• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টীয়কত ক’ভিডৰ ভয়ংকৰ গণ সংক্ৰমণ; চিন্তামণিগড়ত একেদিনাই আক্ৰান্ত ৮০ জন লোক

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
July 4, 2021 11:48 am
Covid mass infection in teok village

ফটো: নৰ্থইষ্ট নাও।

229
VIEWS
Share on FacebookShare on Twitter

যোৰহাট জিলাৰ টীয়কৰ গ্ৰাম্যাঞ্চলত নিতৌ বৃদ্ধি পাইছে কভিড আক্ৰান্তৰ সংখ্যা।

শনিবাৰৰ দিনটোত সমগ্ৰ যোৰহাট জিলাত ক’ভিড আক্ৰান্তৰ সংখ্যা ২১৮ জন। ইয়াৰে ১১২ গৰাকী টীয়কৰ বিভিন্ন অঞ্চলৰ।

ইতিমধ্যে জিলা প্ৰশাসনে টীয়কৰ বিভিন্ন অঞ্চলত কন্টেইনমেন জ’ন ঘোষণা কৰিছে।

শনিবাৰৰ দিনটোত শিৱসাগৰ আৰু যোৰহাট জিলাৰ সীমান্তৱৰ্তী চিন্তামনিগড় অঞ্চলত ৮০ জন লোকৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰাত ঘোৰাচঁৰা পথাৰ আৰু নাওবৈচা অঞ্চলক কন্টেইনমেন জ’ন ঘোষণা কৰা হৈছে।

যোৰহাট জিলা প্ৰশাসনে অশেষ কষ্ট কৰাৰ পাছত সীমাৱৰ্তী অঞ্চলটোত ৰুধিবলৈ সক্ষম হোৱা নাই ক’ভিডৰ সংক্ৰমণ। সচেতনতা তথা সজাগতাৰ অভাৱৰ বাবেই এনে পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি মন্তব্য কৰিছে প্ৰশাসনৰ কৰ্মচাৰীয়ে।

ইপিনে, যিহেতু গ্ৰাম্যাঞ্চলত SOPৰ কোনো প্ৰভাৱ পৰা পৰিলক্ষিত হোৱা নাই, এতিয়াও ক’ভিডক সাধাৰণ জ্বৰ পানীলগাৰ লগত তুলনা কৰি মানুহে উপলুঙা কৰিছে।

সেয়ে, কালিলৈ চৰকাৰে যি নতুন ক’ভিড SOP ঘোষণা কৰিব তাত যোৰহাট জিলাখনত সম্পূৰ্ণ লকডাউন ঘোষণা কৰিবলৈ বিভিন্ন মহলে জিলা প্ৰশাসনক আহ্বান জনাইছে।

Tags: COVID-19

Recent News

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd