• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিৰ্বাচনৰ বাবে বোকাখাতত নিৰ্বাচনী ব্যয় পৰ্যবেক্ষক আৰু সাধাৰণ পৰ্যবেক্ষক নিযুক্তি

উত্তম শইকীয়া by উত্তম শইকীয়া
March 9, 2021 11:31 am
Election-commission-750x375

প্রতিনিথিত্বমূলক ফটো।

377
VIEWS
Share on FacebookShare on Twitter

আগন্তুক ২৭ মার্চত অনুষ্ঠিত হবলগীয়া প্রথম পৰ্য্যায়ৰ বিধানসভা নির্বাচনৰ বাবে বোকাখাত নির্বাচনী জিলাত ব্যয় পর্যবেক্ষক হিচাপে ভাৰতীয় নিবার্চনী আয়োগে ভাৰতীয় ৰাজহ সেৱা বিষয়া অভিলাষ কে শ্রীনিৱাসনক নিযুক্তি দিছে।

দায়িত্বভাৰ গ্ৰহণ কৰিয়েই ব্যয় পর্য্যবেক্ষক গৰাকীয়ে বোকাখাত নিৰ্বাচনী কাৰ্যালয়ৰ সকলোবোৰ কোষৰ ভাৰপ্রাপ্ত বিষয়া- কৰ্মচাৰীকে নিষ্ঠা সহকাৰে নিৰ্বাচনৰ কামত- মনোনিৱেশ কৰিবলৈ আহ্বান জনায়।

তেওঁ লগতে নির্বাচনৰ সময়ছোৱাত নিৰ্বাচনী জিলাখনত বিভিন্ন অবৈধ কার্য্যকলাপ ৰোধ কৰিবলৈ গঠন কৰা ফ্লাইং স্কোৱার্ড আৰু ষ্টেটিক চার্ভিলিয়েঞ্চ দলৰ সদস্যসকলক দিনে নিশাই সষ্টম হৈ থাকিবলৈ পৰ্যবেক্ষকগৰাকীয়ে নিৰ্দেশ দিয়ে।

আনহাতে, পৰ্যবেক্ষকগৰাকীক নির্বাচনী ব্যয় সংক্রান্তীয় পোনপটীয়া অভিযোগ দাখিল কৰিবৰ বাবে ৯৩৯৪১২১৮৩৩নম্বৰত আৰু সহকাৰী নিৰ্বাচনী ব্যয় পৰ্যবেক্ষগৰাকীক ৯৩৯৪১২১৮৩৮নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি মহকুমা নিৰ্বাচনী বিভাগে জনাইছে।

ইপিনে, ভাৰতৰ নিৰ্বাচন আয়োগে ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া কনৱল প্ৰীত ব্ৰাৰক বোকাখাত নিৰ্বাচনী জিলাত সাধাৰণ পৰ্যবেক্ষক হিচাপে  নিযুক্তি দিছে।

বিষয়াগৰাকীক নিৰ্বাচন সংক্ৰান্তীয় যিকোনো তথ্য অথবা অভিযোগৰ বাবে ৯৩৯৪১২১৮৩৬ নম্বৰত পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব বুলি বোকাখাত নিৰ্বাচনী বিভাগে জনাইছে ৷

ইয়াৰ উপৰিও বোকাখাত নিৰ্বাচনী জিলাত নির্বাচন সম্বন্ধীয় যিকোনো  তথ্যৰ বাবে ০৩৭৭৬-১৯৫০ টোলফ্ৰী নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে।

Recent News

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd