• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘অসমৰ মুখ্যমন্ত্ৰীয়ে মণিপুৰত মূৰ নুসুমোৱাই ভাল’; হিমন্ত বিশ্ব শৰ্মাক সমালোচনা চিদাম্বৰমৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 3, 2023 9:51 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত দিয়া মন্তব্যক লৈ দেওবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰমে।

চিদাম্বৰমে পৰামৰ্শ দিয়ে যে শৰ্মাই মণিপুৰৰ সংঘাতত হস্তক্ষেপ কৰাৰ পৰা বিৰত থাকি আঁতৰি থকাই ভাল হ’ব।

প্ৰাক্তন গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে আৰু উত্তৰ-পূবৰ ৰাজ্যখনত কেইমাহমানৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰিলে শান্তি প্ৰতিষ্ঠাত সহায় হ’ব।

Apply Now

লগতে পঢ়ক: ভাল খবৰ! ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ অসম কন্যা উমা ছেত্ৰীৰ

শনিবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল যে শান্তি পুনৰুদ্ধাৰৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ যৌথ প্ৰচেষ্টাত বিচক্ষণতাৰে কাম কৰা বাবেই ৭ৰ পৰা ১০ দিনৰ ভিতৰত চুবুৰীয়া ৰাজ্য মণিপুৰৰ পৰিস্থিতি উন্নত হ’ব।

উত্তৰ-পূব ৰাজ্যখনত ইতিমধ্যে আপেক্ষিকভাৱে শান্তি ঘুৰি অহাৰ সময়ত তেওঁলোকে উদ্বেগ প্ৰকাশ কৰা বুলি দাবী কৰি তেওঁ কংগ্ৰেছক সমালোচনা কৰিছিল।

মণিপুৰত মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত ৩ মে’ৰ পৰা চলি থকা সংঘৰ্ষত গোষ্ঠীগত হিংসাৰ ফলত ১৫০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে।

লগতে পঢ়ক: Creativity: সৃষ্টিশীলতাই দূৰ কৰিব নেতিবাচক চিন্তা আৰু আৱেগ; যি ছয়টা কাৰণে….

চিদাম্বৰমে টুইটাৰযোগে লিখিছে, ‘অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছে যে এসপ্তাহৰ ভিতৰত মণিপুৰত শান্তি ঘূৰাই অনা হ’ব। তেওঁ মণিপুৰৰ সংঘাতত হস্তক্ষেপ কৰাৰ পৰা বিৰত থাকি আঁতৰি আহিলে সহায় হ’ব।”

চিদাম্বৰমে লগতে পৰামৰ্শ দিয়ে, “বীৰেণ সিং ডাঙৰীয়াই যদি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে আৰু কেইমাহমানৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন দিয়া হয় তেন্তে সেয়াও লাভজনক হ’ব।”

CM, Assam has promised that peace will return to Manipur in a week.

It will help if CM, Assam did not poke his nose into Manipur's conflict and stayed away

It will also help if Mr Biren Singh resigned as CM and President's Rule was imposed for a few months.

— P. Chidambaram (@PChidambaram_IN) July 2, 2023

ডিব্ৰুগড়ত অনুষ্ঠিত এক অনুষ্ঠানৰ সময়ত বিজেপি নেতৃত্বাধীন উত্তৰ-পূব গণতান্ত্ৰিক মিত্ৰজোঁটৰ আহ্বায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত কৈছিল, ‘মণিপুৰৰ পৰিস্থিতি ক্ৰমান্বয়ে উন্নত হৈছে। মই ভাৱো যে অহা দহ দিনৰ ভিতৰত আমি আৰু অধিক উন্নত পৰিস্থিতিৰ সাক্ষী হ’ম।”

শৰ্মাই দাবী কৰিছিল যে বিগত এমাহত মণিপুৰত উল্লেখযোগ্য উন্নতি লাভ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

July 4, 2026 11:13 am
চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

July 4, 2026 10:42 am
সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

July 4, 2026 10:02 am
বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

July 4, 2026 8:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

July 4, 2026 11:13 am
চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

July 4, 2026 10:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd