ভাৰতীয় দল: সীমিত অভাৰৰ শৃংখলাত নাই কোহলী-ৰোহিত

কিন্তু এইবাৰ প্ৰশ্ন হ’ল কোন গ্ৰুপত কোন থাকিব? এই ক্ষেত্ৰত অৰুণাচল প্ৰদেশ, অসম, গোৱা, কেৰালা, মেঘালয় আৰু চাৰ্ভিছেছে প্ৰথম বিভাগ অৰ্থাৎ গ্ৰুপ ‘এ’ত সুযোগ পাইছে। আনহাতে গ্ৰুপ ‘বি’ত আছে ক্ৰমে মণিপুৰ, ৰেলৱে, মিজোৰাম, মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু দিল্লী। 

Recent News

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

৪০০ কোটি টকাৰ দুৰ্নীতি! অস্ত্ৰ ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰীক পলাতক ঘোষণা আদালতৰ

৪০০ কোটি টকাৰ দুৰ্নীতি! অস্ত্ৰ ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰীক পলাতক ঘোষণা আদালতৰ

শৌচাগাৰত বহি ভাৰ্চুৱেল শুনানিত হাজিৰ হোৱা! ঘটনাৰ দৃষ্টিগোচৰ হোৱাত নিজাববীয়া ব্যৱস্থা গ্ৰহণ উচ্চ ন্যায়ালয়ৰ

শৌচাগাৰত বহি ভাৰ্চুৱেল শুনানিত হাজিৰ হোৱা! ঘটনাৰ দৃষ্টিগোচৰ হোৱাত নিজাববীয়া ব্যৱস্থা গ্ৰহণ উচ্চ ন্যায়ালয়ৰ

কমলৱেলথ যুৱ শান্তি ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত আইআইটি গুৱাহাটীৰ ছাত্ৰী সুকন্যা সোণোৱাল

কমলৱেলথ যুৱ শান্তি ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত আইআইটি গুৱাহাটীৰ ছাত্ৰী সুকন্যা সোণোৱাল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd