NORTHEAST NOW (Assamese)

বঙাইগাঁৱত ড্ৰাগছসহ এজনক আটক

February 23, 2022 3:46 pm · প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও

বঙাইগাঁও আৰক্ষীয়ে ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰিছে ৷

বঙাইগাঁও চহৰৰ পাগলাস্থান নিউ কলনিৰ পৰা হাতে লোটে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰীজনৰ নাম বাবু গিৰি বুলি জানিব পৰা গৈছে ৷

আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীজনৰ পৰা ড্ৰাগছসহ সাতটা কণ্টেইনাৰ, এ এছ ১৯ কিউ ৪২৫৩ নম্বৰৰ এখন স্কুটী আৰু এটা মোবাইল হেণ্ডচেট জব্দ কৰে ৷

কণ্টেইনাৰ কেইটাত মুঠ ৯.২৭ গ্ৰাম হেৰ’ইন আছিল ৷

Related News