• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইউৰোপত প্ৰথম মহৰ পৰা জন্ম হোৱা চিকুনগুনিয়াৰ ভেকচিনত অনুমোদন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 1, 2024 2:31 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউৰোপ মহাদেশত মহৰ পৰা জন্ম হোৱা চিকুনগুনিয়া ৰোগৰ বিৰুদ্ধে প্ৰথমটো ভেকচিনৰ অনুমোদন দিছে ইউৰোপৰ ঔষধ নিৰীক্ষণকাৰী সংস্থা ইউৰোপীয় মেডিচিন এজেন্সীয়ে। ইয়াৰ লগতে সংস্থাটোৱে সকীয়াই দিছে যে ‘জলবায়ু পৰিৱৰ্তনে এই ৰোগৰ সংক্ৰমণ বৃদ্ধি কৰিব পাৰে’।

ইউৰোপীয় মেডিচিন এজেন্সীয়ে শুকুৰবাৰে এই ভেকচিনৰ অনুমোদন জনায়।

চিকুনগুনিয়াক চিক জ্বৰ বুলিও কোৱা হয়। ই ডেংগু বা জিকাৰ দৰেই এটা ৰোগ। এই ৰোগৰ ফলত অধিক জ্বৰ আৰু গাঁঠিৰ তীব্ৰ বিষ হয় যিয়ে প্ৰায়ে শৰীৰ দুৰ্বল কৰি তোলে আৰু সময়ৰ লগে লগে পৰিৱৰ্তন ঘটে।

ইউৰোপীয় মেডিচিন এজেন্সী (ই এম এ)ৰ মতে, গাঁঠি ফুলা, পেশীৰ বিষ, মূৰৰ বিষ, বমি, ভাগৰ আৰু ফোহা আদি ইয়াৰ লক্ষণসমূহৰ অন্যতম।

ইউৰোপীয় কমিছনে ভেকচিন ব্যৱহাৰৰ অনুমোদন দিয়াৰ পূৰ্বে ই এম এয়ে চূড়ান্ত পদক্ষেপ হিচাপে বিপণন অনুমোদন দিছে।

ভলনেভা অষ্ট্ৰিয়াই নিৰ্মাণ কৰা ইক্সচিক নামৰ ভেকচিনটোৰ এক ডোজ পাউদাৰ বা বেজীয়ে ১৮ বছৰৰ ওপৰৰ লোকক প্ৰয়োগ কৰাৰ ২৮ দিনৰ পিছত সফল এন্টিব’ডি উৎপন্ন কৰিব। টিকাকৰণৰ পিছত ছমাহলৈকে ইয়াৰ ৰোগ প্ৰতিৰোধ ক্ষমতা থাকে।

ই এম এৰ তথ্য অনুসৰি চিকভি ভাইৰাছৰ দ্বাৰা এই ৰোগৰ সৃষ্টি হোৱাৰ বাবেই এই ৰোগৰ এই নামকৰণ কৰা হৈছে। এই ৰোগত বেছিভাগ গ্রীষ্মমণ্ডলীয় আৰু উপমণ্ডলীয় অঞ্চলৰ লোক আক্রান্ত হয় আৰু মধ্য আৰু দক্ষিণ আমেৰিকাৰ বেছিভাগ দেশতে এই ৰোগৰ হাৰ অধিক হোৱা বুলি জানিব পৰা যায়।

আমষ্টাৰডামস্থিত সংস্থাটোৱে লগতে কয় যে ইউৰোপত চিকুনগুনিয়া কোনো স্থানীয় ৰোগ নহয়, আৰু বেছিভাগ লোকেই মহাদেশখনৰ বাহিৰলৈ যাত্ৰা কৰাৰ সময়ত এই ৰোগত আক্ৰান্ত হয়। সংস্থাটোৱে সকীয়াই দিছে যে মূলতঃ ইউৰোপৰ দক্ষিণ অংশলৈ সংক্ৰমিত ভ্ৰমণকাৰীসকল ঘূৰি অহাৰ পিছত তেওঁলোকৰ দ্বাৰা সংক্ৰমিত হোৱাৰ বিক্ষিপ্ত ঘটনা ঘটিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm
হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd