• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোভিডৰ সংক্ৰমণৰ বাবে বাতিল হ’ল ইংলেণ্ড-দক্ষিণ আফ্ৰিকাৰ মাজৰ ক্ৰিকেট শৃংখলা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 7, 2020 8:36 pm
কোভিডৰ সংক্ৰমণৰ বাবে বাতিল হ’ল ইংলেণ্ড-দক্ষিণ আফ্ৰিকাৰ মাজৰ ক্ৰিকেট শৃংখলা
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’নাৰ প্ৰভাৱৰ বাবে ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া শৃংখলাটো বাতিল কৰা হৈছে।

শৃংখলাৰ প্ৰথমখন এদিনীয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকা ক্ৰিকেট দলৰ দুগৰাকী ক্ৰিকেটাৰ কোভিড প’জিটিভ হোৱাৰ পাছত প্ৰথমখন খেল পিছুৱাই দিয়া হৈছিল।

কিন্তু পৰৱৰ্তী সময়ত দুয়োটা ক্ৰিকেট দলে বাহৰ পতা হোটেলৰ কৰ্মচাৰীৰ শৰীৰত ক’ৰ’নাৰ উপস্থিতি ধৰা পৰাত সমগ্ৰ শৃংখলাটো বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ক’ৰ’নাৰ বাবে এদিনীয়া শৃংখলাটো বাতিল কৰিবলগীয়া হোৱাত দক্ষিণ আফ্ৰিকা ক্ৰিকেট বোৰ্ডে আৰ্থিক ক্ষতিৰ সন্মুখিন হ’বলগীয়া হয়।

টেলিভিশ্যন স্বত্বৰ পৰা লাভ কৰিবলগীয়া ধন দক্ষিণ আফ্ৰিকা ক্ৰিকেট বোৰ্ডে খেল অনুষ্ঠিত কৰিব নোৱাৰা বাবে লাভ নকৰে।

বৰ্তমান দুয়োটা ক্ৰিকেট দলৰ সদস্য সকলৰ ক’ৰ’না পৰীক্ষা কৰা হৈছে যদিও ফলাফল সমূহ অহা নায়।

উল্লেখযোগ্য যে, নিউজিলেণ্ড ভ্ৰমণলৈ যোৱা পাকিস্তান ক্ৰিকেট দলৰো আঠগৰাকী সদস্যৰ শৰীৰত ক’ৰ’নাৰ উপস্থিতি ধৰা পৰাৰ পাছত নিউজিলেণ্ড ক্ৰিকেট বোৰ্ডে পাকিস্তান ক্ৰিকেট দলৰ অনুশীলনত নিষেধাজ্ঞা জাৰি কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত অভিলেখ ১১০০ কোটি টকাত বিক্ৰী হ’ল নেহৰুৰ স্মৃতি বিজড়িত বাংলো!

দিল্লীত অভিলেখ ১১০০ কোটি টকাত বিক্ৰী হ’ল নেহৰুৰ স্মৃতি বিজড়িত বাংলো!

September 4, 2025 5:08 pm
কা সম্পৰ্কে জাৰি কৰা নতুন নিয়ম বাতিলৰ দাবীত ১১ ঘন্টীয়া বিক্ষোভ কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থাৰ

কা সম্পৰ্কে জাৰি কৰা নতুন নিয়ম বাতিলৰ দাবীত ১১ ঘন্টীয়া বিক্ষোভ কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থাৰ

September 4, 2025 4:50 pm
অসম চৰকাৰৰ ৰাজ্যিক শিক্ষক বঁটা ২০২৫ ঘোষণা : জানো আহক কৃতি শিক্ষকসকলৰ নাম

অসম চৰকাৰৰ ৰাজ্যিক শিক্ষক বঁটা ২০২৫ ঘোষণা : জানো আহক কৃতি শিক্ষকসকলৰ নাম

September 4, 2025 4:34 pm
“Tata Nano 2025” মুকলি! আকৰ্ষণীয় ডিজাইন আৰু সাধ্যৰ ভিতৰত EMIৰ সৈতে ঘুৰি আহিছে আৰ্বান কমপেক্ট কাৰ

“Tata Nano 2025” মুকলি! আকৰ্ষণীয় ডিজাইন আৰু সাধ্যৰ ভিতৰত EMIৰ সৈতে ঘুৰি আহিছে আৰ্বান কমপেক্ট কাৰ

September 4, 2025 4:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত অভিলেখ ১১০০ কোটি টকাত বিক্ৰী হ’ল নেহৰুৰ স্মৃতি বিজড়িত বাংলো!

দিল্লীত অভিলেখ ১১০০ কোটি টকাত বিক্ৰী হ’ল নেহৰুৰ স্মৃতি বিজড়িত বাংলো!

September 4, 2025 5:08 pm
কা সম্পৰ্কে জাৰি কৰা নতুন নিয়ম বাতিলৰ দাবীত ১১ ঘন্টীয়া বিক্ষোভ কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থাৰ

কা সম্পৰ্কে জাৰি কৰা নতুন নিয়ম বাতিলৰ দাবীত ১১ ঘন্টীয়া বিক্ষোভ কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থাৰ

September 4, 2025 4:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd