• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Earthquake পুনৰ ভূমিকম্পই জোকাৰি গ’ল গুৱাহাটীকে ধৰি বিভিন্ন অঞ্চল; ক’ত আছিল অভিকেন্দ্ৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 26, 2021 7:12 am
485
VIEWS
Share on FacebookShare on Twitter

Earthquake শুকুৰবাৰে পুৱাই প্ৰায় ৫বাজি ১৬ মিনিটত অহা এটা ভূমিকম্পৰ জোকাৰণিয়ে কঁপাই গ’ল গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চল।

গুৱাহাটীত এই ভূমিকম্পটোৰ প্ৰাবল্য কম অনুভুত হৈছিল যদিও ইয়াৰ উৎপত্তি স্থল ভাৰত-ম্যানমাৰ সীমান্তত তীব্ৰ জোকাৰণি অনুভুত হোৱাৰ খৱৰ পোৱা গৈছে।

ইউৰো-মেডিটেৰানিয়ান ছেছম’লজিকেল চেন্টাৰ (EMSC)য়ে জানিবলৈ দিয়া মতে ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল বাংলাদেশৰ চিটাগঙৰ ১৭৪কিলোমিটাৰ পূবত।

প্ৰাথমিক তথ্য অনুসৰি, ভূমিকম্পটোৰ প্ৰাবল্য ৬.০ মেগনিটিউড বুলি কোৱা হৈছে।

Also Read: Covid Update ৰাজ্যত আজি কিমান আক্ৰান্ত হ’ল কোভিডত; কিমানৰ মৃত্যু?

এই ভূমিকম্পটোৰ জোকাৰণিয়ে অসম, পশ্চিমবংগ, ত্ৰিপুৰাকে ধৰি দেশৰ পূৰ্বাঞ্চলক কঁপাই যায়।

ভূমিকম্পটোৱে বাংলাদেশত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰা বুলি জানিব পৰা গৈছে।

গুৱাহাটীত ভূমিকম্পটোৰ জোকাৰণি প্ৰায় ৩০ ছেকেণ্ড সময় ধৰি অনুভুত হৈছিল।

Also Read: Road Accident মৰ্মান্তিক! টীয়কত যুৱকৰ তীব্ৰ বেগী বাইকৰ খুন্দাত থিতাতে নিহত শিশু

এতিয়ালৈকে ভূমিকম্পটোৰ ফলত হোৱা ক্ষয় ক্ষতিৰ কোনো খৱৰ পোৱা হোৱা নাই।   

উল্লেখ্য যে যোৱা ২০ নৱেম্বৰতো দিনৰ ১বাজি ১২ মিনিটত অহা এটা ভূমিকম্পই জোকাৰি গৈছিল গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চল।

সেই ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৪.১ মেগনিটিউড আৰু ভূমিকম্পটোৰ গভীৰতা ভূগৰ্ভৰ ১০ কিলোমিটাৰ তলত আছিল।

Also Read:ফাঁচীবজাৰ চ’কৰ নতুন নামকৰণক লৈ বিতৰ্ক; গৰজি উঠিল জাতীয় দল-সংগঠন

আনহাতে, ভূমিকম্পটোৰ উৎপত্তিস্থল গুৱাহাটীৰ পৰা ২৮ কিলোমিটাৰ আঁতৰত বুলি জানিব পৰা গৈছিল।

উক্ত ভূমিকম্পটোৱে অসমৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশৰ লগতে পশ্চিমবংগকো কঁপাই গৈছিল।

Recent News

পদত্যাগ কৰিব মহম্মদ ইউনুছে! পুনৰ ৰাজনৈতিক অস্থিৰতাৰ মাজলৈ গতি কৰিব নেকি বাংলাদেশ

পদত্যাগ কৰিব মহম্মদ ইউনুছে! পুনৰ ৰাজনৈতিক অস্থিৰতাৰ মাজলৈ গতি কৰিব নেকি বাংলাদেশ

১৯ বাৰ নেপাল হৈ অথবা খোজকাঢ়ি পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈৰ পত্নী! মুখ্যমন্ত্ৰীৰ বিস্ফোৰক অভিযোগ

১৯ বাৰ নেপাল হৈ অথবা খোজকাঢ়ি পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈৰ পত্নী! মুখ্যমন্ত্ৰীৰ বিস্ফোৰক অভিযোগ

POCSO গোচৰত উচ্চতম ন্যায়ালয়ৰ ৰায়দানে উদঙাই দিলে ব্যৱস্থাগত বিফলতা!

POCSO গোচৰত উচ্চতম ন্যায়ালয়ৰ ৰায়দানে উদঙাই দিলে ব্যৱস্থাগত বিফলতা!

সুতৰ সৈতে হেৰা ফেৰী-৩ৰ স্বাক্ষৰিত ধন ঘূৰাই দিলে পৰেশ ৰাৱলে! দাবী প্ৰতিবেদনৰ

সুতৰ সৈতে হেৰা ফেৰী-৩ৰ স্বাক্ষৰিত ধন ঘূৰাই দিলে পৰেশ ৰাৱলে! দাবী প্ৰতিবেদনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd