• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাইজক বিদ্যুৎ মাচুলত সকাহৰ বাবে অসম চৰকাৰে দিব ৪০০ কোটি টকা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 8, 2020 5:34 pm
APDCL-Recruitment-2017-1
26.7k
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰে সাধাৰণ ৰাইজৰ বিদ্যুৎ মাচুলত ৰেহাইৰ বাবে অসম বিদ্যুৎ বিতৰণ কোম্পানি লিমিটেডক ৪০০ কোটি টকা মোকলাই দিব।

অসম বাজেট ২০২০-২১ত বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ বিদ্যুৎ মাচুলত ৰেহাই আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল।

খবৰ মতে, অসম বিদ্যুৎ নিয়ামক আয়োগে অহা এপ্ৰিল মাহৰ ভিতৰত বিদ্যুৎ মাচুল বৃদ্ধিৰ পৰামৰ্শ দিয়াৰ কথা।

বিদ্যুৎ বিতৰণ কোম্পানিটোৱে চুবুৰীয়া ৰাজ্যৰ পৰা বিদ্যুৎ কিনি আনি বিতৰণ কৰি আছে আৰু লোকচান ভৰি আছে।

শেহতীয়া বাজেটত ৰাজ্যৰ বিদ্যুৎ উপভোক্তাসকলক ৩০ ইউনিটলৈকে বিনামূলীয়া বিজুলী দিয়াৰ কথা ঘোষণা কৰা হৈছিল।

তাৰোপৰি ১২০ ইউনিটলৈকে ১.১০ টকা ৰাজসাহায্য দিয়াৰো ঘোষণা কৰা হৈছিল।

বাজেট মতে, ‘এ’ কেটেগৰিৰ অধীনত ৰাজ্যৰ ৩৮ লাখ ঘৰত বিদ্যুৎ মাচুলত সাহায্য প্ৰদান কৰা হ’ব।

সেই উদ্দেশ্যেৰে বাজেটত ১৫ কোটি টকা অনুমোদন কৰা হৈছে।

বিত্ত মন্ত্ৰীয়ে সদনত সদৰী কৰা মতে অসমৰ ১০০ শতাংশ ঘৰতে বিদ্যুৎ সংযোগ কৰা হৈছে।

বিদ্যুৎ সংযোগে ৰাজ্যৰ ২৫ হাজাৰ গাওঁ সামৰি লৈছে।

অসম বিদ্যুৎ নিয়ামক আয়োগে ৰাজ্যত বিদ্যুৎ নিৰিখ সম্পৰ্কীয় সিদ্ধান্ত গ্ৰহণ কৰে।

Recent News

গুৱাহাটীত চাঞ্চল্যকৰ হত্যাকাণ্ড! পৰকীয়া প্ৰেমৰ বাবেই পত্নী ৰূপালীক পংকজে দি আহিছিল শ্ল’ পয়জন

গুৱাহাটীত চাঞ্চল্যকৰ হত্যাকাণ্ড! পৰকীয়া প্ৰেমৰ বাবেই পত্নী ৰূপালীক পংকজে দি আহিছিল শ্ল’ পয়জন

মধ্যপ্ৰদেশত লোমহৰ্ষক ঘটনা : জামু খাবলৈ নিয়াৰ চলেৰে ৪ বছৰীয়া ভগ্নীক ধৰ্ষণ ১৮ বছৰীয়া কিশোৰৰ

মধ্যপ্ৰদেশত লোমহৰ্ষক ঘটনা : জামু খাবলৈ নিয়াৰ চলেৰে ৪ বছৰীয়া ভগ্নীক ধৰ্ষণ ১৮ বছৰীয়া কিশোৰৰ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত বন্ধ হ’ল হিমন্তৰ বৃক্ষধ্বংসৰ অভিযান ; আমবাৰী-দীঘলীপুখুৰীৰ আৰু এডালো গছত দিব নোৱাৰিব হাত

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত বন্ধ হ’ল হিমন্তৰ বৃক্ষধ্বংসৰ অভিযান ; আমবাৰী-দীঘলীপুখুৰীৰ আৰু এডালো গছত দিব নোৱাৰিব হাত

এইকেইখন জিলাত আজি হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ!

এইকেইখন জিলাত আজি হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd