• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

যাত্ৰাপথত চেলফি ল’লে ভাৰতৰ সৌৰযান আদিত্য এল-১য়ে; কেমেৰাত বন্দী চন্দ্ৰ আৰু পৃথিৱীৰ ছবি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 7, 2023 3:08 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চন্দ্ৰযান ৩ৰ পিছত ইছৰোৱে মহাকাশ বিজ্ঞানৰ ইতিহাসত আন এক মাইলৰ খুঁটি স্থাপন কৰিছে। সৌৰ গৱেষণাৰ বাবে শ্ৰীহৰিকোটাৰ পৰা থলুৱাভাৱে নিৰ্মিত সৌৰযান ‘আদিত্য এল ১’ সফলতাৰে উৎক্ষেপণ কৰা হৈছে। নিজৰ লক্ষ্যৰ প্ৰতি অটল আদিত্যই ইতিমধ্যে নিজৰ কাম আৰম্ভ কৰিছে।

বৃহস্পতিবাৰে মহাকাশলৈ যোৱাৰ পথত ভাৰতৰ সৌৰযানখনে এখন চেলফি তুলিছে। লগতে চন্দ্ৰ আৰু পৃথিৱীৰ ছবিও তুলি পঠিয়াইছে। ইছৰ’ই সেই মহাজাগতিক ছবি শ্বেয়াৰ কৰিছে।

লগতে পঢ়ক: সোণ-ৰূপ নহয়, চন্দ্ৰত আছে আৰু অধিক মূল্যৱান খনিজ পদাৰ্থ! হ’ব পাৰে মহাজাগতিক যুদ্ধও

Apply Now

যোৱা ২ ছেপ্টেম্বৰত আদিত্যই আৰম্ভ কৰিছিল ইয়াৰ সূৰ্যমুখী যাত্ৰা। এই মুহূৰ্তত ইয়াৰ গতি আগতকৈ বেছি দ্ৰুত হৈছে। অৱশ্যে পৃথিৱীৰ ‘মায়া’ এৰিবলৈ এতিয়াও দেৰি আছে। ৩ ছেপ্টেম্বৰত সৌৰ যানখনে প্ৰথমবাৰৰ বাবে কক্ষপথ সলনি কৰে। যদি সকলো ঠিকে থাকে তেন্তে ১০ ছেপ্টেম্বৰত তৃতীয়বাৰৰ বাবে কক্ষপথ সলনি কৰিব।

এনেদৰে পাঁচবাৰ কক্ষপথ সলনি কৰাৰ পিছত আহিব সেই মুহূৰ্তটো। মুঠতে ১৫ৰ পৰা ১৬ দিন সময় লাগিব। পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ পৰা বাহিৰলৈ ওলাই ই সূৰ্য্যৰ ফালে গতি কৰিব। ই ১৫ লাখ কিলোমিটাৰ দূৰত্বৰ এল ১ লৈ পৰ্যন্ত যোৱাৰ কথা। ইয়াত পৃথিৱীৰ সময় হিচাপত ১২৫ দিন লাগিব।

Aditya-L1 Mission:
👀Onlooker!

Aditya-L1,
destined for the Sun-Earth L1 point,
takes a selfie and
images of the Earth and the Moon.#AdityaL1 pic.twitter.com/54KxrfYSwy

— ISRO (@isro) September 7, 2023

আদিত্যই মাধ্যাকৰ্ষণ, সূৰ্যৰ পোহৰৰ জীৱনীশক্তিকে ধৰি বিভিন্ন বিষয়ত পৰীক্ষা-নিৰীক্ষা চলাব। যানখনত ৭টা পেলোড আছে। ইয়াৰে এটাই সূৰ্য্যৰ পৰা অহা পোহৰ পৰীক্ষা কৰিব। বাকী তিনিটা প্লাজমা আৰু চুম্বকীয় ক্ষেত্ৰক লৈ কাম কৰিব, শক্তি নিৰ্ধাৰণ কৰিব। সূৰ্যৰ পৰা পোহৰ বিকিৰণৰ ধৰণ পৰ্যবেক্ষণ কৰাৰ উপৰিও ইছৰোৰ সৌৰযানখনে সূৰ্য্যৰ চাৰিওফালৰ বতৰ পৰীক্ষা কৰি তথ্য প্ৰেৰণ কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd