• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰধানমন্ত্ৰী মোডীৰ বাসভৱনৰ ওপৰত ৰহস্যজনক ড্ৰোন; তদন্ত আৰম্ভ আৰক্ষীৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 3, 2023 11:08 am
1.8k
VIEWS
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ ওপৰেৰে উৰি আছিল এখন ড্ৰোন। ৰহস্যজনক গতিবিধি  দৃষ্টিগোচৰ হোৱাৰ লগে লগে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। ৰহস্যময় ড্ৰোনখন ট্ৰেক কৰাৰ চেষ্টা কৰা হৈছে।

দিল্লী আৰক্ষীৰ সূত্ৰ অনুসৰি, সোমবাৰে পুৱা প্ৰায় পাঁচ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাসভৱনৰ ওপৰেৰে এখন ড্ৰোন উৰি থকা দেখা গৈছিল। তাৰ পিছত চাঞ্চল্য বিয়পি পৰে।

জানিব পৰা মতে, প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা বিশেষ সুৰক্ষা গোটৰ বিষয়াসকলে ৰাতিপুৱা পাঁচ বজাৰ আশে পাশে এই ৰহস্যজনক ড্ৰোনখন দেখিছিল। তেওঁলোকে লগে লগে দিল্লী আৰক্ষীক খবৰ দিয়ে।

লগতে পঢ়ক: অসমৰ সংগীত জগতত নক্ষত্ৰ পতন; বিশিষ্ট কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাৰ দেহাৱসান

খবৰ পোৱাৰ পিছতে আৰক্ষীয়ে অভিযান আৰম্ভ কৰে। ইতিমধ্যে ৰহস্যজনক ড্ৰোনখনৰ ট্ৰেকিং আৰম্ভ হৈছে। অৱশ্যে এই পৰ্যন্ত ড্ৰোনখনৰ কোনো সন্ধান পোৱা হোৱা নাই।

দিল্লী আৰক্ষীয়েও এক বিবৃতি প্ৰকাশ কৰি কয় যে প্ৰধানমন্ত্ৰী মোদীৰ বাসভৱনৰ ওপৰত এটা ৰহস্যজনক উৰণীয়া বস্তু দেখা গৈছে। চাৰিওফালৰ অঞ্চলত তালাচী চলোৱা হয় যদিও ড্ৰোনখনৰ কোনো তথ্য পোৱা হোৱা নাই। এয়াৰ ট্ৰেফিক কন্ট্ৰ’লক এই বিষয়ে অৱগত কৰা হৈছে। তেওঁলোকেও কোনো উৰণীয়া বস্তুৰ সন্ধান পোৱা নাই।

লগতে পঢ়ক: ‘অসমৰ মুখ্যমন্ত্ৰীয়ে মণিপুৰত মূৰ নুসুমোৱাই ভাল’; হিমন্ত বিশ্ব শৰ্মাক সমালোচনা চিদাম্বৰমৰ

উল্লেখ্য যে প্ৰধানমন্ত্ৰীৰ সুৰক্ষাৰ বাবে তেওঁৰ বাসভৱন ৰেড ন’ ফ্লাই জ’নৰ অধীনত আছে। প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ ওপৰেৰে যেনেকৈ কোনো বিমান উৰিব নোৱাৰে, তেনেকৈ কোনো ড্ৰোনো উৰাব নোৱাৰি।

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd