• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰয়োজন হ’লে শিলাদিত্যক ত্ৰিপুৰা বা বাংলাদেশত থৈ আহিবলৈ বদ্ধপৰিকৰ দুৰ্নীতি বিৰোধী যুৱশক্তি, অসম

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 25, 2018 11:18 pm
Durniti VS Siladitya
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“প্ৰয়োজন সাপেক্ষে আমি হোজাইৰ বিধায়ক শিলাদিত্যক ত্ৰিপুৰা নাইবা বাংলাদেশত থৈ আহিবলৈ বদ্ধপৰিকৰ।” আজি দুৰ্নীতি বিৰোধী যুৱশক্তি অসমে শিলাদিত্যই কালি দিচপুৰ প্ৰেছক্লাবৰ মুখামুখি অনুষ্ঠানত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইদৰে কয়।

উল্লেখ্য যে, কালিৰ দিচপুৰ প্ৰেছক্লাবৰ মুখামুখি অনুষ্ঠানত হোজাই সমষ্টিৰ বিতৰ্কৰ ৰজা হিচাপে খ্যাত বিধায়ক শিলাদিত্যই অসমখনক ত্ৰিপুৰা হিচাপে গঢ় দিয়াৰ পোষকতা কৰিছিল।

আনহাতে, আজি গুৱাহাটী প্ৰছক্লাবত দিয়া এখন সংবাদমেলত দুৰ্নীতি বিৰোধী যুৱশক্তি অসমে তেওঁক উভতি ধৰে। দুৰ্নীতি বিৰোধী যুৱ শক্তি, অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে হোজাই বিধায়কগৰাকীক ছাগলীৰ সৈতে তুলনা কৰি কয় “অতি মুৰ্খ বিধায়ক শিলাদিত্যই যদি এনে ধৰণৰ মন্তব্য কৰি থাকে তেন্তে তেওঁক আমি ত্ৰিপুৰা নাইবা বাংলাদেশত থৈ আহিম, এই কথা অতি স্পষ্ট।”

তেওঁ লগতে বিধায়কগৰাকীক সকীয়নি প্ৰদান কৰি কয় “অসমৰ যুৱ প্ৰজন্মক ছাগল আৰু পাগলৰ দৰে মাতলামি কৰি বিপথে পৰিচালিত কৰি নাথাকিব।”

আনহাতে, ভাৰতবৰ্ষক এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ বুলি উল্লেখ কৰি তেওঁ লগতে কয় “এই ৰাষ্ট্ৰত যদি কোনোবাই গণতান্ত্ৰিক পদ্ধতিৰে হিন্দু বা মুছলিম যিয়েই নহওক, মুখ্য মন্ত্ৰী হয়, তাত শিলাদিত্য দেৱৰ কি অসুবিধা আছে?”

তেওঁ লগতে কয় যে এইখন ৰাষ্ট্ৰত সংবিধানে সকলোকে সমান অধিকাৰ দিছে। এনে পৰিপ্ৰেক্ষিতত শিলাদিত্য দেব কোন বুলিও উক্ত সংবাদমেলত প্ৰশ্ন কৰে।

তেওঁ লগতে শিলাদিত্যক অনুৰোধ কৰি কয় “আপুনি এগৰাকী হিন্দু বীৰ অথবা হিন্দুত্ববাদী নেতা হ’লেও আপোনাৰ বাংলাদেশৰ পৰা অনা চাৰ্টিফিকেটখিনি সঠিকভাৱে ৰাখক।”

আনহাতে, এন আৰ চিক লৈ উদ্ভট মন্তব্য নকৰিবলৈ বাৰম্বাৰ অনুৰোধ জনাই থকা আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ এইক্ষেত্ৰত স্থিতিৰ প্ৰতি প্ৰশ্ন তোলে সংগঠনটোৰ সভাপতিগৰাকীয়ে।

তেওঁ কয় “শিলাদিত্যই ইমান মুকলিভাৱে এন আৰ চিৰ বিৰুদ্ধে মন্তব্য দি অহাৰ পিছতো তেওঁক এতিয়াও মুকলিকৈ ৰখা হৈছে কিয়?”

তদুপৰি উক্ত সংবাদমেলৰ জৰিয়তে তেওঁ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক তেওঁৰ দলৰে বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’বৰ বাবে আহ্বান জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

September 14, 2025 7:03 pm
৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

September 14, 2025 5:49 pm
অবৈধ কয়লা খননক লৈ চিবিআইৰ তদন্তৰ দাবী আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ

অবৈধ কয়লা খননক লৈ চিবিআইৰ তদন্তৰ দাবী আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ

September 14, 2025 5:33 pm
সংবাদ কৰ্মীৰ ওপৰত আক্ৰমণ! অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী

সংবাদ কৰ্মীৰ ওপৰত আক্ৰমণ! অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী

September 14, 2025 4:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

September 14, 2025 7:03 pm
৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

September 14, 2025 5:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd