• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বানত বিধ্বস্ত চীন! : ৩.৮ কোটি লোক ক্ষতিগ্ৰস্ত, ২.২৫ কোটি গৃহহীন, ১৪১ৰো অধিক মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
July 13, 2020 5:34 pm
1000x-1

ফ'টো সৌজন্য- এএফপি

1.1k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’নোত্তৰ চীনত এইবাৰ বানে ধাৰণ কৰিছে সংহাৰী ৰূপ।

প্ৰৱল বৃষ্টিপাতৰ ফলত চীনৰ বিভিন্ন প্ৰান্তত বানে প্ৰলয়ংকৰী ৰূপ ধাৰণ কৰিছে।

এই মুহূৰ্তলৈকে চীনত ১৪১ জনৰো অধিক লোক বানত প্ৰাণ হেৰুৱাইছে।

বানত ক্ষতিগ্ৰস্ত হৈছে ৩ কোটি ৮০ লাখৰো অধিক লোক।

ইফালে মৃতদেহ উদ্ধাৰ নোহোৱা বহুলোকক জিন পিঙৰ প্ৰশাসনে সন্ধানহীন বুলিহে ঘোষণা কৰিছে।

এই সন্ধানহীন হোৱা সৰহ সংখ্যক লোককে মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে।

ফ’টো সৌজন্য- এএফপি

দেশৰ বান পৰিস্থিতি তথা দেশৰ নাগৰিকসকলক বানৰ পৰা সুৰক্ষিত ৰাখিবলৈ চীনৰ ৰাষ্ট্ৰপতি জিন পিঙে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি ঘোষণা কৰিছে।

ইফালে দেওবাৰে চীনৰ ষ্টেট ফ্লাড কন্ট্ৰল এণ্ড ড্ৰ’ফ্ট ৰিলিফ বিভাগে এক বিবৃতিৰ যোগে জনাইছে যে, ১২ জুলাই পৰ্যন্ত দেশৰ ২৭ খন ৰাজ্যৰ ৩ কোটি ৭৯ লাখ লোক বানত ক্ষতিগ্ৰস্ত হৈছে।

জিয়াংজি, আনহুই, হুৱেই আৰু য়ুহান আদিত বান পৰিস্থিতি অতি ভয়াৱহ বুলিও কোৱা হৈছে বিবৃতিটোত।

সমগ্ৰ দেশখনত ২ কোটি ২৫ লাখ মানুহ বানৰ ফলত গৃহহীন হৈছে।

আৰু ২৮ হাজাৰ ঘৰ ধ্বংস হৈছে বুলি কোৱা হৈছে বিবৃবিটোত।

উল্লেখ্য যে জুন মাহৰ পৰাই চীনৰ বিভিন্ন প্ৰান্তত ধাৰাষাৰ বৰষুণ হৈ আছে।

ফলত চীনৰ প্ৰায়বোৰ নদী-উপনদীয়েদি বিপদ সীমাৰ ওপৰেৰে পানী বৈ আছে।

Recent News

নিচাযুক্ত পানীয় খুৱাই এমবিবিএছৰ ছাত্ৰীক দলবদ্ধ ধ*ৰ্ষণ; মহাৰাষ্ট্ৰত গ্ৰেপ্তাৰ ৩ সহপাঠী

নিচাযুক্ত পানীয় খুৱাই এমবিবিএছৰ ছাত্ৰীক দলবদ্ধ ধ*ৰ্ষণ; মহাৰাষ্ট্ৰত গ্ৰেপ্তাৰ ৩ সহপাঠী

আৰক্ষীৰ জালত আলফা(স্বা)ৰ দুধৰ্ষ কেডাৰ ৰূপম অসম

আৰক্ষীৰ জালত আলফা(স্বা)ৰ দুধৰ্ষ কেডাৰ ৰূপম অসম

বৃহৎ আইনী জয় হাৰ্ভাৰ্ডৰ! ট্ৰাম্পৰ বিদেশী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি বন্ধ কৰাৰ সিদ্ধান্তত স্থগিতাদেশ

বৃহৎ আইনী জয় হাৰ্ভাৰ্ডৰ! ট্ৰাম্পৰ বিদেশী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি বন্ধ কৰাৰ সিদ্ধান্তত স্থগিতাদেশ

অগ্নিবীৰক বচাবলৈ জাপ দিলে নদীত; ছিকিমত মৃত্যু ৬ মাহ পূৰ্বে যোগদান কৰা সেনা বিষয়া শশাংকৰ

অগ্নিবীৰক বচাবলৈ জাপ দিলে নদীত; ছিকিমত মৃত্যু ৬ মাহ পূৰ্বে যোগদান কৰা সেনা বিষয়া শশাংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd