• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘গেৰুৱা বসন পৰিহিত মানসিক বিকাৰগ্ৰস্ত সত্যৰঞ্জন বৰাক শীঘ্ৰে গ্ৰেপ্তাৰ কৰক’ : দুৰ্নীতি বিৰোধী যুৱ শক্তি

‘সত্য ৰঞ্জন বৰাৰ দৰে দুষ্ট চৰিত্ৰৰ লোকক গ্ৰেপ্তাৰ নকৰি অসম আৰক্ষীয়ে পক্ষপাতিত্ব গ্ৰহণ কৰিছে’ ধৰ্মকান্ত গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 1, 2020 5:59 pm
Satya Ranjan VS Durniti
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘গাত হালধীয়া কাপোৰ লৈ মানসিক বিকৃতি ঘটা সত্যৰঞ্জন বৰাক অনতিপলমে গ্ৰেপ্তাৰ কৰক।‘ এই দাবী তুলিছে দুৰ্নীতি বিৰোধী যুৱ শক্তি, অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে।

নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক ভিডিঅ’যোগে গগৈয়ে কয় ‘ৰাজ্যত কিছু মাহৰ পৰা এখন হালধীয়া কাপোৰ লৈ এটা অতি স্বাৰ্থপৰ আৰু সুবিধাবাদী সত্য ৰঞ্জন বৰাই নিজকে হিন্দু ধৰ্মৰ ৰক্ষক বুলি ভাবিবলৈ লৈছে।’

এইজন নেতাই হিন্দু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰিবলৈ বা গোষ্ঠীগত সংঘৰ্ষ কৰিবলৈ নাভুত-নাশ্ৰুত অকথ্য বক্তব্য ছ’চিয়েল মেডিয়াৰ জৰিয়তে আপলোড কৰিছে অথবা সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে।‘

‘আইন ব্যৱস্থাৰ বাবে ই অতি লজ্জাজনক। শিলাদিত্য দেৱকে ধৰি বিভিন্ন ধৰণৰ নেতাই নিজৰ টিআৰপি ল’বলৈ মুছলমানক গালি পাৰি বৰ্তমানৰ বিজেপি চৰকাৰ আৰু আৰএছএছৰ আস্থাভাজন হ’বলৈ চেষ্টা কৰিছে।‘ গগৈয়ে লগতে কয়।

ইপিনে, এইসকলৰ বিৰুদ্ধে চৰকাৰ প্ৰশাসনে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই বুলি অভিযোগ কৰি গগৈয়ে লগতে কয় ‘হালধীয়া কাপোৰ এখন লৈ নিজকে ধৰ্মীয় গুৰু বুলি ভাবিবলৈ ধৰা পিপঁৰা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে অনতিপলমে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।‘

আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তলৈ অনুৰোধ জনাই গগৈয়ে কয় ‘অনতি পলমে সত্যৰঞ্জন বৰাৰ দৰে দুষ্ট চৰিত্ৰৰ লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।‘

ইয়াৰোপৰি, উজনি অসমৰ বিভিন্ন থানাত সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰা হৈছে যদিও কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি উল্লেখ কৰি গগৈয়ে কয় ‘সত্য ৰঞ্জন বৰাৰ দৰে দুষ্ট চৰিত্ৰৰ লোকক গ্ৰেপ্তাৰ নকৰি অসম আৰক্ষীয়ে পক্ষপাতিত্ব গ্ৰহণ কৰিছে।’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd