• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যুদ্ধৰ খবৰ! ভয়াবহ বিস্ফোৰণত কঁপি উঠিল ৰাছিয়াৰ দখলত থকা লুহানস্ক চহৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 13, 2023 11:39 am
ফটো:  সংগ্ৰহীত।

ফটো: সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউক্ৰেইনৰ পূব দিশৰ লুহানস্ক চহৰত প্ৰবল বিস্ফোৰণত কঁপি উঠিল। ৰাছিয়াৰ দখলত থকা এই চহৰখন বৰ্তমান মস্কোৰ “বিশেষ সামৰিক অভিযান”ৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ।

শুকুৰবাৰে নিশা সংঘটিত হৈছে এই ঘটনা। স্থানীয় বিষয়াসকলে এই বিস্ফোৰণৰ তথ্য নিশ্চিত কৰিছে। অৱশ্যে লুহানস্কত সংঘটিত হোৱা এই আক্ৰমণ সন্দৰ্ভত ইউক্ৰেইনে কোনো মন্তব্য কৰা নাই।

লগতে পঢ়ক: কৰ্ণাটকত ভোটগণনাৰ মাজতে বিজেপি কাৰ্যালয়লৈ যোৱা মুখ্যমন্ত্ৰী বোম্মাইৰ সন্মুখত সাপ!

স্বঘোষিত লুহানস্ক পিপলছ ৰিপাব্লিকৰ মুৰব্বী লিঅ’নিড পাচেচনিকে এই আক্ৰমণৰ বাবে ইউক্ৰেইনক দোষাৰোপ কৰে। তেওঁৰ মতে, কিয়েভৰ সন্ত্ৰাসবাদী চৰকাৰে সাধাৰণ নাগৰিকক ভয় খুৱাবলৈ কৰা এয়া আন এক প্ৰচেষ্টা।

লিঅ’নিডে কয় যে অগ্নিনিৰ্বাপক বাহিনীৰ লগতে সকলো জৰুৰীকালীন সেৱা সেই স্থানতে আছে। তাৰ পৰিস্থিতিৰ মূল্যায়ন আৰু ভুক্তভোগীসকলৰ তালিকা প্ৰস্তুত কৰা হৈছে।

লগতে পঢ়ক:আৰিয়ান খানৰ ড্ৰাগছৰ গোচৰত শ্বাহৰুখৰ পৰা ২৫ কোটি টকা দাবী; চিবিআইৰ জালত সমীৰ ৱাংখেড়ে

এল পি আৰৰ সমন্বয়ক সমিতিয়ে টেলিগ্ৰাম চেনেলত প্ৰকাশ কৰা অনুসৰি চহৰখনৰ ঔদ্যোগিক অঞ্চলত দুটা ক্ষেপণাস্ত্ৰই আঘাত হানে। তেওঁলোকে দাবী কৰে যে এইবোৰ ইউক্ৰেইনৰ দ্বাৰা নিৰ্মিত “গ্ৰোম” মিছাইল।

লুহানস্কক আঘাত কৰিবলৈ সক্ষম এই গ্ৰোম বেলিষ্টিক মিছাইল। ইয়াৰ আগতেও চলি থকা যুদ্ধত ইয়াক ব্যৱহাৰ কৰা হৈছে। কিন্তু স্থানীয় কৰ্তৃপক্ষই নতুন দাবীৰ সৈতে কোনো প্ৰমাণ প্ৰদান কৰা নাই।

Explosions heard in occupied Luhansk

Russian state news agency RIA Novosti reports that two explosions took place in the city.

Video: social media pic.twitter.com/TlfqnKBUtF

— Novaya Gazeta Europe (@novayagazeta_en) May 12, 2023

ৰাছিয়াৰ দখলত থকা চহৰখনত ইয়াৰ আগতে অতি কমেইহে আক্ৰমণ কৰা হৈছিল। কিয়নো এই অঞ্চলটো ইউক্ৰেইনৰ দীৰ্ঘ দূৰত্বৰ ৰকেট আৰু হিমাৰ্ছৰ দৰে মিছাইল ব্যৱস্থাৰ পৰিসৰৰ বাহিৰত।

লুহানস্কৰ এজন প্ৰাক্তন বিষয়াৰ উদ্ধৃতি দি ৰাছিয়াৰ সংবাদ সংস্থা টাছে প্ৰকাশ কৰা অনুসৰি প্ৰথমবাৰৰ বাবে ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ১৫০ কিলোমিটাৰ দূৰত্বৰ ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd