• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ড্ৰাগছৰ বৃহৎ ঘাটি উৎখাত; নাগালেণ্ড আৰক্ষীৰ দুজন জোৱানসহ ৩ জন লোকক গ্ৰেপ্তাৰ

Drugs Recovered In Merapani ::Two Nagaland Police Personnel alongwith one other arrested 

ঋতুপল্লৱ শইকীয়া by ঋতুপল্লৱ শইকীয়া
May 4, 2020 8:58 pm
প্ৰতিনিধিত্বমূলক চিত্ৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

1.9k
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে নিশা গোলাঘাট জিলাৰ মেৰাপানীত নিৰাপত্তাৰক্ষীৰ দলে অভিযান চলাই ড্ৰাগছৰ এটা ঘাটি উৎখাত কৰে।

জানিব পৰা মতে কালি নিশা আৰক্ষী আৰু চি আৰ পি এফৰ এটা যুটীয়া অভিযানকাৰী দলে কৰিম আলী নামৰ এজন লোকৰ ঘৰত অভিযান চলাই বহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ কৰে।

অভিযানকাৰীয় দলটোৱে কৰপিম আলী নামৰ লোকজনক গ্ৰেপ্তাৰ কৰাৰ লগতে নাগা আৰ্মড পুলিচৰ দুগৰাকী জোৱানকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

নাগা আৰ্মড পুলিচৰ জোৱান দুজনৰ এজন ভাণ্ডাৰীৰ ৰোলেন ল’থা আৰু আনজন ওখা বুলি চিনাক্ত কৰে।

এই লোক কেইজনক নাৰ্কটিক ড্ৰাগছ এণ্ড চাইক’ট্ৰপিক ছাবটেন্সেছ এক্টৰ ২১ বি ধাৰৰ অধীনত সগ্ৰেপতাৰ কৰা বুলি জানিবলৈ দিয়ে।

ইফালে এই লোক কেইজনক আজি গোলাঘাটৰ মুখ্য ন্যায়িক দণ্ডধীশৰ আদালতে জেইল হাজোতলৈ প্ৰেৰণ কৰে।

Recent News

NBA Raising Star Leuge: ভাৰতীয় দলত স্থান লাভ অসমৰ জীয়ৰী ৰুমী কোঁৱৰ

NBA Raising Star Leuge: ভাৰতীয় দলত স্থান লাভ অসমৰ জীয়ৰী ৰুমী কোঁৱৰ

কৃত্ৰিম বানৰ কবলত শিৱসাগৰত: জলমগ্ন ঐতিহাসিক ৰংঘৰ চৌহদো

কৃত্ৰিম বানৰ কবলত শিৱসাগৰত: জলমগ্ন ঐতিহাসিক ৰংঘৰ চৌহদো

লামডিং–বদৰপুৰ ৰে’লপথত ভূমিস্খলনৰ বাবে যাত্ৰাত ব্যাঘাত! এনএইচএআইৰ তদন্ত আৰম্ভ

লামডিং–বদৰপুৰ ৰে’লপথত ভূমিস্খলনৰ বাবে যাত্ৰাত ব্যাঘাত! এনএইচএআইৰ তদন্ত আৰম্ভ

আদানী, আম্বানী, ৰামদেৱ আদিৰ দৰে পুঁজিপতি গোষ্ঠীক এই মাটি হস্তান্তৰ কৰিব নোৱাৰিব : ৰাজ্যপালক স্মাৰক পত্ৰ আম আদমী পাৰ্টিৰ

আদানী, আম্বানী, ৰামদেৱ আদিৰ দৰে পুঁজিপতি গোষ্ঠীক এই মাটি হস্তান্তৰ কৰিব নোৱাৰিব : ৰাজ্যপালক স্মাৰক পত্ৰ আম আদমী পাৰ্টিৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd