DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Road Accident মৰ্মান্তিক! টীয়কত যুৱকৰ তীব্ৰ বেগী বাইকৰ খুন্দাত থিতাতে নিহত শিশু

নিৰ্মলেন্দু পাঠক ,টীয়ক by নিৰ্মলেন্দু পাঠক ,টীয়ক
November 25, 2021 8:41 pm
Child died in Accident
246
VIEWS
Share on FacebookShare on Twitter

Road Accident যোৰহাট জিলাৰ টীয়কত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গুৱাল গাঁও তিনিআলিত আজি সন্ধিয়া সংঘটিত এক পথ দুৰ্ঘটনাত এটি ৯ বছৰীয়া শিশু থিতাতে নিহত হয় ।

নিহত শিশুটিৰ নাম অভিষেক দত্ত। তেওঁ ৩৬ নং টীয়ক প্ৰাথমিক বিদ্যলয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ তথা গুৱাল গাঁও তিনিআলিৰ প্ৰাঞ্জল দত্তৰ পুত্ৰ।

ঘটনাৰ বিৱৰণ অনুসৰি  শিশুটি পথটো পাৰ হ’বলৈ অহা অৱস্থাত যোৰহাটৰ পৰা শিৱসাগৰ অভিমুখী এখন নম্বৰ প্লেট বিহীন KTM বাইকে খুন্দা মাৰে।

Also Read: ফাঁচীবজাৰ চ’কৰ নতুন নামকৰণক লৈ বিতৰ্ক; গৰজি উঠিল জাতীয় দল-সংগঠন

মূৰ আৰু বুকু আঘাত পোৱা শিশুটি ঘটনাস্থলীতেই মৃত্যুৰ মুখত পৰে। 

দুৰ্ঘটনা সংঘটিত কৰা বাইক আৰোহী যুৱক অংকুৰজ্যোতি হাতীবৰুৱাক টীয়ক আৰক্ষীয়ে বাইকসহ  আটক কৰিছে । 

Recent News

2022 Maruti Suzuki Brezza: দাম বেছি নহয়! মধ্যবিত্তৰ বাবে মাৰুতিয়ে বজাৰলৈ আনিলে নতুন SUV

2022 Maruti Suzuki Brezza: দাম বেছি নহয়! মধ্যবিত্তৰ বাবে মাৰুতিয়ে বজাৰলৈ আনিলে নতুন SUV

ED grills Sanjay Raut: ১০ ঘণ্টা ধৰি ইডিৰ জেৰাৰ সন্মুখীন হ’ল শিৱসেনাৰ নেতা সঞ্জয় ৰাউট

ED grills Sanjay Raut: ১০ ঘণ্টা ধৰি ইডিৰ জেৰাৰ সন্মুখীন হ’ল শিৱসেনাৰ নেতা সঞ্জয় ৰাউট

IND vs ENG: পন্টৰ বিস্ফোৰক শতক, জাদেজাৰ অপ্ৰতিৰোধ্য বেটিঙেৰে এজবাষ্টনত ইংলেণ্ডক উভতি ধৰিলে ভাৰতে

IND vs ENG: পন্টৰ বিস্ফোৰক শতক, জাদেজাৰ অপ্ৰতিৰোধ্য বেটিঙেৰে এজবাষ্টনত ইংলেণ্ডক উভতি ধৰিলে ভাৰতে

Thackeray removes Shinde: কোন প্ৰকৃত শিৱসেনা? সিন্দেক দলৰ নেতাৰ পদৰ পৰা অপসাৰিত কৰি উদ্ধৱ ঠাকৰেৰ পত্ৰ

Thackeray removes Shinde: কোন প্ৰকৃত শিৱসেনা? সিন্দেক দলৰ নেতাৰ পদৰ পৰা অপসাৰিত কৰি উদ্ধৱ ঠাকৰেৰ পত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd