• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ত্ৰিপুৰা

নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ স্বাধীনতা সকলো দলৰে আছে : বিপ্লৱ কুমাৰ দেৱ

পান্না ঘোষ by পান্না ঘোষ
March 18, 2019 6:35 pm
Biplab-Deb

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ত্ৰিপুৰাৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ অংশীদাৰী দল আই পি এফ টিয়ে লোকসভা নিৰ্বাচনত নিজাববীয়াকৈ প্ৰাৰ্থী ঠিয় কৰোৱাৰ প্ৰসংগত প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰিছে ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে। তেওঁ কয়, ‘নিৰ্বাচনত নিজাববীয়াকৈ প্ৰাৰ্থী ঠিয় কৰোৱাৰ বাবে প্ৰতিটো দলৰে স্বাধীনতা আছে’।

ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ১৭ মাৰ্চ অৰ্থাৎ দেওবাৰে ধৰ্মনগৰ বিবেকানন্দ চাৰ্ড’ শতবাৰ্ষিকী ভৱনত অনুষ্ঠিত বিজেপিৰ এখন সাংগঠনিক সভাৰ শুভ উদ্বোধন কৰি এইদৰে মন্তব্য কৰে। উদ্বোধনী অনুষ্ঠানত মুখ্য মন্ত্ৰীগৰাকীৰ লগত ত্ৰিপুৰা বিধানসভাৰ উপাধ্যক্ষ বিশ্ববন্ধু সেনো উপস্থিত আছিল।

উক্ত সভাতে বিজেপিৰ মিত্ৰজোঁটৰ দল ইণ্ডিজিনিয়াছ পিপল’ছ ফ্ৰণ্ট অব ত্ৰিপুৰা চমুকৈ আই পি এফ টিয়ে কিয় নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে বুলি সোধাত মুখ্য মন্ত্ৰীগৰাকীয়ে কয়, ‘মই অলপ বাহিৰত আছিলো। সমগ্ৰ বিষয়টো সংবাদ মাধ্যমৰ জৰিয়তহে মই জানিবলৈ পাও। সেয়া যি কি নহওক সকলো দলৰে নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ স্বাধীনতা আছে। আৰু আমিও অতি শীঘ্ৰে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিম’।

উল্লখ্য যে বিজেপিৰ সাংগঠনিক সভাখনত বুথ সমূহৰ সভাপতি, বুথ পৰ্যায়ৰ বিয়য়া, পুলিং এজেণ্টৰ লগতে ধৰ্মনগৰ, কদমতলা, কুৰ্তি, বাগপাছা, পানীসাগৰ, যুৱৰাজনগৰ আৰু কাঞ্চনপুৰ মণ্ডলৰ বিজেপিৰ সদস্যসকল উপস্থিত আছিল।

পান্না ঘোষ

পান্না ঘোষ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপিত চামিল হ’ব কংগ্ৰেছ! বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বিজেপিত চামিল হ’ব কংগ্ৰেছ! বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

August 19, 2025 10:55 am
বলীউদৰ এগৰাকী জনপ্ৰিয় তথা বলিষ্ঠ অভিনেতা অচ্যুত পটদাৰৰ পৰলোকপ্ৰাপ্তি

বলীউদৰ এগৰাকী জনপ্ৰিয় তথা বলিষ্ঠ অভিনেতা অচ্যুত পটদাৰৰ পৰলোকপ্ৰাপ্তি

August 19, 2025 10:47 am
শিক্ষকৰ প্ৰহাৰত গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হয় এজন ছাত্ৰ! বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে তদন্তৰ দাবী

শিক্ষকৰ প্ৰহাৰত গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হয় এজন ছাত্ৰ! বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে তদন্তৰ দাবী

August 19, 2025 10:18 am
অসম-মেঘালয় সীমান্তত উত্তেজনা! বিদ্যুতৰ খুঁটা উভালি পেলোৱাক লৈ সীমান্তবাসীৰ মাজত সংঘাত

অসম-মেঘালয় সীমান্তত উত্তেজনা! বিদ্যুতৰ খুঁটা উভালি পেলোৱাক লৈ সীমান্তবাসীৰ মাজত সংঘাত

August 19, 2025 10:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপিত চামিল হ’ব কংগ্ৰেছ! বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বিজেপিত চামিল হ’ব কংগ্ৰেছ! বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

August 19, 2025 10:55 am
বলীউদৰ এগৰাকী জনপ্ৰিয় তথা বলিষ্ঠ অভিনেতা অচ্যুত পটদাৰৰ পৰলোকপ্ৰাপ্তি

বলীউদৰ এগৰাকী জনপ্ৰিয় তথা বলিষ্ঠ অভিনেতা অচ্যুত পটদাৰৰ পৰলোকপ্ৰাপ্তি

August 19, 2025 10:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd