NORTHEAST NOW (Assamese)

নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে ভাৰতীয় ষ্টেট বেংকে দিয়া ইলেক্টৰেল বণ্ডৰ তথ্য

March 14, 2024 9:01 pm · এন ই নাও নিউজ, গুৱাহাটী

ভাৰতীয় ষ্টেট বেংকে দিয়া ‘অসাংবিধানিক তথা অবৈধ‘ ইলেক্টৰেল বণ্ডৰ তথ্য আজি ৰাজহুৱা কৰিছে ভাৰতীয় নিৰ্বাচন আয়োগে।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মানি নিৰ্বাচন আয়োগে অফিচিয়েল ৱেবছাইটত এই তথ্য আপলোড কৰিছে।

শীৰ্ষ আদালতে ১৫ মাৰ্চৰ সন্ধিয়া ৫ বজাৰ ভিতৰত নিৰ্বাচন আয়োগক চৰকাৰী ৱেবছাইটত প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছত আজি আয়োগে এই নিৰ্দেশনা অনুসৰি তথ্য প্ৰকাশ কৰিছে।

Related News