• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শীঘ্ৰেই স্থানান্তৰ কৰা হ’ব ভয়াৱহ প্ৰদূষণৰ সৃষ্টি কৰা দীপৰ বিলৰ ডাম্পিং গ্ৰাউণ্ড

এন ই নাও নিউজ by এন ই নাও নিউজ
May 31, 2019 9:14 am
Depar-Beel-Dumping-Groung_main-1140x570

দীপৰ বিলৰ সমীপৰ ডাম্পিং গ্ৰাউণ্ড।

604
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ প্ৰাকৃতিক সৌন্দৰ্যৰ ৰম্যভূমি হিচাপে পৰিচিত দীপৰ বিলৰ সমীপত থকা জাৱৰ জোথৰ পেলোৱা ‘ডাম্পিং গ্ৰাউণ্ড’ সোনকালেই আন ঠাইলৈ স্থানান্তৰ কৰা হ’ব। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে গুৱাহাটী পৌৰ নিগমক আগন্তুক দুমাহৰ ভিতৰত এই পেলনীয়া জাৱৰ জোথৰৰ ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰৰ নিৰ্দেশ দিছে।

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে এই ডাম্পিং গ্ৰাউণ্ড বৰ্তমানৰ স্থানৰ পৰা চন্দ্ৰপুৰ অঞ্চললৈ পৰৱৰ্তী দুমাহৰ ভিতৰত স্থানান্তৰ কৰাৰ বাবে নিৰ্দেশ দিছে।

আনহাতে, ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে ইয়াৰ নিৰ্দেশটোত গুৱাহাটী পৌৰ নিগমক অহা ১৬জুলাইৰ ভিতৰত এই ডাম্পিং গ্ৰাউণ্ড দীপৰ বিলৰ সমীপৰ বৰ্তমানৰ  পশ্চিম বৰাগাঁৱত থকা স্থানৰ পৰা চন্দ্ৰপুৰৰ প্ৰস্তাৱিত স্থানলৈ নিয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে।

তদুপৰি, ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে গুৱাহাটী পৌৰ নিগমক এই ডাম্পিং গ্ৰাউণ্ড বৰ্তমানৰ স্থানৰ পৰা চন্দ্ৰপুৰৰ প্ৰস্তাৱিত নতুন স্থানলৈ স্থানান্তৰৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত এখন শপতনামা দাখিলৰো নিৰ্দেশ দিয়ে।

কেইবাগৰাকীও পৰিৱেশবিদ তথা সামাজিক কৰ্মীয়ে পশ্চিম বৰাগাঁৱত থকা ডাম্পিং গ্ৰাউণ্ডৰ পেলনীয়া জাৱৰ জোথৰে প্ৰদূষণ সৃষ্টি কৰাৰ অভিযোগ তুলি দীপৰ বিলৰ পানী প্ৰদূষিত কৰাৰ লগতে জৈৱ বৈচিত্ৰৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰাৰ বিষয়ে চৰকাৰক অৱগত কৰি আৰু ইয়াক উক্ত স্থানৰ পৰা স্থানান্তৰ কৰাৰ বাবে আহ্বান জনাই আহিছে।

Recent News

ৰামচৰিতমানসৰ উদ্ধৃতিৰে এয়াৰ মাৰ্শ্বাল এ.কে. ভাৰতীৰ শক্তিশালী বাৰ্তা!

ৰামচৰিতমানসৰ উদ্ধৃতিৰে এয়াৰ মাৰ্শ্বাল এ.কে. ভাৰতীৰ শক্তিশালী বাৰ্তা!

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

মৰ্মান্তিক! পেনচিলভেনিয়াত এক গাড়ী দুৰ্ঘটনাত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

মৰ্মান্তিক! পেনচিলভেনিয়াত এক গাড়ী দুৰ্ঘটনাত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

দেশৰ শ্ৰেষ্ঠ টেষ্ট অধিনায়ক কোহলী; আনকি ধোনী-সৌৰভো নাই বিৰাটৰ আশেপাশে

দেশৰ শ্ৰেষ্ঠ টেষ্ট অধিনায়ক কোহলী; আনকি ধোনী-সৌৰভো নাই বিৰাটৰ আশেপাশে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd