• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইউৰোপত প্ৰথম মহৰ পৰা জন্ম হোৱা চিকুনগুনিয়াৰ ভেকচিনত অনুমোদন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 1, 2024 2:31 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউৰোপ মহাদেশত মহৰ পৰা জন্ম হোৱা চিকুনগুনিয়া ৰোগৰ বিৰুদ্ধে প্ৰথমটো ভেকচিনৰ অনুমোদন দিছে ইউৰোপৰ ঔষধ নিৰীক্ষণকাৰী সংস্থা ইউৰোপীয় মেডিচিন এজেন্সীয়ে। ইয়াৰ লগতে সংস্থাটোৱে সকীয়াই দিছে যে ‘জলবায়ু পৰিৱৰ্তনে এই ৰোগৰ সংক্ৰমণ বৃদ্ধি কৰিব পাৰে’।

ইউৰোপীয় মেডিচিন এজেন্সীয়ে শুকুৰবাৰে এই ভেকচিনৰ অনুমোদন জনায়।

চিকুনগুনিয়াক চিক জ্বৰ বুলিও কোৱা হয়। ই ডেংগু বা জিকাৰ দৰেই এটা ৰোগ। এই ৰোগৰ ফলত অধিক জ্বৰ আৰু গাঁঠিৰ তীব্ৰ বিষ হয় যিয়ে প্ৰায়ে শৰীৰ দুৰ্বল কৰি তোলে আৰু সময়ৰ লগে লগে পৰিৱৰ্তন ঘটে।

Apply Now

ইউৰোপীয় মেডিচিন এজেন্সী (ই এম এ)ৰ মতে, গাঁঠি ফুলা, পেশীৰ বিষ, মূৰৰ বিষ, বমি, ভাগৰ আৰু ফোহা আদি ইয়াৰ লক্ষণসমূহৰ অন্যতম।

ইউৰোপীয় কমিছনে ভেকচিন ব্যৱহাৰৰ অনুমোদন দিয়াৰ পূৰ্বে ই এম এয়ে চূড়ান্ত পদক্ষেপ হিচাপে বিপণন অনুমোদন দিছে।

ভলনেভা অষ্ট্ৰিয়াই নিৰ্মাণ কৰা ইক্সচিক নামৰ ভেকচিনটোৰ এক ডোজ পাউদাৰ বা বেজীয়ে ১৮ বছৰৰ ওপৰৰ লোকক প্ৰয়োগ কৰাৰ ২৮ দিনৰ পিছত সফল এন্টিব’ডি উৎপন্ন কৰিব। টিকাকৰণৰ পিছত ছমাহলৈকে ইয়াৰ ৰোগ প্ৰতিৰোধ ক্ষমতা থাকে।

ই এম এৰ তথ্য অনুসৰি চিকভি ভাইৰাছৰ দ্বাৰা এই ৰোগৰ সৃষ্টি হোৱাৰ বাবেই এই ৰোগৰ এই নামকৰণ কৰা হৈছে। এই ৰোগত বেছিভাগ গ্রীষ্মমণ্ডলীয় আৰু উপমণ্ডলীয় অঞ্চলৰ লোক আক্রান্ত হয় আৰু মধ্য আৰু দক্ষিণ আমেৰিকাৰ বেছিভাগ দেশতে এই ৰোগৰ হাৰ অধিক হোৱা বুলি জানিব পৰা যায়।

আমষ্টাৰডামস্থিত সংস্থাটোৱে লগতে কয় যে ইউৰোপত চিকুনগুনিয়া কোনো স্থানীয় ৰোগ নহয়, আৰু বেছিভাগ লোকেই মহাদেশখনৰ বাহিৰলৈ যাত্ৰা কৰাৰ সময়ত এই ৰোগত আক্ৰান্ত হয়। সংস্থাটোৱে সকীয়াই দিছে যে মূলতঃ ইউৰোপৰ দক্ষিণ অংশলৈ সংক্ৰমিত ভ্ৰমণকাৰীসকল ঘূৰি অহাৰ পিছত তেওঁলোকৰ দ্বাৰা সংক্ৰমিত হোৱাৰ বিক্ষিপ্ত ঘটনা ঘটিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd