• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মিলিও নিমিলিল! কি কাৰণে ঘৰ ভাঙিল তাৰকা দম্পতি জো-ছোফিৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 7, 2023 11:38 am
জো জোনাছ আৰু ছোফি টাৰ্নাৰ। ফটো: সংগ্ৰহীত।

জো জোনাছ আৰু ছোফি টাৰ্নাৰ। ফটো: সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চেলিব্ৰিটি দম্পতী জো জ’নাছ আৰু ছোফি টাৰ্নাৰৰ ঘৰ ভাঙিছে। যোৱা মঙলবাৰে জ’ৱে আমেৰিকাৰ মিয়ামিৰ এখন আদালতত ছোফিৰ বিৰুদ্ধে বিবাহ বিচ্ছেদৰ বাবে আবেদন জনাইছিল। বিবাহ বিচ্ছেদৰ আবেদনত দাখিল কৰা তথ্য অনুসৰি দুয়োৰে মাজত এতিয়া সম্পৰ্ক জোৰা লগাৰ আৰু কোনো ৰাস্তা নাই।

আন্তৰ্জাতিক সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, জো আৰু ছোফিয়ে উমৈহতীয়াভাৱে তেওঁলোকৰ এই বিবাহ বিচ্ছেদৰ সিদ্ধান্ত লৈছে ।

ব্ৰিটিছ অভিনেত্ৰী ছোফি টাৰ্নাৰ “গেম অৱ থ্ৰ’নছ”ৰ জৰিয়তে সমগ্ৰ বিশ্বতে বহুলভাৱে পৰিচিত হয়। আনহাতে, জো জ’নাছ এজন সংগীতজ্ঞ আৰু অভিনেতা। তেওঁ প্ৰিয়ংকা চোপ্ৰাৰ স্বামী নিক জোনাছৰ ভাতৃ। তেওঁলোকৰ বেণ্ড Jonas Brothers যুৱক-যুৱতীসকলৰ মাজত অতি জনপ্ৰিয়।

Apply Now
জো জোনাছ আৰু ছোফি টাৰ্নাৰ। ফটো: সংগ্ৰহীত।

২০১৬ চনৰ পৰাই জো আৰু ছোফিয়ে ডেটিং আৰম্ভ কৰিছিল। পিছৰ বছৰৰ অক্টোবৰ মাহত তেওঁলোকৰ এংগেজমেণ্ট হৈছিল। ২০১৯ চনৰ ১ মে’ত লাছ ভেগাছত বিবাহপাশত আবদ্ধ হয় দুয়োগৰাকী তাৰকাই।

বৈবাহিক জীৱনৰ চাৰি বছৰত জো আৰু ছোফিৰ দুগৰাকী কন্যা সন্তান জন্ম হয়।

জো জোনাছ আৰু ছোফি টাৰ্নাৰ। ফটো: সংগ্ৰহীত।

আমেৰিকাৰ সংবাদ মাধ্যমত জো জ’নাছ আৰু ছোফি টাৰ্নাৰৰ বিচ্ছেদৰ কাৰণ সম্পৰ্কে দীঘলীয়া প্ৰতিবেদন প্ৰকাশ পাইছে। সেই অনুসৰি দুয়োগৰাকী তাৰকা পৃথক হোৱাৰ কাৰণ হ’ল তেওঁলোকৰ মাজত ব্যক্তিত্বৰ পাৰ্থক্য।

তাৰকা দুগৰাকীৰ ঘনিষ্ঠ সূত্ৰই জনোৱা মতে, জো আৰু ছোফিৰ ব্যক্তিত্ব সম্পূৰ্ণ বেলেগ। জো অন্তৰ্মুখী, কামৰ বাহিৰে ঘৰতে বাকী সময় কটাবলৈ ভাল পায়। আনহাতে, ছোফি আমোদপ্ৰিয়, সদায় পাৰ্টিত ব্যস্ত থাকে। যোৱা কেইমাহমানৰ পৰা সৰু ছোৱালীজনীক বেছিভাগ জোৱে নিজেই চোৱা-চিতা কৰি আহিছে।

জো জোনাছ আৰু ছোফি টাৰ্নাৰ। ফটো: সংগ্ৰহীত।

জানিব পৰা মতে, কেইবামাহো পূৰ্বেই জো আৰু ছোফিৰ সম্পৰ্কত ফাট মেলিছিল। কিন্তু তেওঁলোকে এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা নাছিল। কিন্তু পিছত যেতিয়া তেওঁলোকে দেখিলে যে সম্পৰ্ক ৰক্ষা কৰাৰ কোনো উপায় নাই, তেতিয়া তেওঁলোকে  চাৰি বছৰীয়া বৈবাহিক জীৱনৰ অন্ত পেলোৱাৰ সিদ্ধান্ত ল’লে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰথমবাৰৰ বাবে চৰকাৰে প্ৰকাশ কৰিলে অপাৰেচন সিন্দুৰত শ্বহীদ হোৱা ৬গৰাকী জোৱানৰ নাম

প্ৰথমবাৰৰ বাবে চৰকাৰে প্ৰকাশ কৰিলে অপাৰেচন সিন্দুৰত শ্বহীদ হোৱা ৬গৰাকী জোৱানৰ নাম

June 26, 2026 3:20 pm
হলিউডৰ সোণালী যুগৰ অন্যতম জনপ্ৰিয় তাৰকা অভিনেত্ৰী এন ব্লাইথৰ দেহাৱসান

হলিউডৰ সোণালী যুগৰ অন্যতম জনপ্ৰিয় তাৰকা অভিনেত্ৰী এন ব্লাইথৰ দেহাৱসান

June 26, 2026 3:00 pm
অযোধ্যা ৰাম মন্দিৰৰ দানৰ ধন চুৰি কাণ্ড: নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ ন্যাসৰ প্ৰধান চম্পত ৰায় আৰু অনিল মিশ্ৰৰ

অযোধ্যা ৰাম মন্দিৰৰ দানৰ ধন চুৰি কাণ্ড: নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ ন্যাসৰ প্ৰধান চম্পত ৰায় আৰু অনিল মিশ্ৰৰ

June 26, 2026 2:44 pm
ব্যৱসায়ী কেতন  আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

ব্যৱসায়ী কেতন আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

June 26, 2026 1:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰথমবাৰৰ বাবে চৰকাৰে প্ৰকাশ কৰিলে অপাৰেচন সিন্দুৰত শ্বহীদ হোৱা ৬গৰাকী জোৱানৰ নাম

প্ৰথমবাৰৰ বাবে চৰকাৰে প্ৰকাশ কৰিলে অপাৰেচন সিন্দুৰত শ্বহীদ হোৱা ৬গৰাকী জোৱানৰ নাম

June 26, 2026 3:20 pm
হলিউডৰ সোণালী যুগৰ অন্যতম জনপ্ৰিয় তাৰকা অভিনেত্ৰী এন ব্লাইথৰ দেহাৱসান

হলিউডৰ সোণালী যুগৰ অন্যতম জনপ্ৰিয় তাৰকা অভিনেত্ৰী এন ব্লাইথৰ দেহাৱসান

June 26, 2026 3:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd