• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পাকিস্তানত ক’ৰ’না বিয়পাই গ’ল এগৰাকী ইংৰাজ ক্ৰিকেটাৰে! : ৰাজাৰ দাবী

এন ই নাও নিউজ by এন ই নাও নিউজ
March 18, 2020 12:33 pm
freepressjournal_2019-10_385fcecf-5de8-4609-849e-3c8d738abdf7_Rameez_Raja

পাকিস্তানৰ প্ৰাক্তন টেষ্ট অধিনায়ক ৰামিজ ৰাজা। ফটো উৎস : ইণ্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তানৰ প্ৰাক্তন টেষ্ট অধিনায়ক তথা ধাৰাভাষ্যকাৰ ৰামিজ ৰাজাই ইংলেণ্ডৰ ক্ৰিকেটাৰ এলেক্স হেলছৰ শৰীৰত মহামাৰী ক’ৰ’না ভাইৰাছৰ লক্ষণ দেখা বুলি চাঞ্চল্যকৰ মন্তব্য কৰিছে।

ৰাজাই এইগৰাকী ইংৰাজ ক্ৰিকেটাৰে পাকিস্তানৰ পৰা স্বদেশলৈ উভতি যোৱাৰ পূৰ্বে তেওঁৰ তাত ভাইৰাছবিধৰ লক্ষণ দেখা পোৱা বুলি দাবী কৰে।

মঙলবাৰে পাকিস্তান ছুপাৰ লীগ চমুকৈ পি এছ এল স্থগিতৰ সিদ্ধান্তৰ পিছতে ৰাজাই লাহোৰত সংবাদ মাধ্যমৰ আগত ক’ৰ’না সংক্ৰমণক লৈ এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

তেওঁ কয় যে কৰাচি কিংছ দলৰ এজন খেলুৱৈ ক’ৰ’না ভাইৰাছত আক্ৰান্ত আছিল, আৰু এই কথা জানিব পাৰি পি এছ এল স্থগিত কৰা হ’ল।

কৰাচি কিংছৰ হৈ খেলা ইংলেণ্ডৰ অপেনিং বেটছমেন হেলছে পাকিস্তানত ভাইৰাছ বিধৰ প্ৰকোপ বৃদ্ধি পাবলৈ ধৰাত আন ইংৰাজ খেলুৱৈসকলৰ লগত নিজ দেশলৈ উভতি যায়।

Alex-Hales
ইংৰাজ ক্ৰিকেটাৰ এলেক্স হেলছ

ৰামীজে কয়, ‘আমি এতিয়াও নিশ্চিত নহয় কিন্তু আমাৰ সকলোৱে সাৱধানতা অৱলম্বন কৰাটো অত্যন্ত জৰুৰী’।

জানিব পৰা মতে দুদিন পূৰ্বে পি এছ এল এৰি লণ্ডনলৈ উভতি যোৱা হেলছক আছুতীয়াকৈ নিৰীক্ষণত ৰখা হৈছে।

ইফালে পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ চি ই অ’ ৱাছিম খানেও এগৰাকী বিদেশী ক্ৰিকেটাৰ এই ভাইৰাছ বিধত আক্ৰান্ত হোৱা বুলি মন্তব্য কৰিছে। তেওঁ লগতে ক্ৰিকেটাৰগৰাকী বৰ্তমান পাকিস্তানত নাই বুলিও কয়।

খানে সংবাদ মাধ্যমৰ আগত ক’ৰ’না ভাইৰাছত আক্ৰান্ত বিদেশী খেলুৱৈগৰাকীৰ নাম উল্লেখ কৰাৰ পৰা বিৰত থাকে।

উল্লেখ্য যে বিশ্বৰ প্ৰায়বোৰ দেশতে মহামাৰী ৰূপ ধাৰণ কৰা ক’ৰ’নাত এই পৰ্যন্ত পাকিস্তানত ১৮৪ গৰাকী লোক আক্ৰান্ত হৈছে আৰু ইয়াৰ ফলত এজন লোকৰ মৃত্যু হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd