• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

চৰকাৰী চিকিৎসালয়ত ভুৱা হৃদৰোগ বিশেষজ্ঞ! ৫০ টাতকৈও অধিক অস্ত্ৰোপচাৰ কৰিছিল এই গৰাকী  চিকিৎসকে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 8, 2025 1:57 pm
চৰকাৰী চিকিৎসালয়ত ভুৱা হৃদৰোগ বিশেষজ্ঞ! ৫০ টাতকৈও অধিক অস্ত্ৰোপচাৰ কৰিছিল এই গৰাকী  চিকিৎসকে
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাৰিয়ানাৰ এখন চৰকাৰী চিকিৎসালয়ত ধৰা পৰিল ভুৱা হৃদৰোগ বিশেষজ্ঞ। আন এজন হৃদৰোগ বিশেষজ্ঞৰ পঞ্জীয়ন নম্বৰ ব্যৱহাৰ কৰাৰ অভিযোগো উত্থাপন হৈছে অভিযুক্তৰ ওপৰত। যদিও তেওঁ এগৰাকী চিকিৎসক অৱশ্যে তেওঁ হৃদৰোগ বিশেষজ্ঞ নহয় বুলি আৰক্ষীয়ে নিশ্চিত কাৰিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি তেওঁ হৃদৰোগ বিশেষজ্ঞ পংকজমোহন শৰ্মা বুলি পৰিচয় দি ৰোগীৰ চিকিৎসা কৰি আহিছিল। কেৱল সেয়াই নহয়, তেওঁ ৫০টাতকৈও অধিক অস্ত্ৰোপচাৰো কৰিছিল বুলি জানিব পৰা গৈছে। হাৰিয়ানাৰ ফৰিদাবাদৰ এই ঘটনা পোহৰলৈ অহাৰ পিছতে পৰিবেশ উত্তপ্ত হৈ পৰে। জানিব পৰা মতে, ফৰিদাবাদৰ এখন চৰকাৰী চিকিৎসালয়ত আঠ মাহ ধৰি তেওঁ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰি অহিছে।

শনিবাৰে এই  সমগ্ৰ ঘটনা পোহৰলৈ আহে। ভুৱা নামেৰে ৰোগীৰ চিকিৎসা কৰি থকা অভিযুক্তৰ বিষয়ে হৃদৰোগ বিশেষজ্ঞ পংকজমোহনৰ ওচৰলৈ গৈ এজন ৰোগীয়ে এই বিষয়ে অৱগত কৰে। ইয়াৰ পিছতে চিকিৎসকগৰাকীৰ নামত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধেও এফআইআৰ দাখিল কৰা বুলি জানিব পৰা গৈছে। প্ৰাথমিক তদন্তত চিকিৎসকে অস্ত্ৰোপচাৰ কৰা বহু ৰোগীয়ে বিভিন্ন সমস্যাত ভুগি থকা বুলি জানিব পৰা গৈছে। কেইবাজনো ৰোগীৰো মৃত্যু হোৱা বুলিও জানিব পৰা গৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি ফৰিদাবাদৰ চিকিৎসালয়খনে হৃদৰোগৰ চিকিৎসা আৰু অস্ত্ৰোপচাৰৰ ব্যৱস্থা কৰিছিল। অভিযুক্ত চিকিৎসকজনে নিজকে হৃদৰোগ বিশেষজ্ঞ বুলি পৰিচয় দিছিল। আৰক্ষীৰ মতে, ২০২৪ চনৰ জুলাইৰ পৰা ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহলৈকে অভিযুক্তই চিকিৎসালয়খনত ৰোগীৰ চিকিৎসা আগবঢ়াই আহিছে। তেওঁৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন হোৱাৰ পিছত তেওঁ চিকিৎসালয়লৈ অহা বন্ধ কৰি দিছিল। ইয়াৰ পাছতে ডাঃ পংকজ মোহনে অভিযুক্ত চিকিৎসকজনৰ বিৰুদ্ধে আইনী জাননী প্রদান কৰাৰ লগতে ইণ্ডিয়ান মেডিকেল এছ’ চিয়েশ্যনতো এজাহাৰ দাখিল কৰে৷

Tags: FakeDoctorExposedHaryanaNewsMedicalFraudPatientSafety
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিক্ৰমসিংহক গ্ৰেপ্তাৰ : গ্ৰেপ্তাৰৰ অন্তঃৰালত হাত আছে চীনৰ!

শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিক্ৰমসিংহক গ্ৰেপ্তাৰ : গ্ৰেপ্তাৰৰ অন্তঃৰালত হাত আছে চীনৰ!

August 22, 2025 9:40 pm
বিৰোধী ৰাজনৈতিক দল, নাগৰিক সমাজ আৰু জনসাধাৰণৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ বিকল্প নাই : অসম নাগৰিক সন্মিলন

বিৰোধী ৰাজনৈতিক দল, নাগৰিক সমাজ আৰু জনসাধাৰণৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ বিকল্প নাই : অসম নাগৰিক সন্মিলন

August 22, 2025 8:34 pm
বিহাৰৰ SIR সন্দৰ্ভত শুনানি উচ্চতম ন্যায়ালয়ত : আধাৰ কাৰ্ডক বৈধ নথি হিচাপে স্বীকৃতি

বিহাৰৰ SIR সন্দৰ্ভত শুনানি উচ্চতম ন্যায়ালয়ত : আধাৰ কাৰ্ডক বৈধ নথি হিচাপে স্বীকৃতি

August 22, 2025 7:30 pm
পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীক ৮টা গোচৰত জামিন মঞ্জুৰ আদালতৰ : কেতিয়া জেলৰ পৰা ওলাব ইমৰান খান?

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীক ৮টা গোচৰত জামিন মঞ্জুৰ আদালতৰ : কেতিয়া জেলৰ পৰা ওলাব ইমৰান খান?

August 22, 2025 6:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিক্ৰমসিংহক গ্ৰেপ্তাৰ : গ্ৰেপ্তাৰৰ অন্তঃৰালত হাত আছে চীনৰ!

শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিক্ৰমসিংহক গ্ৰেপ্তাৰ : গ্ৰেপ্তাৰৰ অন্তঃৰালত হাত আছে চীনৰ!

August 22, 2025 9:40 pm
বিৰোধী ৰাজনৈতিক দল, নাগৰিক সমাজ আৰু জনসাধাৰণৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ বিকল্প নাই : অসম নাগৰিক সন্মিলন

বিৰোধী ৰাজনৈতিক দল, নাগৰিক সমাজ আৰু জনসাধাৰণৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ বিকল্প নাই : অসম নাগৰিক সন্মিলন

August 22, 2025 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd