• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চিৰাঙত চোৰাং চিকাৰী গ্ৰেপ্তাৰ, দুটা হাতী দাঁত উদ্ধাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 24, 2020 11:44 am
Story-6-10-750x375
279
VIEWS
Share on FacebookShare on Twitter

চিৰাং আৰক্ষীয়ে অভিযান চলাই এজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

গ্ৰেপ্তাৰ কৰা চোৰাং চিকাৰী জনৰ নাম এলেন বসুমতাৰী।

চিৰাঙৰ বনসংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰিয়ে নৰ্থ ইষ্ট নাওক জনোৱা মতে ভাৰত-ভূটান সীমান্তৰ দাদগিৰিত চোৰাংচিকাৰীয়ে বৃহৎ পৰিমাণত হাতী দাঁত মজুত কৰা বুলি খবৰ পোৱাৰ পিছতে এই বিষয়ে  আৰক্ষীৰ সৈতে যোগাযোগ কৰা হয়।

বন বিভাগৰ অনুৰোধত  চিৰাঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত যোৱা এটা দলে অভিযান চলাই পাঁচজন চোৰাং চিকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয়।

ইয়াৰে চাৰিজনক সোধা-পোছাৰ অন্তত মুকলি কৰি দিয়া হ’য় যদিও এজন চোৰাং চিকাৰীক আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখে।

এলেন বসুমতাৰী নামৰ চোৰাং চিকাৰী জনৰ তথ্যৰ ভিত্তিত আৰক্ষী আৰু বন বিভাগে অভিযান চলাই ৬০ কিলোগ্ৰাম ওজনৰ দুটা হাতী দাঁত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

বন বিষয়া পাতিৰিয়ে জনোৱা মতে ভাৰত-ভূটান সীমান্তত চোৰাং চিকাৰীয়ে আৰু অধিক হাতী দাঁত মজুত কৰি ৰখা বুলি সন্দেহ কৰা হৈছে।

লকডাউনৰ বাবেই চোৰাং চিকাৰীয়ে সেইবোৰ বাহিৰলৈ নিব পৰা নাই।

বন বিভাগে শীঘ্ৰে চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান চলাব বুলি তেওঁ প্ৰকাশ কৰে।

Recent News

সাধাৰণৰ মানুহৰ বাবে সুলভ নহয় ভাৰতৰ স্বাস্থ্য আৰু শিক্ষা ব্যৱস্থা : মোহন ভাগৱত

সাধাৰণৰ মানুহৰ বাবে সুলভ নহয় ভাৰতৰ স্বাস্থ্য আৰু শিক্ষা ব্যৱস্থা : মোহন ভাগৱত

চুলিত ধৰি টানিছে মহিলা সাংসদক : দিল্লী আাৰক্ষীৰ বিৰুদ্ধে অভিযোগ তৃণমূলৰ সাগৰিকা ঘোষৰ

চুলিত ধৰি টানিছে মহিলা সাংসদক : দিল্লী আাৰক্ষীৰ বিৰুদ্ধে অভিযোগ তৃণমূলৰ সাগৰিকা ঘোষৰ

১১ জন স্বামীক হত্যা! দ্বাদশ বিবাহৰ পিছত ধৰা পৰিল ‘ছিৰিয়েল কিলাৰ’ মহিলা! শিহৰণকাৰী ঘটনা

১১ জন স্বামীক হত্যা! দ্বাদশ বিবাহৰ পিছত ধৰা পৰিল ‘ছিৰিয়েল কিলাৰ’ মহিলা! শিহৰণকাৰী ঘটনা

‘ভোট চুৰি’ৰ প্ৰসংগত দল বিৰোধী মন্তব্য কৰি মন্ত্ৰীত্ব হেৰুৱালে কৰ্ণাটকৰ মন্ত্ৰী কেন এন ৰাজন্যই

‘ভোট চুৰি’ৰ প্ৰসংগত দল বিৰোধী মন্তব্য কৰি মন্ত্ৰীত্ব হেৰুৱালে কৰ্ণাটকৰ মন্ত্ৰী কেন এন ৰাজন্যই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd