• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পঞ্চায়ত নিৰ্বাচন : হাজোত বিধায়িকা সুমন হৰিপ্ৰিয়া আৰু কংগ্ৰেছৰ দুলু আহমেদৰ মাজত বাক্যবাণ আৰম্ভ

মৃদুল প্ৰীতম ডেকা by মৃদুল প্ৰীতম ডেকা
November 19, 2018 9:57 pm
Dulu Ahmed

সংবাদমেলত কংগ্ৰেছৰ দুলু আহমেদ আৰু পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী নন্দিতা তালুকদাৰ।

347
VIEWS
Share on FacebookShare on Twitter

পঞ্চায়ত নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে গা-মূৰ জোকাৰি উঠিছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল। পৰস্পৰক কটাক্ষ, সমালোচনা কৰাত লাগিছে প্ৰতিদ্বন্দ্বী দলবোৰৰ নেতাসৱ।

আজি হাজোতো তাৰেই দৃষ্টান্ত দেখা গ’ল। পৃথক পৃথক সভাত বাকযুদ্ধত লিপ্ত হৈছে দুই নেতা-নেত্ৰী ক্ৰমে কংগ্ৰেছৰ দুলু আহমেদ আৰু বিজেপিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া। হাজোৰ বিধায়িকাগৰাকীয়ে কংগ্ৰেছক কটাক্ষ কৰি কয় যে এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ পাছতে হাজোৰ ৰাজীৱ ভৱনত তলা লাগিব। এই কথা বিজেপিয়ে আগতীয়াকৈ জানে আৰু ইতিমধ্যে হাজোৰ বিজেপিৰ কাৰ্য্যালয়ত মিঠাই খোৱা পৰ্ব আৰম্ভ হৈছেই।

ইয়াৰ প্ৰত্যুত্তৰ দি কংগ্ৰেছৰ নেতা দুলু আহমেদে কয় যে পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছত সুমন হৰিপ্ৰিয়া আৰু মাক বিজয়া চক্ৰৱৰ্তীক ৰাইজে বিদায় দিব। “মিঠাই আগতেই খাই লওক বিজেপিয়ে। ফলাফলৰ দিনা হাজোৰ ৰাজীৱ ভৱনত মিঠাই খাবলৈ আহিব লাগিব।” দুলু আহমেদে কটাক্ষ কৰি কয়।

আনহাতে এখন সংবাদমেলত দুলু আহমেদে কয় যে কংগ্ৰেছে সমষ্টিটোৰ ২০ খন পঞ্চায়তৰ ১২-পৰা ১৪খন পঞ্চায়ত দখল কৰিব। যদি ১২-ৰ পৰা ১৪খন আসন দখল কৰিব নোৱাৰে অহা বাৰ তেওঁ নিৰ্বাচনত অৱতীৰ্ণ নহয়।

উল্লেখযোগ্য যে এইবাৰ পঞ্চতীৰ্থ পঞ্চায়তৰ প্ৰাৰ্থী তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম ছেমৰ ছাত্ৰী হাজোৰ নন্দিতা তালুকদাৰো আজিৰ সভাখনত উপস্থিত আছিল।

Recent News

ৰাইজক ক্ষমা বিচাৰিলে অভিনেতা বিজয় সেতুপথীয়ে! কিন্তু কিয়?

ৰাইজক ক্ষমা বিচাৰিলে অভিনেতা বিজয় সেতুপথীয়ে! কিন্তু কিয়?

ষষ্ঠ অনুসূচীৰ এলেকাৰ পৰা ক্ষমতা কাঢ়ি লৈছে হিমন্ত বিশ্বই : ডিফুত সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মন্তব্য

ষষ্ঠ অনুসূচীৰ এলেকাৰ পৰা ক্ষমতা কাঢ়ি লৈছে হিমন্ত বিশ্বই : ডিফুত সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মন্তব্য

বড়ো শান্তি চুক্তিৰ প্ৰতিশ্ৰুতি পূৰণত অবহেলা! প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ সদৌ বড়ো ছাত্ৰ সন্থাৰ

বড়ো শান্তি চুক্তিৰ প্ৰতিশ্ৰুতি পূৰণত অবহেলা! প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ সদৌ বড়ো ছাত্ৰ সন্থাৰ

গুৱাহাটীত ভয়াবহ ৰূপ ধাৰণ কৰিছে প্লাষ্টিক প্ৰদূষণে! প্লাষ্টিক ব্যৱহাৰৰ নিষেধাজ্ঞাৰ তিনি বছৰ পিছতো সলনি নহ’ল মহানগৰীৰ প্ৰতচ্ছবি

গুৱাহাটীত ভয়াবহ ৰূপ ধাৰণ কৰিছে প্লাষ্টিক প্ৰদূষণে! প্লাষ্টিক ব্যৱহাৰৰ নিষেধাজ্ঞাৰ তিনি বছৰ পিছতো সলনি নহ’ল মহানগৰীৰ প্ৰতচ্ছবি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd