• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তাবলিঘি জামাত মুৰব্বীৰ বিৰুদ্ধে ইডিৰ গোচৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 16, 2020 9:42 pm
Nizamuddin’s Tablighi Jaamat spread Corona virus in 23 states & UTs: Centre

নিজামুদ্দিনৰ জামাতত অংশ লোৱা লোক।

1.3k
VIEWS
Share on FacebookShare on Twitter

এনফ’ৰ্চমেণ্ট ডিৰেক্তৰেটে নিজামুদ্দিনৰ তাবলিঘি জামাতৰ সমগ্ৰ ধন আহৰণৰ প্ৰক্ৰিয়াটো তদন্ত কৰাৰ বাবে এক গোচৰ ৰুজু কৰিছে।

বাতৰি মতে, ধৰ্মীয় সমাৱেশ আৰু বিভিন্ন ৰাজ্যলৈ বিদেশীসকলৰ ভ্ৰমণৰ আয়োজন কৰিবলৈ ভাৰত আৰু দেশৰ বাহিৰৰ পৰাও জামাতলৈ অহা ধনৰ তদন্ত কৰিব সংস্থাটোৱে।

এই সন্দৰ্ভত জামাতৰ মুৰব্বী মৌলানা মহম্মদ ছাদ আৰু এইজনমান সহযোগীলৈ শীঘ্ৰেই চমন জাৰি কৰা হ’ব বুলি বাতৰিটোত প্ৰকাশ।

চৰকাৰী তথ্য মতে, ৭ এপ্ৰিললৈকে দেশৰ প্ৰায় ৩৫ শতাংশ ক’ভিড-১৯ পজিটিভ ঘটনাৰ কাৰণ আছিল জামাতৰ সদস্য।

তাবলিঘি জামাতৰ মুৰব্বী আৰু পাঁচজনৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ অপৰাধ শাখাই পঞ্জীয়ন কৰা এজাহাৰৰ আধাৰত প্ৰিভেনচন অৱ মানি লণ্ডাৰিং এক্তৰ অধীনত এই তদন্ত কৰা হ’ব।

দেশজোৰা লকডাউন উলংঘন কৰাৰ বাবে জামাতীকেইজনৰ বিৰুদ্ধে এপিডেমিক ডিজিজ এক্ত ১৮৯৭ আৰু ভাৰতীয় দণ্ড বিধিৰ আধাৰত জামাতৰ মুৰব্বী আৰু সহযোগীকেইজনৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰা হৈছে।

আয়কৰ বিভাগেও শীঘ্ৰেই তাবলিঘি জামাতৰ ন্যাসৰক্ষীসকলৰ বিৰুদ্ধে তদন্ত কৰিব বুলি প্ৰকাশ।

জামাতীৰ সংস্পৰ্শলৈ অহা প্ৰায় ২৬,০০০ লোকক দেশজুৰি কুৱাৰেণ্টাইন কৰা হৈছে।

ভিজা চৰ্ত উলংঘনৰ বাবে প্ৰায় ১৮০০ বিদেশী জামাতীক গৃহ মন্ত্ৰ্যালয়ে ব্লেকলিষ্টেড কৰিছে।

জামাতৰ মুৰব্বী ছাদে এতিয়াও কুৱাৰেণ্টাইনত থকা বুলি দাবী কৰি আছে আৰু দিল্লী আৰক্ষীৰ তদন্তত সহযোগ কৰা নাই।

দিল্লী চৰকাৰ আৰু আৰক্ষীৰ মতে জামাতৰ সদস্যসকলক বহু পূৰ্বেই নিজামুদ্দিনৰ মাৰ্কাজ এৰিবলৈ কোৱা হৈছিল, কিন্তু তেওঁলোকে সেয়া উলংঘন কৰিছিল।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd