• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰেমিক বিচাৰি বিজ্ঞাপন সুন্দৰী যুৱতীৰ; ২৪ ঘন্টাত জমা পৰিল ৩ হাজাৰ আবেদন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 7, 2023 3:45 pm
ভেৰা ডেকমেন্স। ফটো: সংগ্ৰহীত।

ভেৰা ডেকমেন্স। ফটো: সংগ্ৰহীত।

1k
VIEWS
Share on FacebookShare on Twitter

প্ৰেমিক বিচাৰি বিজ্ঞাপন দিছিল ডাচ সুন্দৰী ভেৰা ডেকমেন্সে। ২৩ বছৰীয়া ভেৰা ডেকমেন্সৰ আগতে কেতিয়াও কোনো প্ৰেমৰ সম্পৰ্ক নাছিল।

এইবাৰ তেওঁ প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিব বিচাৰে। কিন্তু মনে বিচৰা এজন প্ৰেমিক বিচাৰি তেওঁ বিজ্ঞাপন দিলে। যিয়ে তেওঁৰ প্ৰেমিক হ’ব বিচাৰে, সেইজনে নিৰ্ধাৰিত আবেদন পত্ৰখন পূৰণ কৰি পঠিয়াব লাগিব। ২৪ ঘন্টাত ৩০০০ প্ৰাৰ্থীয়ে আবেদন পত্ৰ পূৰণ কৰি প্ৰেৰণ কৰে।

লগতে পঢ়ক: যাত্ৰাপথত চেলফি ল’লে ভাৰতৰ সৌৰযান আদিত্য এল-১য়ে; কেমেৰাত বন্দী চন্দ্ৰ আৰু পৃথিৱীৰ ছবি

ডেকমেন্সে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম টিকটকত এটা ভিডিঅ’ পোষ্ট কৰে। সেই ভিডিঅ’টোত তেওঁ প্ৰেমিক হ’বলৈ আগ্ৰহীসকলৰ বাবে নিৰ্ধাৰিত আবেদন পত্ৰখন দেখুৱাইছিল। তাত তেওঁ প্ৰাৰ্থীসকলক তেওঁলোকৰ কৰ্ম আৰু প্ৰেমৰ ইতিহাসৰ বিষয়ে ধাৰাবাহিকভাৱে প্ৰশ্ন দাঙি ধৰিছে।

বৰ্তমান ডেকমেন্স লণ্ডনত থাকে। তেওঁ কয়, ‘কিছুমানে ভাবে যে মই এজন প্ৰেমিক নিৰ্বাচনৰ বাবে আবেদন বিচাৰিছো – ই এক আচহুৱা কথা। কিন্তু সামগ্ৰিকভাৱে বহু প্ৰাৰ্থীয়ে ইয়াৰ প্ৰতি ইতিবাচক সঁহাৰি দেখুৱাইছে।‘

লগতে পঢ়ক: মিলিও নিমিলিল! কি কাৰণে ঘৰ ভাঙিল তাৰকা দম্পতি জো-ছোফিৰ?

এই যুৱতীগৰাকীয়ে কয়, ‘২০২৩ চনত ডেটিং কৰাটো কঠিন। গতিকে মই এতিয়াই জানিব বিচাৰিছো, মোৰ বাবে ভাল প্ৰেমিক বা উপযুক্ত প্ৰেমিক কোন হ’ব পাৰে। কিমান আৱেদন পাইছো হিচাপ কৰাটো টান। কিন্তু ইমানখিনি ক’ব পাৰো, মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে প্ৰায় তিনি হাজাৰ আৱেদন পাইছো।‘

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd