• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 2, 2025 12:34 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ (UNSC)ৰ অধ্যক্ষৰ আসনত অধিষ্ঠিত হ’ল পাকিস্তান। যিটো সময়ত দেশখনৰ ওপৰত সন্ত্ৰাসবাদক আশ্ৰয় প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছে তেনে সময়তে পাকিস্তান এই পদত অধিস্থিত হোৱাটো ভাৰতৰ বাবে কূটনৈতিক প্ৰত্যাহ্বান বুলিব পাৰি। ২০২৪ চনৰ জুন মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ নিৰ্বাচনত ১৯৩টা ভোটৰ ভিতৰত ১৮২ ভোট লাভ কৰি পাকিস্তানে ২০২৫-২৬ বৰ্ষৰ বাবে অস্থায়ী সদস্য পদ লাভ কৰে। ই ২০১৩ চনৰ পাছত পাকিস্তানৰ প্ৰথম অধ্যক্ষতা আৰু অস্থায়ী সদস্য হিচাপে অষ্টম বাৰ।

পাকিস্তানে ইয়াৰ পূৰ্বে ১৯৫২-৫৩, ১৯৬৮-৬৯, ১৯৭৬-৭৭, ১৯৮৩-৮৪, ১৯৯৩-৯৪, ২০০৩-০৪, আৰু ২০১২-১৩ চনত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্য হিচাপে দায়িত্ব পালন কৰিছিল। কিন্তু বৰ্তমান বিশ্বৰ বিভিন্ন প্ৰান্তত যুদ্ধ আৰু সন্ত্ৰাসৰ পৰিস্থিতিৰ মাজত পাকিস্তানৰ অধ্যক্ষতাৰ বিষয়টোৱে নতুন প্ৰশ্ন উত্থাপন কৰিছে।

Apply Now

বিশেষকৈ ভাৰতৰ সৈতে উত্তেজনাপূৰ্ণ পৰিৱেশৰ পটভূমিত পাকিস্তানৰ এই পদ লাভ ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ বিষয়। এই পদত ভেটো ক্ষমতা নাথাকিলেও, পাকিস্তানে কূটনৈতিকভাৱে নিজৰ দৃষ্টিভংগী আগবঢ়াব পাৰে।

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্য নিৰ্বাচন প্ৰক্ৰিয়া আৰু ভাৰত কিয় সদস্য নহয়?

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ১৫ সদস্যৰ ভিতৰত ৫টা স্থায়ী সদস্য (চীন, ফ্ৰান্স, ৰাছিয়া, যুক্তৰাজ্য আৰু আমেৰিকা) আৰু ১০খন অস্থায়ী সদস্য থাকে, যাক দুবছৰৰ কাৰ্যকালৰ বাবে নিৰ্বাচন কৰা হয়। ২০২৫ বৰ্ষত এছিয়াৰ আসনত জাপানৰ ঠাইত পাকিস্তানে স্থান লাভ কৰিছে। ভাৰত ২০২১-২২ বৰ্ষত অস্থায়ী সদস্য আছিল, আৰু এতিয়া সদস্য নহয়। এইবাৰ পাকিস্তানৰ সৈতে আলজেৰিয়া, ডেনমাৰ্ক, গ্ৰীচ, গায়ানা, পানামা, কোৰিয়া, ছিয়েৰা লিয়ন, স্লোভেনিয়া আৰু ছোমালিয়া অস্থায়ী সদস্য দেশ হিচাপে অন্তর্ভুক্ত হৈছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অধ্যক্ষতা ইংৰাজী নামৰ বর্ণানুক্ৰম অনুসৰি প্ৰতিমাহে সদস্য দেশৰ মাজত পৰিৱর্তিত হয়।

পাকিস্তানৰ অধ্যক্ষতা: প্রতীকী পদ নে কৌশলগত সুযোগ?

UNSCৰ অধ্যক্ষতা যদিও এক প্রতীকী আৰু ঘূৰ্ণনীয় পদ, তথাপিও পাকিস্তানে কাশ্মীৰ বিষয় আদিয়েৰে ভাৰতৰ বিৰুদ্ধে নিজৰ অভিমত মুকলি কৰিব পাৰে। The Economic Times ৰ এক সমীক্ষা মতে, ভাৰত ইতিমধ্যে কৌশলগতভাৱে পাকিস্তানৰ অধ্যক্ষতাক মোকাবিলা কৰাৰ পৰিকল্পনা কৰিছে। বিশেষকৈ ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘত বিশ্বজুৰি সচেতনতা বৃদ্ধি কৰাৰ লগতে নিজৰ বিকাশমূলক দিশসমূহ প্ৰচাৰ কৰাৰ কৌশল গ্ৰহণ কৰিব।

পাকিস্তানৰ প্ৰতিক্ৰিয়া কি?

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অধ্যক্ষতাৰ দায়িত্ব গ্ৰহণ কৰি ৰাষ্ট্ৰসংঘত পাকিস্তানৰ স্থায়ী প্ৰতিনিধি অসীম ইফতিখাৰ আহমেদে বিশ্ব শান্তিৰ প্ৰতি দায়বদ্ধতাৰ কথা প্ৰকাশ কৰে। তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে “আমি আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ লগত সহযোগিতা কৰি ৰাষ্ট্ৰসংঘৰ চনদৰ অনুসাৰে শান্তি আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে একেলগে কাম কৰিম।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

October 2, 2026 1:09 pm
এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm
‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

October 2, 2026 11:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

October 2, 2026 1:09 pm
এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd