• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভুৱা বাতৰি: ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰীৰ বিৰুদ্ধে কংগ্ৰেছ নেতাৰ এজাহাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 4, 2020 11:03 pm
Fake news: Congress leader files FIR against Tripura CM

ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেব।

1.2k
VIEWS
Share on FacebookShare on Twitter

ক’ভিড-১৯ৰ বিৰুদ্ধে গুজৱ আৰু ভুৱা বাতৰি বিয়পোৱাৰ অভিযোগত ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেবৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰা হৈছে।

কংগ্ৰেছ নেতা গোপাল ৰয়ে আগৰতলাৰ এন চি চি আৰক্ষী থানাত মুখ্য মন্ত্ৰী দেবৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৮২, ৫০৫ (১) (বি)ৰ অধীনত এই এজাহাৰ দাখিল কৰিছে।

অভিযোগ মতে, কৰিমগঞ্জত ১৬ গৰাকী আৰু মণিপুৰত ১৯ গৰাকী ক’ভিড-১৯ ৰোগী চিনাক্ত হোৱা বুলি যোৱা ২ এপ্ৰিলত মুখ্য মন্ত্ৰীগৰাকীয়ে জি বি হস্পিটেলত স্থানীয় সংবাদ মাধ্যমক কৈছিল।

কিন্তু মণিপুৰত এতিয়ালৈকে দুগৰাকী আৰু অসমত ২৫গৰাকী ক’ভিড-১৯ পজিটিভ ৰোগী চিনাক্ত হৈছে।

অভিযোগকাৰী ৰয়ে সংবাদ মাধ্যমক কয় যে অসম আৰু মণিপুৰত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ঘটা বুলি দেবৰ অতিৰঞ্জিত বক্তব্যই ত্ৰিপুৰাত আতংকৰ সৃষ্টি কৰিছিল।

ৰয়ে কয় যে মুখ্য মন্ত্ৰীগৰাকীৰ বক্তব্যৰ পিছতে ত্ৰিপুৰাজুৰি এক আতংক বিয়পি পৰে আৰু বিভিন্ন ঠাইৰ পৰা মানুহে তেওঁলৈ ফোন কৰে।

“এইটো সম্পূৰ্ণৰূপে অপ্ৰয়োজনীয় আৰু অবাঞ্চিত আৰু লগতে দুৰ্ভাগ্যজনক। এজন মুখ্য মন্ত্ৰীৰ পৰা আমি এনে এক দায়িত্বহীন বক্তব্য আশা নকৰো,” ৰয়ে সাংবাদিকক কয়।

ৰয়ে কয় যে বৰ্তমান পৰিস্থিতি জটিল আৰু এনে সময়ত গুৰুত্বপূৰ্ণ পদবীধাৰী এজনে এইদৰে গুজৱ বিয়পালে সি পৰিস্থিতিত প্ৰভাৱ পেলায়।

Tags: COVID19

Recent News

কেমোথেৰাপি বা ৰেডিয়চন অবিহনেই কৰ্কট ৰোগৰ চিকিৎসা; বিশ্বজুৰি আলোড়ন দক্ষিণ কোৰিয়াৰ বিজ্ঞানীৰ

কেমোথেৰাপি বা ৰেডিয়চন অবিহনেই কৰ্কট ৰোগৰ চিকিৎসা; বিশ্বজুৰি আলোড়ন দক্ষিণ কোৰিয়াৰ বিজ্ঞানীৰ

কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ

কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱসৰ আয়োজন; চৰাই বিষয়ক বিশ্বকোষ প্ৰকাশৰ প্ৰস্তুতি

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱসৰ আয়োজন; চৰাই বিষয়ক বিশ্বকোষ প্ৰকাশৰ প্ৰস্তুতি

সন্ত্ৰাসবাদীৰ গুলীত নিহত ভাৰতীয় উইং কমাণ্ডাৰ অভিনন্দনক “বন্দী” কৰা পাকিস্তানী সেনা বিষয়া

সন্ত্ৰাসবাদীৰ গুলীত নিহত ভাৰতীয় উইং কমাণ্ডাৰ অভিনন্দনক “বন্দী” কৰা পাকিস্তানী সেনা বিষয়া

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd