• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতত প্ৰৱেশ ইলন মাস্কৰ টেছলাৰ! দেশত নিৰ্মাণ হ’ব ৫ লাখ ই-কাৰ; কিমান হ’ব মূল্য?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 13, 2023 10:01 am
ফটো: সংগ্ৰহীত।

ফটো: সংগ্ৰহীত।

970
VIEWS
Share on FacebookShare on Twitter

দীৰ্ঘদিন ধৰি ভাৰতত টেছলা ইলেক্ট্ৰিক কাৰ মুকলিৰ সন্দৰ্ভত আলোচনা চলি আহিছে। বিগত কেইবছৰ ধৰি টেছলাৰ প্ৰতিনিধিয়ে ভাৰতীয় বিষয়াসকলৰ সৈতে দেশত কোম্পানীটোৰ প্লাণ্ট স্থাপন আৰু যান-বাহন আমদানি সম্পৰ্কেও আলোচনা কৰি আহিছিল। কিন্তু এই কামত তেওঁ সফলতা লাভ কৰা দেখা যোৱা নাছিল আৰু বছৰ বছৰ ধৰি মানুহে টেছলাৰ গাড়ী ভাৰতত মুকলি হোৱাৰ অপেক্ষা কৰি থাকিল।

কিন্তু শেহতীয়াকৈ এটা ডাঙৰ খবৰ চৰ্চালৈ আহিছে। ইলন মাস্কৰ এটা দলে পুনৰ ভাৰত চৰকাৰৰ সৈতে এই বিষয়ত আলোচনা আৰম্ভ কৰিছে।

এইবাৰ টেছলাৰ প্ৰতিনিধিয়ে এটা সুনিৰ্দিষ্ট প্ৰস্তাৱ লৈছে আৰু কোম্পানীটোৱে চৰকাৰক ৫ লাখ ইলেক্ট্ৰিক গাড়ী উৎপাদনৰ বাবে এটা কাৰখানা স্থাপনৰ প্ৰস্তাৱ দিছে। একে সময়তে কোম্পানীটোৱে নিজৰ গাড়ীৰ দাম সম্পৰ্কেও প্ৰকাশ কৰিছে আৰু তেওঁলোকে নিজৰ সুলভ মূল্যৰ ইলেক্ট্ৰিক গাড়ীখন দেশলৈ অনাৰ কথা সদৰী কৰিছে।

লগতে পঢ়ক: কেবিনেট সিদ্ধান্ত: উচ্চ শিক্ষাত অ’বি চিৰ বাবে সংৰক্ষিত আসন ১৫ শতাংশৰ পৰা ২৭ শতাংশলৈ বৃদ্ধি

সূত্ৰ অনুসৰি, টেছলাই নিজৰ প্ৰস্তাৱত প্ৰতি বছৰে ৫ লাখ ইলেক্ট্ৰিক গাড়ী নিৰ্মাণৰ লগতে দেশত ২০ লাখ টকাত টেছলাৰ গাড়ী মুকলি কৰাৰ কথাও কৈছে। যদিও এইটো হ’ব ইলেক্ট্ৰিক গাড়ীৰ আৰম্ভণিৰ মূল্য।

টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি চীনত টেছলাৰ উল্লেখযোগ্য উপস্থিতি আছে যদিও এতিয়া কোম্পানীটোৱে ভাৰতক ৰপ্তানিৰ বাবে সুবিধাজনক আধাৰ হিচাপে চাইছে যাতে তেওঁলোকে সহজেই ইণ্ডো-পেচিফিক দেশসমূহলৈ নিজৰ গাড়ী প্ৰেৰণ কৰিব পাৰে।

একে সময়তে চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে টেছলাই চৰকাৰৰ বাবে এক উন্নত পৰিকল্পনা আগবঢ়াইছে আৰু এইবাৰ ফলাফল ইতিবাচক হ’ব বুলি নিশ্চিত হোৱাৰ কথা প্ৰকাশ কৰিছে। ইয়াৰ আঁৰৰ প্ৰধান কাৰণ হৈছে স্থানীয় উৎপাদন আৰু ৰপ্তানিৰ জড়িত হোৱাৰ সুযোগ।

লগতে পঢ়ক: উত্তৰ ভাৰত অভিমূখী কেইখনমান ৰে’লৰ সেৱা বাতিল; কেইখনমানৰ অস্থায়ী ষ্টপেজত অনুমোদন

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে কোম্পানীটোৰ সৈতে আলোচনাত মিলিত হৈছে আৰু এইক্ষেত্ৰত ভাল চুক্তি কৰিব পৰা যাব বুলি চৰকাৰ আশাবাদী। অৱশ্যে এই সমগ্ৰ কথা-বতৰা আৰু টেছলাৰ ভাৰতলৈ অহা সন্দৰ্ভত চৰকাৰ বা কোম্পানীটোৱে কোনো আনুষ্ঠানিক বক্তব্য বা ঘোষণা কৰা নাই।

Recent News

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd