• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আগষ্টৰ পৰা পুনৰ খুলিব নেকি দেশৰ শিক্ষানুষ্ঠানসমূহ! : কি ক’লে মানৱ সম্পদ মন্ত্ৰী পোখ্ৰিয়ালে

এন ই নাও নিউজ by এন ই নাও নিউজ
June 8, 2020 3:42 pm
Ramesh-Pokhriyal-1200
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত বৰ্ষৰ আগষ্ট মাহৰ পৰা দেশত শিক্ষানুষ্ঠানসমূহ পুনৰ খুলিব। কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ নিশাঙ্ক পোখ্ৰিয়ালে এক সাক্ষাৎকাৰত ঘোষণা কৰিছে এই কথা।

উল্লেখ্য যে, দেশত ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে অব্যাহত থকা ল’কডাউনৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশতে মাৰ্চ মাহৰ মধ্যভাগৰ পৰাই শিক্ষানুষ্ঠানসমূহ সম্পূৰ্ণৰূপে বন্ধ আছে।

কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী পোখ্ৰিয়ালে এক সাক্ষাৎকাৰত কয় যে শিক্ষানুষ্ঠানসমূহ খুলিলেও ক’ৰ’না ভাইৰাছ সংক্ৰমণ ৰোধৰ সকলোধৰণৰ স্বাস্থ্য বিধি মানি চলাৰ লগতে এই ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই গুৰুত্ব দিব লাগিব।

ক’ৰ’নাৰ অপ্ৰতিৰোধ্য সংক্ৰমণৰ বাবে ইটোৰ পিছত সিটো পৰ্যায়ৰ ল’কডাউন সমগ্ৰ দেশতে বলৱৎ কৰাৰ ফলত শিক্ষানুষ্ঠানসমূহ পুনৰ খোলাক লৈ দেশৰ ৩৩ কোটি শিক্ষাৰ্থীসহ অভিভাৱক অনিশ্চয়তাৰ মাজত আছে।

সাক্ষাৎকাৰত কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰীগৰাকীয়ে কয় যে আগষ্টৰ পৰা দেশত সকলো পৰ্যায়ৰ শিক্ষানুষ্ঠান পুনৰ খুলিব পাৰিম বুলি আশাবাদী।

অৱশ্যে এই সম্পৰ্কে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই যদিও কেন্দ্ৰীয় মন্ত্ৰী পোখ্ৰিয়ালে কয় যে অহা ১৫ আগষ্টৰ পিছৰ পৰা দেশৰ শিক্ষানুষ্ঠানসমূহ পুনৰ খোলাৰ সম্ভাৱনা আছে।

পঞ্চম পৰ্যায়ৰ ল’কডাউনত দেখা গৈছে পৰ্যায়ক্ৰমে দেশৰ বিভিন্ন কৰ্মক্ষেত্ৰসমূহ লাহে লাহে খোলা হৈছে।

আনকি কিছুমান নীতি নিয়মৰ মাজেৰে ধৰ্মীয় স্থান তথা মন্দিৰ আদিও খোলা হৈছে।

পৰিবহণ ব্যৱস্থাও পুনৰ আৰম্ভ কৰা হৈছে সমগ্ৰ দেশতে।

তেনে সময়তে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী গৰাকীয়ে কয় যে, ‘আগন্তুক ১৫ আগষ্টৰ পূৰ্বে সকলো পৰীক্ষাৰে ফলাফলসমূহ ঘোষণা কৰাৰ চেষ্টা চলাই থকা হৈছে।’

এক সূত্ৰৰ মতে শিক্ষানুষ্ঠানসমূহ পুনৰ খুলিলে সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত শিক্ষাৰ্থী-শিক্ষক সকলোৱে মাস্ক আৰু গ্ল’ভছ পৰিধান কৰাতো বাধ্যতামূলক কৰা হ’ব।

থৰ্মাল স্ক্ৰীণিঙৰ ব্যৱস্থাও কৰা হ’ব শিক্ষানুষ্ঠানসমূহত। শাৰীৰিক দূৰত্বও বজাই ৰখাটো বাধ্যতামূলক কৰা হ’ব বুলি সূত্ৰত প্ৰকাশ।

অৱশ্যে এই সংক্ৰান্ত এতিয়াও চৰকাৰী আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগে নহয়, বিজেপিয়েহে নিৰ্দ্ধাৰণ কৰে নিৰ্বাচনৰ তাৰিখ : আকৌ ডাঙৰ অভিযোগ ৰাহুল গান্ধীৰ

নিৰ্বাচন আয়োগে নহয়, বিজেপিয়েহে নিৰ্দ্ধাৰণ কৰে নিৰ্বাচনৰ তাৰিখ : আকৌ ডাঙৰ অভিযোগ ৰাহুল গান্ধীৰ

August 26, 2025 9:27 pm
ডিগ্ৰী কলেজ আৰু চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবীত ডিমা হাছাওত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

ডিগ্ৰী কলেজ আৰু চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবীত ডিমা হাছাওত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

August 26, 2025 8:23 pm
আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত সদৌ অসম ভিত্তিত আন্তঃ মহাবিদ্যালয়-বিশ্ববিদ্যালয় তর্ক প্রতিযোগিতাৰ আয়োজন

আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত সদৌ অসম ভিত্তিত আন্তঃ মহাবিদ্যালয়-বিশ্ববিদ্যালয় তর্ক প্রতিযোগিতাৰ আয়োজন

August 26, 2025 7:55 pm
কাৰ্বি আংলঙৰ ১ লাখ ৫৩ হাজাৰ বিঘা মাটি বহিৰাগত বণিয়াক হস্তান্তৰ অসম চৰকাৰ : ৰাজীৱ ভৱনত কাৰ্বি জনগোষ্ঠীয় নেতাৰ সংবাদমেল

কাৰ্বি আংলঙৰ ১ লাখ ৫৩ হাজাৰ বিঘা মাটি বহিৰাগত বণিয়াক হস্তান্তৰ অসম চৰকাৰ : ৰাজীৱ ভৱনত কাৰ্বি জনগোষ্ঠীয় নেতাৰ সংবাদমেল

August 26, 2025 7:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগে নহয়, বিজেপিয়েহে নিৰ্দ্ধাৰণ কৰে নিৰ্বাচনৰ তাৰিখ : আকৌ ডাঙৰ অভিযোগ ৰাহুল গান্ধীৰ

নিৰ্বাচন আয়োগে নহয়, বিজেপিয়েহে নিৰ্দ্ধাৰণ কৰে নিৰ্বাচনৰ তাৰিখ : আকৌ ডাঙৰ অভিযোগ ৰাহুল গান্ধীৰ

August 26, 2025 9:27 pm
ডিগ্ৰী কলেজ আৰু চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবীত ডিমা হাছাওত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

ডিগ্ৰী কলেজ আৰু চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবীত ডিমা হাছাওত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

August 26, 2025 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd