• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উত্তৰ ভাৰত অভিমূখী কেইখনমান ৰে’লৰ সেৱা বাতিল; কেইখনমানৰ অস্থায়ী ষ্টপেজত অনুমোদন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 13, 2023 7:42 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ ভাৰতীয় বলয়ৰ অনেক অঞ্চলত নিৰন্তৰ প্ৰতিকূল বতৰ আৰু ধাৰাসাৰ বৰষুণৰ ফলত, বিশেষকৈ হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাৱ আৰু হাৰিয়ানাত স্বাভাৱিক ৰে’ল সেৱা প্ৰভাৱিত হৈছে। সেই অনুসৰি ৰে’ল যাত্ৰীসকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ কথা বিবেচনা কৰি উত্তৰ পুব সীমান্ত ৰে’লৱেই উত্তৰ ভাৰত অভিমূখী কেইখনমান ৰে’লৰ সেৱা বাতিল কৰিছে।

তদুপৰি, উত্তৰ পূব সীমান্ত ৰে’লৱেই শ্ৰাৱণী মেলাৰ বাবে কাটিহাৰ মণ্ডলৰ মুকুৰিয়া ৰে’ল ষ্টেচনত কেইখনমান ৰে’লৰ দুই মিনিটৰ ষ্টপেজ প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে, যিয়ে গোৰখনাথ ধামলৈ যাবলগীয়া তীৰ্থযাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ এক প্ৰেছ বিজ্ঞপ্তিত এই কথা কোৱা হৈছে।

বাতিল কৰা ৰে’লসমূহৰ বিস্তৃত বিৱৰণ আৰু অস্থায়ী ষ্টপেজ সম্পৰ্কীয় তথ্যসমূহ এনেধৰণৰ-

Apply Now

ৰেল সেৱা বাতিল :

*ৰে’ল নং. ১৫৯০৩ (ডিব্ৰুগড়- চণ্ডীগড় এক্সপ্ৰেছ) ডিব্ৰুগড় আৰু চণ্ডীগড়ৰ মাজত চলিবলগীয়া ৰে’লখনৰ যাত্ৰা নিৰ্ধাৰিত দিন ১৪ জুলাই, ২০২৩ তাৰিখে বাতিল কৰা হৈছে।

*ৰে’ল নং ০৫৬১৬ (গুৱাহাটী – উদয়পুৰ বিশেষ) গুৱাহাটী আৰু উদয়পুৰৰ মাজত চলিবলগীয়া গ্ৰীষ্মকালীন বিশেষ ৰে’লখন ইয়াৰ নিৰ্ধাৰিত যাত্ৰাৰ দিন ১৬জুলাই, ২০২৩ তাৰিখে বাতিল কৰা হৈছে।

মুকুৰিয়া ষ্টেচনত ৰে’লৰ অস্থায়ী ষ্টপেজ:

*ৰে’ল নং ১৫৭১৯কাটিহাৰ- শিলিগুড়ী আৰু ১৫৭২০ শিলিগুড়ী – কাটিহাৰ ইণ্টাৰচিটি এক্সপ্ৰেছ ৰে’ল দুখন ২ ছেপ্টেম্বৰ, ২০২৩ তাৰিখ পৰ্যন্ত অতিৰিক্ত তীৰ্থযাত্ৰীৰ ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে মুকুৰিয়া ষ্টেচনত ক্ৰমান্বয়ে ০৬.৫১ বজাত আৰু ১৭.১৩ বজাত আহি উপস্থিত হ’ব। একেদৰে ৬.৫৩ আৰু ১৭.১৫ বজাত প্ৰস্থান কৰিব।

*ৰে’ল নং ১৫৪৬৩ বালুৰঘাট-শিলিগুড়ী আৰু ১৫৪৬৪ শিলিগুড়ী – বালুৰঘাট ইণ্টাৰচিটি এক্সপ্ৰেছ ৰে’ল অতিৰিক্ত তীৰ্থযাত্ৰীৰ ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে ২ছেপ্টেম্বৰ, ২০২৩ পৰ্যন্ত মুকুৰিয়া ষ্টেচনত ক্ৰমান্বয়ে  ১৫.২৭ বজাত আৰু ১১.০৩ বজাত আহি উপস্থিত হব, একেদৰে ১৫.২৯ বজাত আৰু ১১.০৫বজাত প্ৰস্থান কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

August 17, 2026 7:45 am
শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

August 17, 2026 7:45 am
শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd