• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সাজু হওঁক পৰীক্ষাৰ্থী! খুব সোনকালে অনুষ্ঠিত হ’ব মেট্ৰিক আৰু হায়াৰ চেকেণ্ডেৰী পৰীক্ষা; ঘোষণা শিক্ষামন্ত্ৰীৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 1, 2021 5:56 pm
Ranuj Pegu Final
595
VIEWS
Share on FacebookShare on Twitter

ভয়াবহ কোভিড পৰিস্থিতিৰ বাবে আজি পৰ্য্যন্ত অনুষ্ঠিত কৰিব পৰা নগ’ল ৰাজ্যৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা। যাৰ বাবে অনিশ্চয়তাত পৰিছিল লাখ লাখ শিক্ষাৰ্থীৰ ভৱিষ্যত।

কিন্তু আজি জনতা ভৱনত অনুষ্ঠিত কৰা এক সংবাদমেলযোগে অতি সোনকালেই মেট্ৰিক আৰু হায়াৰ চেকেণ্ডেৰী পৰীক্ষা অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে।

তেওঁ কয়, ‘খুব সোনকালে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত লোৱা হ’ব। বিভিন্ন ছাত্ৰ সংগঠন, বুদ্ধিজীৱী আৰু শিক্ষাবিদৰ পৰা মতামত গ্ৰহণ কৰা হৈছে।‘

আজি বিয়লি ৪:৩০ বজাৰ পৰা পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত সিদ্ধান্ত লোৱা প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি তেওঁ সংবাদমেলত জনায়।

এদিন বা দুদিনৰ ভিতৰতে সিদ্ধান্ত লোৱা প্ৰক্ৰিয়া সম্পন্ন হ’ব বুলি তেওঁ জনায়।

অৱশ্যে পৰীক্ষা কেনেধৰণে বা কি পদ্ধতিত অনুষ্ঠিত কৰিব সেই সম্পৰ্কত কোনো ধৰণৰ মন্তব্য প্ৰকাশ নকৰিলে শিক্ষা মন্ত্ৰী পেগুৱে।

এতিয়া পৰীক্ষাৰ্থীসকল সাজু হ’বৰ হ’ল কিয়নো পৰীক্ষা অনুষ্ঠিত হোৱাৰ ১৫ দিন পূৰ্বেহে পৰীক্ষাৰ সময়সূচী আৰু তাৰিখ ঘোষণা কৰিব ৰাজ্যৰ শিক্ষাবিভাগে।

Recent News

সমাজসেৱী অঞ্জন লাল চৌধুৰীৰ দেহাৱসান

সমাজসেৱী অঞ্জন লাল চৌধুৰীৰ দেহাৱসান

ইজৰাইলৰ স্পাইচ-২৫০-এ বিধ্বংসী আঘাত হানিছে ইৰাণত!  চীন আৰু পাকিস্তানৰ হুমকিৰ প্ৰতি লক্ষ্য ৰাখি  সেই অস্ত্ৰৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে ভাৰতে

ইজৰাইলৰ স্পাইচ-২৫০-এ বিধ্বংসী আঘাত হানিছে ইৰাণত! চীন আৰু পাকিস্তানৰ হুমকিৰ প্ৰতি লক্ষ্য ৰাখি সেই অস্ত্ৰৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে ভাৰতে

ইৰাণে আকাশমাৰ্গ মুকলি কৰিলে ভাৰতীয় বিমানৰ বাবে! আজি নিশা দিল্লীত উপস্থিত হ’ব ছাত্ৰ-ছাত্ৰীৰ প্ৰথমটো দল

ইৰাণে আকাশমাৰ্গ মুকলি কৰিলে ভাৰতীয় বিমানৰ বাবে! আজি নিশা দিল্লীত উপস্থিত হ’ব ছাত্ৰ-ছাত্ৰীৰ প্ৰথমটো দল

শিক্ষাই দেখুৱাব জীৱনৰ বাট! প্ৰেৰণা এনজিঅ’ আৰু দিল্লীৰ কালিবাৰীৰ উদ্যোগত পথৰ শিশুসকলক শিক্ষামূলক সামগ্ৰী বিতৰণ

শিক্ষাই দেখুৱাব জীৱনৰ বাট! প্ৰেৰণা এনজিঅ’ আৰু দিল্লীৰ কালিবাৰীৰ উদ্যোগত পথৰ শিশুসকলক শিক্ষামূলক সামগ্ৰী বিতৰণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd